সমললৈ যাওক

সদস্য বাৰ্তা:নিপন নিয়ৰ শেনছোৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

- অজয়  কথা-বতৰা 08:49, 4 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধ

[সম্পাদনা কৰক]

ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে ধন্যবাদ! একাণপতীয়া চেষ্টাৰে আপুনি ৱিকিৰ কাম-কাজ শিকি থকা দেখি সুখী হৈছোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা কিছু প্ৰৱন্ধত অধিক তথ্য সংযোগ আৰু অন্য কিছু প্ৰবন্ধৰ ভাষা ৱিকিসুলভ (অৰ্থাৎ নিৰপেক্ষ আৰু কোনোধৰণৰ নিজাববীয়া প্ৰশংসাসূচক মন্তব্য নথকা) কৰাৰ প্ৰয়োজন। সময়-সুবিধা অনুসৰি চেষ্টা কৰি চাবচোন। কিবা অসুবিধা পালে জনাব- সহায় কৰিম।

ধন্যবাদ! -Joli Rumi (বাৰ্তা) 13:37, 16 November 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহৰ সহযোগী

[সম্পাদনা কৰক]
এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 13:18, 15 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]