ব (বঙালী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাংলা আখৰ বৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত ব, আই-পি-এ:/bɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৩ সংখ্যক আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ব উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰববৰ্ণৰ সৈতে যোগ হ'লে[সম্পাদনা কৰক]

আ-- বা

ই-- বি

ঈ-- বী

উ-- বু

ঊ-- বূ

ঋ-- বৃ

এ-- বে

ঐ-- বৈ

ও-- বো

ঔ-- বৌ

বৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • বঙালী (বংগ)
  • বই (কিতাপ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি