সদস্য:Prasanta Verma

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰশান্ত বাৰ্মা

এজন ছাত্ৰ, ভাষা-সাহিত্যৰ অনুৰাগী আৰু বিভিন্ন কাকত-আলোচনীৰ নিয়মীয়া লেখক। 'দৈনিক জনমভূমি'ৰ 'মইনা মেল', সাপ্তাহিক 'জনমভূমি'ৰ 'শিশু', 'সাদিন' কাকতৰ 'সাদিনৰ চোতাল', 'নতুন ৰংমেলা' আদি কাকত-আলোচনীত নিয়মীয়া লেখক। বৰ্তমানলৈকে বিভিন্ন কাকত আলোচনীত দুশতকৈ অধিক লেখা প্ৰকাশ। প্ৰসিদ্ধ সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ডঃ এ.পি.জে. আব্দুল কালাম প্ৰমুখ্যে কেইবাজনো স্বনামধন্য ব্যক্তিৰ সাহিত্য, দৰ্শন আৰু অৱদানৰ পৰা প্ৰভাৱম্বিত।