সদস্য বাৰ্তা:দিব্য দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংৰক্ষিত পাঠ আৰু দৰকাৰী লিংক

কমন.জেছফুলৰ তালিকাএই মাহৰ লক্ষ্য
অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা
সংৰক্ষণ ১ (২০১৫-২০২০)
সংৰক্ষণ ২ (২০২১-২০২২)

ৱিকিপিডিয়াৰ ছেকনী পদক[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ ছেকনী পদক
ৱিকিপিডিয়াৰ ছেকনী পদক
মাননীয় ৱিকিসতীৰ্থ, অৱিকিসুলভ প্ৰবন্ধসমূহৰ ওপৰত যথাযথ ব্যৱস্থা গ্ৰহণেৰে অসমীয়া ৱিকিপিডিয়াক পৰিপাটিকৈ ৰখাৰ বাবে আপুনি যি অৱদান আগবঢ়াইছে সেয়া প্ৰশংসনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat 01:01, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

কৰ্মশালাৰ সোণালী পদক[সম্পাদনা কৰক]

কৰ্মশালাৰ সোণালী পদক
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ মে' মাহত অসমীয়া ৱিকিপিডিয়াৰ অনলাইন কৰ্মশালা অনুষ্ঠিত কৰাত আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -চন্দন চিৰিং ফুকন ✉️ 07:50, 21 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সহযোগিতা পদক[সম্পাদনা কৰক]

সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসম সাহিত্য সভাৰ উদ্যোগত জুন মাহত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদ। -অসমীয়া ৱিকিমিডিয়া সমাজ

Need your input on a policy impacting gadgets and UserJS[সম্পাদনা কৰক]

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team 23:02, 7 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সব্যসাচী ৱিকিমিডিয়ান পদক[সম্পাদনা কৰক]

সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰিয় সতীৰ্থ, যোৱামাহটোত আপুনি অসমীয়া ৱিকিৰ সকলোকেইটা প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স আৰু ৱিকিতথ্য) তে উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদক আগবঢ়ালোঁ। ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক।-Joli Rumi (বাৰ্তা) 20:33, 28 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)