সমললৈ যাওক

সদস্য বাৰ্তা:Pranamikaadhikary

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Token of appreciation: Festive Season 2020 edit-a-thon

[সম্পাদনা কৰক]

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Wikipedia 20th celebration "the way I & my family feels"

[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:32, 1 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

[সম্পাদনা কৰক]

প্ৰিয় Pranamikaadhikary,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: আগষ্ট ২০২১

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Nayan j Nath (বাৰ্তা) 19:14, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰীময়ী অসমী পদক

[সম্পাদনা কৰক]
শ্ৰীময়ী অসমী পদক
অসম সম্পৰ্কীয় ভালেমান ৱিকিসুলভ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ ধন্যবাদেৰে। — চাণক্য (বাৰ্তা) 06:11, 1 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱাহ, অশেষ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 11:54, 1 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


লোকসংস্কৃতি পদক

[সম্পাদনা কৰক]
লোকসংস্কৃতি পদক
হে অগ্ৰজ, শেহতীয়াকৈ আপুনি নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২২ৰ অধীনত অসমৰ লোকসংস্কৃতি বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংযোগেৰে অসমীয়া ৱিকিপিডিয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- ---Chandan Chiring Phukon Chat 17:14, 27 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কি ক’ম ভাবিয়েই পোৱা নাই৷ ৱিকিত ভয়ে ভয়েহে লিখি আছোঁ৷ আপোনালোকৰ সাহসত৷ সকলোৰে সহযোগিতাই মোক এইখিনি কৰিবলৈ প্ৰেৰণা দিছে৷ এই পদকটিৰো আপোনালোক সকলোৱে সমানে অংশীদাৰ৷ মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ৷ Pranamikaadhikary (বাৰ্তা) 17:49, 28 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
দ্বিতীয় স্থান

অভিনন্দন!
প্ৰিয় অগ্ৰজ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ দ্বিতীয় স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি যাচিলোঁ। — ---Chandan Chiring Phukon Chat 08:08, 30 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ Pranamikaadhikary (বাৰ্তা) 11:42, 30 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feminism and Folklore 2022 - Local prize winners

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Congratulations for winning a local prize in Feminism and Folklore 2022 writing competition. Thank you for your contribution and documenting your local folk culture on Wikipedia. Please fill in your preferences before 15th of June 2022 to receive your prize. Requesting you to fill this form before the deadline to avoid disappointments.

Feel free to contact us if you need any assistance or further queries.

Best wishes,

FNF 2022 International Team

Stay connected  

MediaWiki message delivery (বাৰ্তা) 07:50, 22 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

June Month Celebration 2022 edit-a-thon

[সম্পাদনা কৰক]

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

এই মাহৰ ৱিকিপিডিয়ান: জুলাই, ২০২২

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


ঈশান জ্যোতি বৰা (বাৰ্তা) 08:01, 1 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক (২০২২)

[সম্পাদনা কৰক]
শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক
২০২২ বৰ্ষত অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য অৱদানৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আগলৈয়ো অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। ধন্যবাদেৰে। — Nayan j Nath (বাৰ্তা) 05:25, 1 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি শতক পদক

[সম্পাদনা কৰক]
ৱিকি শতক পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
সু-হৃদ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!-Chandan Chiring Phukon Chat 02:54, 2 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এডিটাথনৰ তেজীঘোঁ‌ৰা

[সম্পাদনা কৰক]
এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত তড়িৎ গতিত সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে
-Chandan Chiring Phukon Chat 06:39, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদেৰে গ্ৰহণ কৰিলোঁ৷ হা হা হা Pranamikaadhikary (বাৰ্তা) 12:18, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ, ২০২৩

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Joli Rumi (বাৰ্তা) 02:45, 30 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জলি, কিন্তু মই নিজকে এই পদকৰ যোগ্য যেন নাভাবোঁ৷ মোতকৈ বহু বেছি অৱদান আগবঢ়াই থকা ৱিকিসদস্যসকললৈ শ্ৰদ্ধা যাচিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 18:11, 30 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

লোকগাথা পদক

[সম্পাদনা কৰক]
লোকগাথা পদক
শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি এতিয়ালৈকে আপুনি লোকগাথা সম্পৰ্কীয় অৰ্ধ-শতাধিক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াৰ ভঁৰাল টনকিয়াল কৰিছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দূৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ -Chandan Chiring Phukon Chat 06:25, 9 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
শ্ৰদ্ধাৰে, ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 14:04, 9 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

তৃতীয় স্থান

[সম্পাদনা কৰক]
তৃতীয় স্থান

অভিনন্দন!
প্ৰিয় অগ্ৰজ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ তৃতীয় স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি যাচিলোঁ। —-Chandan Chiring Phukon Chat 07:32, 16 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ (তথ্যৰ হেতু আৱেদন)

[সম্পাদনা কৰক]

নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩
ফেব্ৰুৱাৰী ১ - এপ্ৰিল ১৫, ২০২৩ view details!

নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰখন পূৰণ কৰক আৰু পুৰস্কাৰ তথা প্ৰমাণপত্ৰ প্ৰদানকে ধৰি পৰৱৰ্তী পদক্ষেপসমূহ সম্পূৰ্ণ কৰাত আমাক সহায় কৰক।


সেৱাৰে, -Nayan j Nath (বাৰ্তা) 02:48, 17 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ নয়ন৷ প্ৰ-পত্ৰ পূৰণ কৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 14:38, 17 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feminism and Folklore 2023 - Local prize winners

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Congratulations on your remarkable achievement of winning a local prize in the Feminism and Folklore 2023 writing competition! We greatly appreciate your valuable contribution and the effort you put into documenting your local Folk culture and Women on Wikipedia. To ensure you receive your prize, please take a moment to complete the preferences form before the 1st of July 2023. You can access the form by clicking here. We kindly request you to submit the form before the deadline to avoid any potential disappointments.

If you have any questions or require further assistance, please do not hesitate to contact us via talkpage or Email. We are more than happy to help.

Best wishes,

FNF 2023 International Team

Stay connected  

MediaWiki message delivery (বাৰ্তা) 10:47, 10 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feminism and Folklore 2023 - A Heartfelt Appreciation for Your Impactful Contribution!

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Wikimedian,

We extend our sincerest gratitude to you for making an extraordinary impact in the Feminism and Folklore 2023 writing competition. Your remarkable dedication and efforts have been instrumental in bridging cultural and gender gaps on Wikipedia. We are truly grateful for the time and energy you've invested in this endeavor.

As a token of our deep appreciation, we'd love to send you a special postcard. It serves as a small gesture to convey our immense thanks for your involvement in the competition. To ensure you receive this token of appreciation, kindly fill out this form by August 15th, 2023.

Looking ahead, we are thrilled to announce that we'll be hosting Feminism and Folklore in 2024. We eagerly await your presence in the upcoming year as we continue our journey to empower and foster inclusivity.

Once again, thank you for being an essential part of our mission to promote feminism and preserve folklore on Wikipedia.

With warm regards,

Feminism and Folklore International Team.

--MediaWiki message delivery (বাৰ্তা) 18:37, 25 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


সব্যসাচী ৱিকিমিডিয়ান পদক

[সম্পাদনা কৰক]
সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰিয় সতীৰ্থ, যোৱামাহটোত আপুনি অসমীয়া ৱিকিৰ চাৰিওটা প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স) তে উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদক আগবঢ়ালোঁ। ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক।-Joli Rumi (বাৰ্তা) 20:38, 28 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক

[সম্পাদনা কৰক]
ৱিকিডাটা পদক
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

শ্বজিবু নোংমা পানবা

[সম্পাদনা কৰক]

নমস্কাৰ! লেখাটোৰ শিৰোনাম শ্বজিবু নোংমা পানবা ৰ পৰা শাজিবু নোংমা পানবা (মণিপুৰী ভাষা অনুসৰি শুদ্ধ উচ্চাৰণ) লৈ সলনি কৰিব পাৰিবনে? ৱাসিম (وسيم) (বাৰ্তা) 17:56, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যদি শুদ্ধ উচ্চাৰণ সেইটো হয়, তেন্তে এডমিনসকলৰ সৈতে আলোচনা কৰি, কৰা হ’ব অথবা পৃষ্ঠাত শুদ্ধ উচ্চাৰণ বুলি সংলগ্ন কৰা হ’ব৷ আশাকৰোঁ সহযোগ কৰিব৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 18:15, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নমস্কাৰ৷ অনুগ্ৰহ কৰি সকলোৰে সুবিধাৰ্থে আপুনি এই বিষয়ে আলোচনা পৃষ্ঠাত এটা বাৰ্তা দিয়ক৷ Pranamikaadhikary (বাৰ্তা) 18:34, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেষ্ঠ অৱদানকাৰী বঁটা, মহাত্মা গান্ধী এডিটাথন, ২০২৩

[সম্পাদনা কৰক]
The Epic Barnstar
The Epic Barnstar
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ৰ প্ৰতি আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওক। শুভকামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ

JyotiPN (বাৰ্তা) 03:55, 12 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:55, 12 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহৰ ৰচনাকাৰ

[সম্পাদনা কৰক]
এছিয়ান মাহৰ ৰচনাকাৰ পদক
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত ভালেমান গুৰুত্বপূৰ্ণ প্ৰবন্ধ সৃষ্টি কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

কৰ্মশালাৰ হিৰণ্ময়ী পদক

[সম্পাদনা কৰক]
কৰ্মশালাৰ হিৰণ্ময়ী পদক
কৰ্মশালাৰ হিৰণ্ময়ী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ নৱেম্বৰ মাহত মাজুলীত অনুষ্ঠিত অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ সফল ৰূপায়ণত আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী । ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

