চিত্ৰ বাৰ্তা:Bordhol.JPG

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিত্ৰ:কামৰূপীয়া ঢুলীয়া.jpg
কামৰূপীয়া ঢুলীয়া

কাষৰ চিত্ৰখন চাওক| এইখনৰ প্ৰতিলিপি| কিন্তু ইয়াৰ আকাৰ বহুত সৰু| আপলোড কৰিছে সুস্মিতা বৰাই| চিত্ৰখনৰ বিষয়ে অনুসন্ধান কৰিব লাগিব| বিষ্ণু  বাৰ্তা  20:06, 4 মে' 2012 (UTC)

চিত্ৰখনৰ গৰাকী ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াৰ ৷ মই কামৰূপী ঢুলীয়াৰ ফটো বিচাৰি ফেচবুকত status দিয়াত তেখেতে মোলৈ ই মেইল যোগে দুখন ফটো পঠিয়াইছিল ৷ তাৰে এখন মই উইকিপিডিয়াত ব্যৱহাৰ কৰিলোঁ ৷ (সুস্মিতা বৰা, ফেচবুক আলোচনা)
উল্লেখিত চিত্ৰখন ফেচবুকত হোৱা আলোচনা অনুসৰি বিলোপ কৰি পূণনিৰ্দেশ কৰি ৰখা হ’ল| বিষ্ণু  বাৰ্তা  14:30, 5 মে' 2012 (UTC)