সমললৈ যাওক

পৰ্ণগ্ৰাফি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
19 নং শাৰী: 19 নং শাৰী:
{{legend|red|পৰ্ণগ্ৰাফি অবৈধ}}
{{legend|red|পৰ্ণগ্ৰাফি অবৈধ}}
{{legend|#b4b4b4|তথ্য পোৱা নাযায়}}]]
{{legend|#b4b4b4|তথ্য পোৱা নাযায়}}]]
দেশ ভেদে পৰ্ণগ্ৰাফৰ প্ৰকাৰ বিভিন্ন হোৱা দেখা যায়। বেছিভাগ দেশে কমেও কিছুমান বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ ৰ অনুমতি প্ৰদান কৰে। কিছুমান দেশত, 'ছফ্টকোৰ' পৰ্ণগ্ৰাফক সাধাৰণ দোকানত বিক্ৰী কৰিবলৈ বা টিভিত দেখুৱাবলৈ মান্যতা প্ৰদান কৰা হয়। আনহাতে, 'হাৰ্ডকোৰ' পৰ্ণগ্ৰাফিক সাধাৰণতে নিয়ন্ত্ৰণ কৰা হয়। উৎপাদন আৰু বিক্ৰীৰ নিয়ন্ত্ৰণ, আৰু উগ্ৰ আচৰণ সমূহ সামান্য নমনীয় কৰণৰ উপৰি, প্ৰায় সকলো দেশতে শিশু পৰ্ণগ্ৰাফ অবৈধ, আৰু কিছুমান দেশত হিংসা প্ৰদৰ্শন কৰা পৰ্ণগ্ৰাফৰ ওপৰত নিষেধাজ্ঞা আছে, উদাহৰণ স্বৰূপে বলাৎকাৰৰ পৰ্ণগ্ৰাফি বা জন্তুৰ পৰ্ণগ্ৰাফি।
দেশ ভেদে পৰ্ণগ্ৰাফৰ প্ৰকাৰ বিভিন্ন হোৱা দেখা যায়। বেছিভাগ দেশে কমেও কিছুমান বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ ৰ অনুমতি প্ৰদান কৰে। কিছুমান দেশত, 'ছফ্টকোৰ' পৰ্ণগ্ৰাফক সাধাৰণ দোকানত বিক্ৰী কৰিবলৈ বা টিভিত দেখুৱাবলৈ মান্যতা প্ৰদান কৰা হয়। আনহাতে, 'হাৰ্ডকোৰ' পৰ্ণগ্ৰাফিক সাধাৰণতে নিয়ন্ত্ৰণ কৰা হয়। উৎপাদন আৰু বিক্ৰীৰ নিয়ন্ত্ৰণ, আৰু উগ্ৰ আচৰণ সমূহ সামান্য নমনীয় কৰণৰ উপৰি, প্ৰায় সকলো দেশতে শিশু পৰ্ণগ্ৰাফ অবৈধ। বেছিভাগ দেশত, এজন শিশু সচৰাচৰ ১৮ বছৰৰ তলৰ ব্যক্তি(যদিও বয়সৰ তাৰতম্য হয়)ৰ যিকোনো যৌন কাৰুকাৰ্য বা যৌন অংগৰ ফটোক পৰ্ণগ্ৰাফ আৰু অবৈধ বুলি গণ্য কৰা হয় আৰু কিছুমান দেশত হিংসা প্ৰদৰ্শন কৰা পৰ্ণগ্ৰাফৰ ওপৰত নিষেধাজ্ঞা আছে, উদাহৰণ স্বৰূপে বলাৎকাৰৰ পৰ্ণগ্ৰাফি বা জন্তুৰ পৰ্ণগ্ৰাফি। পৰ্ণগ্ৰাফিয়ে ব্যক্তিৰ মৌলিক মানৱ অধিকাৰ উলংঘন কৰিব পাৰে, বিশেষকৈ যেতিয়া যৌন সন্মতি পোৱা হোৱা নাছিল। উদাহৰণ স্বৰূপে, প্ৰতিশোধ পৰ্ণ হৈছে এক পৰিঘটনা য'ত অসন্তুষ্ট যৌন সঙ্গীসকলে অন্তৰংগ যৌন কাৰ্যকলাপৰ ছবি বা ভিডিঅ' ফুটেজ আনজনৰ অনুমতি অবিহনে ইণ্টাৰনেটত মুকলি কৰে।<ref>{{cite journal|last=Salter|first=Michael|year=2013|title=Responding to revenge porn: Gender, justice and online legal impunity|url=https://www.academia.edu/4585975|journal=Presented at "whose Justice? Contested Approaches to Crime and Conflict", University of Western Sydney, Sydney, Australia|accessdate=3 January 2016}}</ref> আইন প্ৰণেতাসকল মহিলাৰ সন্মতিবিহীন "আপস্কাৰ্ট" ফটো সম্পৰ্কেও আইনী সচেতনতা প্ৰদৰ্শন কৰিছে। কোনো কোনো দেশত এই সন্মতিবিহীন অবৈধ পৰ্ণগ্ৰাফি(ভিডিঅ' বা ফটোগ্ৰাফ) আৰু বিভিন্ন যৌন সামগ্ৰীৰ যথেষ্ট চাহিদা আছে.<ref>{{cite journal|title=Using Copyright to Combat Revenge Porn|ssrn=2374119|first=Amanda M.|last=Levendowski|journal=NYU Journal of Intellectual Property & Entertainment Law|volume=3|year=2014|publisher=Social Science Research Network}}</ref><ref>{{cite web|last=Bhasin|first=Puneet|date=29 November 2014|title=Online Revenge Porn-Recourse for Victims under Cyber Laws|url=http://blog.ipleaders.in/online-revenge-porn-recourse-for-victims-under-cyber-laws/|publisher=iPleaders|location=India|accessdate=29 January 2016}}</ref> ধৰণৰ ফলশ্ৰুতিত, কিছুমান ন্যায়াধিকৰণে "প্ৰতিশোধ পৰ্ণ"ৰ বিৰুদ্ধে নিৰ্দিষ্ট আইন প্ৰণয়ন কৰিছে।<ref>{{cite news|url=https://www.bbc.com/news/technology-30307657|title='Revenge porn' Facebook post leads to jail sentence|work=BBC News|accessdate=9 October 2015|date=2014-12-03}}</ref>