এই মাহৰ ৱিকিমিডিয়ান, নৱেম্বৰ ২০২৩

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

Joli Rumi (বাৰ্তা) 14:19, 29 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ জনালোঁ৷ Pranamikaadhikary (বাৰ্তা) 18:06, 29 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২৩)

[সম্পাদনা কৰক]
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২৩)।
গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে ২০২৩ বৰ্ষটোত আপোনাৰ দ্বাৰা সম্পাদিত সৰ্বাধিক ১৭৭টা প্ৰবন্ধই অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ --Nayan j Nath (বাৰ্তা) 15:07, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপোনালোকৰ সহযপগত ৱিকিত কিবা অলপ অৱদান যোগাব পাৰিছোঁ বুলি প্ৰত্যয় গৈ এই সন্মান গ্ৰহণ কৰিলোঁ৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 17:09, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪

[সম্পাদনা কৰক]

প্ৰিয় Pranamika Adhikary,

আশাকৰোঁ কুশলে আছে। এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন। অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক। আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা। (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব।
ধন্যবাদ।

Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

দিলোঁ। ধন্যবাদ। Pranamikaadhikary (বাৰ্তা) 06:30, 15 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক

[সম্পাদনা কৰক]
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - দিব্য দত্ত (বাৰ্তা) 11:08, 19 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 17:01, 1 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিমিডিয়ান, জানুৱাৰী ২০২৪

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Joli Rumi (বাৰ্তা) 14:57, 5 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

The Wikipedia Asian Month 2023 Barnstar

[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান, ফেব্ৰুৱাৰী ২০২৪

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Joli Rumi (বাৰ্তা) 01:33, 28 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


সমন্বয়ক পদক

[সম্পাদনা কৰক]
100px সমন্বয়ক পদক
হে ৱিকিসতীৰ্থ, শেহতীয়াকৈ সমাপ্ত হোৱা অসমীয়া-চাঁওতালি আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪ সম্পাদনা মেলাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিছে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে-
অসমীয়া ৱিকিমিডিয়া সমাজ

বিচাৰক পদক

[সম্পাদনা কৰক]
বিচাৰক পদক
হে ৱিকিসতীৰ্থ, শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত হোৱা অসমীয়া-চাঁওতালি আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালৈ এই সামান্য পদক এটি আগবঢ়ালো। -অসমীয়া ৱিকিমিডিয়া সমাজ

কৃতজ্ঞতা আৰু অভিনন্দন

[সম্পাদনা কৰক]
কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ

এই মাহৰ ৱিকিমিডিয়ান, এপ্ৰিল ২০২৪

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


--Joli Rumi (বাৰ্তা) 20:19, 27 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পঞ্চশতক তাৰকা পদক

[সম্পাদনা কৰক]
পঞ্চশতক তাৰকা পদক
অসমীয়া ৱিকিপিডিয়াত ৫০০+ প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াক সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদক আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি এনেদৰেই আপোনাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। - অসমীয়া ৱিকিমিডিয়া সমাজ

- দিব্য দত্ত (বাৰ্তা) 08:53, 4 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Congratulations to the Feminism and Folklore Prize Winner!

[সম্পাদনা কৰক]

Dear Winner,

We are thrilled to announce that you have been selected as one of the prize winners in the 2024 Feminism and Folklore Writing Contest! Your contributions have significantly enriched Wikipedia with articles that document the vibrant tapestry of folk cultures and highlight the crucial roles of women within these traditions.

As a token of our appreciation, you will receive a gift coupon. To facilitate the delivery of your prize and gather valuable feedback on your experience, please fill out the Winners Google Form. In the form, kindly provide your details for receiving the gift coupon and share your thoughts about the project.

Your dedication and hard work have not only helped bridge the gender gap on Wikipedia but also ensured that the cultural narratives of underrepresented communities are preserved for future generations. We look forward to your continued participation and contributions in the future.

Congratulations once again, and thank you for being a vital part of this global initiative!

Warm regards,

The Feminism and Folklore Team

Feminism and Folklore 2024 - International prize winners

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Congratulations!

We are thrilled to announce that you have emerged as the victorious champion in the Feminism and Folklore 2024 writing competition, securing an International prize. Your achievement is truly exceptional and worthy of celebration!

We would like to express our utmost gratitude for your invaluable contribution to the documentation of your local folk culture and women on Wikipedia. The dedication and hard work you exhibited throughout the competition were truly remarkable.

To ensure that you receive your well-deserved prize, we kindly request you to take a moment and complete the preferences form before the 15th of August 2024. By doing so, you will help us tailor the prize according to your preferences and guarantee a delightful experience for you. You can access the form by clicking here.

Should you have any queries or require any further assistance, please do not hesitate to reach out to us. You can easily contact us via the talkpage or by email. We are more than delighted to provide any support you may need.

Once again, congratulations on this outstanding achievement! We are proud to have you as our winner and eagerly look forward to hearing from you.

Best wishes,

FNF 2024 International Team

Stay connected  

--MediaWiki message delivery (বাৰ্তা) 12:39, 21 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]