সমললৈ যাওক

জন ফ্ৰেদাৰিক হাৰ্বাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জন ফ্ৰেদাৰিক হাৰ্বাট (ইংৰাজীঃ Johann Friedrich Herbart) (জন্মঃ ৪ মে, ১৭৭৬ - মৃত্যুঃ ১৪ আগষ্ট, ১৮৪১) আছিল এজন জাৰ্মান দাৰ্শনিক, মনোবিজ্ঞানী আৰু শিক্ষাবিজ্ঞানক শৈক্ষিক শাখা হিচাপে প্ৰতিষ্ঠা কৰা দাৰ্শনিক। জন হাৰ্বাৰ্টক উত্তৰ কান্টিয়ান দাৰ্শনিকসকলৰ মাজৰ এজন বুলি মনত ৰখা হয় যি নান্দনিকতাৰ সম্পৰ্কত হেগেলৰ সম্পূৰ্ণ বিপৰীতমূখী বক্তব্য ৰাখিছিল। তেওঁৰ শৈক্ষিক দৰ্শনক হাৰ্বাৰ্টিয়ানবাদ বুলি জনা যায়।

জন ফ্ৰেদাৰিক হাৰ্বাৰ্ট
জন্ম ৪ মে, ১৭৭৬ অলডেনবাৰ্গ, ডাচি অৱ অল্ডেনবাৰ্গ
মৃত্যু ১৪ আগষ্ট, ১৮৪১ (বয়স ৬৫) গটিংগেন, হেনোভাৰ ৰাজ্য
কাল ১৯ শ শতিকাৰ দৰ্শন
পৰিসৰ পাশ্চাত্য দৰ্শন
প্ৰতিষ্ঠান গটিংগেন বিশ্ববিদ্যালয় কনিগছবাৰ্গ বিশ্ববিদ্যালয়
মুখ্য আগ্ৰহ যুক্তি, আধ্যাত্মিকতা, জ্ঞানতত্ত্ব, নৈতিকতা, নান্দনিকতা
উল্লেখযোগ্য কৰ্ম * বহুত্ববাদী বাস্তৱবাদ * শিক্ষাবিজ্ঞানক এক শৈক্ষিক শাখা হিচাপে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]