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

20:06, 2 December 2020ৰ সংস্কৰণ

'xxx'দ্বাৰা সাধাৰণতে পৰ্ণগ্ৰাফিক উপাদান সমূহক প্ৰতিনিধিত্ব কৰা হয়।

পৰ্ণগ্ৰাফি (সংক্ষেপে "পৰ্ণ") যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা।[1] পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে। পৰ্ণগ্ৰাফি বিভিন্ন মাধ্যমৰ দ্বাৰা উপস্থাপন কৰা হয়, এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আলোচনী, এনিমেছন, লেখা, চলচ্চিত্ৰ, ভিডিঅ', ছবি, শব্দ ৰেকৰ্ডিং, ভিডিঅ' গেম ইত্যাদি। এই শব্দটোৱে 'লাইভ' পৰিদৰ্শন যেন 'যৌন অনুষ্ঠান' আদিক নুবুজায়। বৰ্তমানৰ পৰ্ণগ্ৰাফিৰ প্ৰাথমিক বিষয় হৈছে পৰ্ণ মডেল সকলৰ দ্বাৰা স্থিৰ চিত্ৰ আৰু যৌন কাৰ্যৰ চিত্ৰণ।

সমাজৰ বিভিন্ন গোটে বিভিন্ন মাধ্যমেৰে যৌন আচৰণৰ মুক্ত প্ৰদৰ্শনক, অনৈতিক, নিচা যুক্ত, আৰু ক্ষতিকাৰক বুলি যুক্তি দৰ্শাইছে আৰু তেওঁলোকে এই সমূহক অশিষ্টআইনৰ অধীনত দমন কৰা, চেন্সৰ কৰা বা অবৈধ ঘোষণা কৰাৰ বিষয়ে বিবেচনা কৰিছে। পৰ্ণগ্ৰাফৰ সংজ্ঞাও বিভিন্ন ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৃথক পৃথক ভাৱে বৰ্ণনা কৰা আছে।

যৌনতাৰ আলোচনা আৰু উপস্থাপনৰ প্ৰতি সামাজিক মনোভাৱ পশ্চিমীয়া দেশবোৰত অধিক সহনশীল হৈ উঠিছে, আৰু অশ্লীলতাৰ আইনী সংজ্ঞা সীমিত হৈ পৰিছে। ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি' প্ৰাপ্ত এণ্ডী ৱাৰহলৰ প্ৰথমখন প্ৰাপ্ত বয়স্ক চলচ্চিত্ৰ 'ব্লু মোভি'ৰে আৰম্ভ হৈছিল পৰ্ণগ্ৰাফিৰ সোণালী সময়(১৯৬৯–১৯৮৪)। য'ত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ পৰ্ণগ্ৰাফ চিনেমাসমূহ মূল সংস্কৃতিৰ অংশ হৈ পৰে।[2][3][4]

বিংশ শতিকাৰ শেষৰভাগত পৰ্ণগ্ৰাফৰ উৎপাদন আৰু ব্যৱহাৰৰ দ্বাৰা এক বৰ্ধিত উদ্যোগ বিকশিত হৈ উঠিছিল। ইণ্টাৰনেটত ঘৰুৱা পৰ্ণ ভিডিঅ' আৰু পৰিকল্পিত পৰ্ণ চিত্ৰনে সমগ্ৰ পৃথিৱীৰ পৰ্ণ উদ্যোগটোত এক প্ৰবল তাণ্ডৱ সৃষ্টিৰে কোটি কোটি ডলাৰ উপাৰ্জন কৰে।[5]কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে বাণিজ্যিকীকৰণ কৰা পৰ্ণগ্ৰাফৰ দ্বাৰা হোৱা উপাৰ্জন হৈছে ২.৫ বিলিয়ন আমেৰিকান ডলাৰ,[6]যাৰ ভিতৰত আছে বিভিন্ন মাধ্যম আৰু সংশ্লিষ্ট সামগ্ৰী আৰু সেৱাৰ উৎপাদন। বৰ্তমানৰ আমেৰিকান পৰ্ণ উদ্যোগটো ১০-১২ বিলিয়ন ডলাৰৰ ভিতৰত আছে।[7] ২০০৬ চনত বিশ্ব পৰ্ণগ্ৰাফ ৰাজহ আছিল ৯৭ বিলিয়ন ডলাৰ।[8]এই উদ্যোগটোৱে সহস্ৰাধিক প্ৰদৰ্শনকাৰীক আৰ্থিক সমৰ্থন কৰাৰ লগতে আৰু ইয়াৰ উৎপাদন কৰ্মচাৰী, কলা-কুশলী সকলকো উপাৰ্জনৰ বাট দিয়ে। ইয়াৰ সৈতে উৎসৰ্গিত উদ্যোগ প্ৰকাশন আৰু বাণিজ্য গোট, এৱাৰ্ড শ্ব', লগতে প্ৰেছ, ব্যক্তিগত সংগঠন, চৰকাৰী সংস্থা, আৰু ৰাজনৈতিক সংগঠনো জড়িত আছে।[9]একবিংশ শতিকাত সন্মতিবিহীন সংগমৰ বিষয়বস্তু সম্বলিত ভিডিঅ' আৰু চাইবাৰছেক্স ট্ৰেফিকিঙকো জনপ্ৰিয় পৰ্ণ'গ্ৰাফিক ছাইটসমূহত তুলি ধৰা হৈছে।[10][11][12][13]

