সদস্য বাৰ্তা:Nayan j Nath

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সহযোগিতা পদক[সম্পাদনা কৰক]

সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসম সাহিত্য সভাৰ উদ্যোগত জুন মাহত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদ। -অসমীয়া ৱিকিমিডিয়া সমাজ

-ধন্যবাদ!


ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ গৌৰৱ

  ভাতৃপ্ৰতীম ৱিকি সতীৰ্থ নয়ন; অসমীয়া ৱিকিপিডিয়াৰ একৈশ বৰ্ষত, অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অক্লান্ত সদস্য ৰূপে ছয় শতাধিক প্ৰৱন্ধ সৃষ্টি কৰি যি এক বিৰল অৱদান আপুনি আগবঢ়াইছে; ই কাললৈ আপোনাৰ খ্যাতি ৰাখিব আৰু ৱিকি কৰ্মী মাত্ৰেই আপোনাক সুঁৱৰিব। আপোনাৰ এই মনোবল অটুত থাকক আৰু ভাষাৰ হকে কৰা এই পৰিশ্ৰমী যাত্ৰা অব্যাহত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে স্বাস্থ্যবান হৈ থাকক; এয়ে আন্তৰিক কামনা।

__অসমীয়া ৱিকিমিডিয়া সমাজ

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক[সম্পাদনা কৰক]

ৱিকিডাটা পদক
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

সমন্বয়ক পদক[সম্পাদনা কৰক]

সমন্বয়ক পদক
হে ৱিকিসতীৰ্থ, ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰম বীৰ চক্ৰ সম্পাদনা মেলা প্ৰতিযোগিতাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে-
অসমীয়া ৱিকিমিডিয়া সমাজ