সদস্য বাৰ্তা:Joli Rumi
![]() |
নমস্কাৰ, Joli Rumi
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() ![]() ![]() ![]() |
![]() |
ৱিকিসভা পদক[সম্পাদনা কৰক]
![]() |
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিমিডিয়া সমাজৰ মাহিলী অনলাইন ৱিকিসভাসমূহ নিয়মীয়াভাৱে পৰিচালনা কৰি আপুনি যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat 03:03, 22 April 2023 (ইউ.টি.চি.) |
- ধন্যবাদ, চন্দন :)
পোখালি উদ্ধাৰকাৰী পদক[সম্পাদনা কৰক]
![]() |
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ নিয়মীয়াভাৱে পৰিচৰ্যা কৰাত আগভাগ লৈ আপুনি যি অৱদান আগবঢ়াইছে সেয়া প্ৰশংসাৰ যোগ্য। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -চন্দন চিৰিং ফুকন বাৰ্তা 07:27, 21 May 2023 (ইউ.টি.চি.) |
বহুত ধন্যবাদ, চন্দন! --Joli Rumi (বাৰ্তা) 16:46, 21 May 2023 (ইউ.টি.চি.)
কৰ্মশালাৰ সোণালী পদক[সম্পাদনা কৰক]
--অশেষ ধন্যবাদ! Joli Rumi (বাৰ্তা) 13:50, 25 June 2023 (ইউ.টি.চি.)