ইতিহাস

ভাগ

ব্যৱসায়

STD আৰু জন্ম নিয়ন্ত্ৰণৰ উপায়

নেটফ্লিক্স'ৰ এখন তথ্যচিত্ৰ "হট গাৰ্ল ৱান্টেড" ৰ কাষ্ট অনুসৰি, পৰ্ণ ইণ্ডাষ্ট্ৰীৰে জড়িত বেছিভাগ অভিনেতা আৰু অভিনেত্ৰীয়ে প্ৰতি দুই সপ্তাহৰ বিৰতিত এছটিডিৰ পৰীক্ষা কৰায়। অৱশ্যে, তেওঁলোক জন্ম নিয়ন্ত্ৰণত থকাটো প্ৰয়োজনীয় নহয়। চিনেমাখনৰ এগৰাকী অভিনেত্ৰীয়ে কয় যে "ক্ৰীম পাই" শ্বট এটাত অংশগ্ৰহণ কৰাৰ পিছত(য'ত যোনিত স্খলন অন্তৰ্ভুক্ত থাকে) তেওঁলোকক গৰ্ভধাৰণৰ পৰা নিজকে সুৰক্ষিত কৰাৰ বাবে দ্বিতীয় পৰিকল্পনা হিচাপে জৰুৰীকালীন গৰ্ভনিৰোধক পিল ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই শ্বটবোৰৰ বাবে তেওঁলোকক অধিক অৰ্থ পৰিশোধ কৰা হয়।[14]

নীতি নিয়ম

পৃথিৱীৰ মানচিত্ৰত পৰ্ণগ্ৰাফি(১৮+) আইনৰ প্ৰদৰ্শন
  পৰ্ণগ্ৰাফি বৈধ
  সীমিত পৰিসৰত পৰ্ণগ্ৰাফি বৈধ
  পৰ্ণগ্ৰাফি অবৈধ
  তথ্য পোৱা নাযায়

দেশ ভেদে পৰ্ণগ্ৰাফৰ প্ৰকাৰ বিভিন্ন হোৱা দেখা যায়। বেছিভাগ দেশে কমেও কিছুমান বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ ৰ অনুমতি প্ৰদান কৰে। কিছুমান দেশত, 'ছফ্টকোৰ' পৰ্ণগ্ৰাফক সাধাৰণ দোকানত বিক্ৰী কৰিবলৈ বা টিভিত দেখুৱাবলৈ মান্যতা প্ৰদান কৰা হয়। আনহাতে, 'হাৰ্ডকোৰ' পৰ্ণগ্ৰাফিক সাধাৰণতে নিয়ন্ত্ৰণ কৰা হয়। উৎপাদন আৰু বিক্ৰীৰ নিয়ন্ত্ৰণ, আৰু উগ্ৰ আচৰণ সমূহ সামান্য নমনীয় কৰণৰ উপৰি, প্ৰায় সকলো দেশতে শিশু পৰ্ণগ্ৰাফ অবৈধ। বেছিভাগ দেশত, এজন শিশু সচৰাচৰ ১৮ বছৰৰ তলৰ ব্যক্তি(যদিও বয়সৰ তাৰতম্য হয়)ৰ যিকোনো যৌন কাৰুকাৰ্য বা যৌন অংগৰ ফটোক পৰ্ণগ্ৰাফ আৰু অবৈধ বুলি গণ্য কৰা হয় আৰু কিছুমান দেশত হিংসা প্ৰদৰ্শন কৰা পৰ্ণগ্ৰাফৰ ওপৰত নিষেধাজ্ঞা আছে, উদাহৰণ স্বৰূপে বলাৎকাৰৰ পৰ্ণগ্ৰাফি বা জন্তুৰ পৰ্ণগ্ৰাফি। পৰ্ণগ্ৰাফিয়ে ব্যক্তিৰ মৌলিক মানৱ অধিকাৰ উলংঘন কৰিব পাৰে, বিশেষকৈ যেতিয়া যৌন সন্মতি পোৱা হোৱা নাছিল। উদাহৰণ স্বৰূপে, প্ৰতিশোধ পৰ্ণ হৈছে এক পৰিঘটনা য'ত অসন্তুষ্ট যৌন সঙ্গীসকলে অন্তৰংগ যৌন কাৰ্যকলাপৰ ছবি বা ভিডিঅ' ফুটেজ আনজনৰ অনুমতি অবিহনে ইণ্টাৰনেটত মুকলি কৰে।[15] আইন প্ৰণেতাসকল মহিলাৰ সন্মতিবিহীন "আপস্কাৰ্ট" ফটো সম্পৰ্কেও আইনী সচেতনতা প্ৰদৰ্শন কৰিছে। কোনো কোনো দেশত এই সন্মতিবিহীন অবৈধ পৰ্ণগ্ৰাফি(ভিডিঅ' বা ফটোগ্ৰাফ) আৰু বিভিন্ন যৌন সামগ্ৰীৰ যথেষ্ট চাহিদা আছে.[16][17] ধৰণৰ ফলশ্ৰুতিত, কিছুমান ন্যায়াধিকৰণে "প্ৰতিশোধ পৰ্ণ"ৰ বিৰুদ্ধে নিৰ্দিষ্ট আইন প্ৰণয়ন কৰিছে।[18]

তথ্যসূত্ৰ

  1. What Distinguishes Erotica from Pornography? – Leon F Seltzer, Psychology Today, 6 April 2011
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NYT-19690722 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; WS-2002-2005 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NYT-19690810 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. Coopersmith, Jonathan (March 2006). "Does Your Mother Know What YouReallyDo? The Changing Nature and Image of Computer‐Based Pornography". History and Technology খণ্ড 22 (1): 1–25. doi:10.1080/07341510500508610. ISSN 0734-1512. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ForbesAckman নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. "Things Are Looking Up in America's Porn Industry – NBC News" (en ভাষাত). NBC News. https://www.nbcnews.com/business/business-news/things-are-looking-americas-porn-industry-n289431. 
  8. "Best Internet Filter Software of 2019". Archived from the original on 2011-10-13. https://web.archive.org/web/20111013032720/http://internet-filter-review.toptenreviews.com/internet-pornography-statistics.html। আহৰণ কৰা হৈছে: 2010-05-27. [Last accessed on 2010 Nov 12]
  9. Staff. "The Truth About California's Adult Entertainment Industry White Paper 1999". Adult Video News. http://business.avn.com/articles/video/The-Truth-About-California-s-Adult-Entertainment-Industry-White-Paper-1999-35686.html। আহৰণ কৰা হৈছে: 28 April 2014. 
  10. "I was raped at 14, and the video ended up on a porn site". British Broadcasting Corporation. 10 February 2020. https://www.bbc.co.uk/news/stories-51391981। আহৰণ কৰা হৈছে: 8 March 2020. 
  11. Cole, Samantha; Maiberg, Emanuel (16 July 2019). "How Pornhub Enables Doxing and Harassment". Vice. https://www.vice.com/en_us/article/mb8zjn/pornhub-doxing-and-harassment-girls-do-porn-lawsuit। আহৰণ কৰা হৈছে: 8 March 2020. 
  12. Cole, Samantha (6 February 2020). "How to Remove Non-Consensual Videos From Pornhub" (en ভাষাত). Vice. https://www.vice.com/en_ca/article/epgpqa/how-to-remove-videos-from-pornhub। আহৰণ কৰা হৈছে: 29 April 2020. 
  13. Broster, Alice (27 August 2019). "#NotYourPorn Is The Campaign Fighting To Get Non-Consensual Content Removed From UK Porn Sites". Bustle. https://www.bustle.com/p/notyourporn-is-the-campaign-fighting-to-get-non-consensual-content-removed-from-uk-porn-sites-18669297। আহৰণ কৰা হৈছে: 8 March 2020. 
  14. "Netflix". http://www.netflix.com/title/8003816. 
  15. Salter, Michael (2013). "Responding to revenge porn: Gender, justice and online legal impunity". Presented at "whose Justice? Contested Approaches to Crime and Conflict", University of Western Sydney, Sydney, Australia. https://www.academia.edu/4585975। আহৰণ কৰা হৈছে: 3 January 2016. 
  16. Levendowski, Amanda M. (2014). "Using Copyright to Combat Revenge Porn". NYU Journal of Intellectual Property & Entertainment Law (Social Science Research Network) খণ্ড 3. 
  17. Bhasin, Puneet (29 November 2014). "Online Revenge Porn-Recourse for Victims under Cyber Laws". প্ৰকাশক India: iPleaders. http://blog.ipleaders.in/online-revenge-porn-recourse-for-victims-under-cyber-laws/। আহৰণ কৰা হৈছে: 29 January 2016. 
  18. "'Revenge porn' Facebook post leads to jail sentence". BBC News. 2014-12-03. https://www.bbc.com/news/technology-30307657। আহৰণ কৰা হৈছে: 9 October 2015.