সদস্য বাৰ্তা:ঈশান জ্যোতি বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে তোমালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো৷ আগলৈও তুমি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ৷ -জলি বৰা (talk) 13:57, 27 July 2019 (ইউ.টি.চি.)

এই মাহৰ ৱিকিমিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিমিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

সমূহ সদস্যৰ হৈ Gitartha.bordoloi (talk) ২৩:৪০, ৩১ আগষ্ট ২০১৯ (IST)

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

Emoji u1f42f.svg ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 10:58, 21 January 2020 (ইউ.টি.চি.)

মাৰ্চ (২০২০) মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

--জলি বৰা (talk) 23:20, 28 February 2020 (ইউ.টি.চি.)

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ[সম্পাদনা কৰক]

Wiki Loves Women Barnstar.svg ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫ টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 04:35, 3 April 2020 (ইউ.টি.চি.)

ইংৰাজী ভাষাৰ প্ৰবন্ধ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি অনুবাদ সম্পূৰ্ণ নকৰাকৈ ইংৰাজী ৱিকিৰ প্ৰবন্ধ অসমীয়া ৱিকিত প্ৰকাশ নকৰিব। অসমীয়া ৱিকিত এনেকুৱা বহুতো প্ৰবন্ধ আছে, যিবোৰৰ অনুবাদ হোৱা নাই আৰু অনা-অসমীয়া ভাষাতে থাকি গৈছে। বহুতে আকৌ অনুবাদ কৰিম বুলি ভাবি পাহৰি যায়, আৰু প্ৰবন্ধটোৰ অধিকাংশ অনা-অসমীয়া ভাষাতে ৰৈ যায়। আপুনি Content Translation ব্যৱহাৰ কৰিব পাৰে, তাত আধৰুৱা প্ৰবন্ধসমূহ draft বা খচৰা হিচাপে ৰাখিব পাৰিব আৰু অনুবাদ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰকাশ কৰিব পাৰিব। --SlowPhoton (talk) 17:13, 9 April 2020 (ইউ.টি.চি.)

ইংৰাজী ভাষাৰ প্ৰবন্ধ[সম্পাদনা কৰক]

নিশ্চয় ৷ মই অৱশ্যে আজিলৈকে আধৰুৱাকৈ একো প্ৰবন্ধ এৰা নাই ৷ ঠিক আছে বাৰু ৷ এইবাৰৰ পৰা তেনেকৈ নকৰোঁ ৷ বৰ্তমান লিখি থকা কেইটা এইকেইদিনতে শেষ কৰিম ৷ --ঈশান জ্যোতি বৰা (talk) 05:36, 10 April 2020 (ইউ.টি.চি.)

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ — চাণক্য (বাৰ্তা) 02:48, 18 April 2020 (ইউ.টি.চি.)

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

Allaroundamazingbarnstar.png অমূল্য অৱদান পদক
এক শতক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। আশা কৰোঁ, আগলৈও তুমি এনেদৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা।

বাবুল বৈশ্য (talk) 14:07, 18 April 2020 (ইউ.টি.চি.)

বিশিষ্ট লেখক পদক[সম্পাদনা কৰক]

Writers Barnstar Hires.png বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ কৃতজ্ঞতা জনালোঁ৷ ঈশান জ্যোতি বৰা (talk)

Wiki Loves Women South Asia 2020[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2020.svg

Hello!

Thank you for your contribution in Wiki Loves Women South Asia 2020. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last at June 10 for claiming your prize for the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:10, 31 May 2020 (ইউ.টি.চি.)

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Wiki Loves Women South Asia Barnstar Award[সম্পাদনা কৰক]

WLW Barnstar.png
Wiki Loves Women South Asia 2020.svg

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)

অক্টোবৰ মাহৰ ৱিকিমিডিয়ান[সম্পাদনা কৰক]

ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ বাৰটা নতুন প্ৰবন্ধৰ সৃষ্টিৰে আপোনাৰ অৱদান অমূল্য।

Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation[সম্পাদনা কৰক]

Mahatma-Gandhi, studio, 1931.jpg

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 18:01, 26 October 2020 (ইউ.টি.চি.)

গ্ৰন্থকীট পদক[সম্পাদনা কৰক]

Writers Barnstar Hires.png গ্ৰন্থকীট পদক।
অক্টোবৰ মাহত ভিন্নসুৰী কেইবাখনো গ্ৰন্থ সম্পৰ্কীয় প্ৰৱন্ধৰ সুবাসেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) 14:59, 29 October 2020 (ইউ.টি.চি.)

অশেষ ধন্যবাদ ঈশান জ্যোতি বৰা (talk) 16:10, 29 October 2020 (ইউ.টি.চি.)

Reminder: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

প্ৰবন্ধ একত্ৰিকৰণ[সম্পাদনা কৰক]

আপুনি শেহতিয়াকৈ সৃষ্টি কৰা দুটা প্ৰবন্ধ ৱিকিত আগৰে পৰা আছে। অনুগ্ৰহ কৰি প্ৰবন্ধকেইটা একত্ৰিত কৰে যেন। ৱাংগালা -> ওৱাংগালা উৎসৱ আৰু য়াঅ'চাং -> য়াওচাং। সহায়ৰ বাবে ৱিকিপিডিয়া:একত্ৰিতকৰণ চাব পাৰে। --SlowPhoton (talk) 04:38, 5 December 2020 (ইউ.টি.চি.)

সমৰ্থন[সম্পাদনা কৰক]

হয়৷ কৰিম৷ ধন্যবাদ৷ ঈশান জ্যোতি বৰা (talk) 04:51, 5 December 2020 (ইউ.টি.চি.)

প্ৰবন্ধ এটা অনুবাদ কৰিবলৈ লোৱাৰ আগত আন্তঃৱিকি লিংকটো বা ৱিকিডাটা পৰীক্ষা কৰি ললে, এনে ভুল নহয়। পাৰিলে লগেলগে ৱিকিডাটা আইটেম আপডেট কৰি দিব লাগে। বাবুল বৈশ্য (talk) 05:11, 5 December 2020 (ইউ.টি.চি.)

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Rangoli on Diwali 2020 at Moga, Punjab, India.jpg

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)

বৰ্ষশ্ৰেষ্ঠ প্ৰৱন্ধকাৰ পদক (২০২০)[সম্পাদনা কৰক]

Content Creativity Barnstar Hires.png বৰ্ষশ্রেষ্ঠ প্ৰৱন্ধকাৰ পদক।
গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে ২০২০ বৰ্ষটোত আপোনাৰ দ্বাৰা সম্পাদিত প্ৰৱন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (talk) 17:29, 28 December 2020 (ইউ.টি.চি.)

Reminder: Wikipedia 20th celebration "the way I & my family feels"[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:02, 1 January 2021 (ইউ.টি.চি.)

Wikipedia 20th anniversary celebration edit-a-thon[সম্পাদনা কৰক]

WP20Symbols CAKE1.svg

Dear editor,

I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.)

একে বিষয়ৰ প্ৰবন্ধৰ পুনৰ সৃষ্টি[সম্পাদনা কৰক]

তুমি শেহতীয়া ভাবে সৃষ্টি কৰা বৈশালী মহান্তি আৰু আৰুচি নিশাংক প্ৰবন্ধ দুটা ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত আছিলেই। অৱশ্যে পূৰ্বে সৃষ্টি কৰা প্ৰবন্ধ দুটাৰ আৰু তুমি সৃষ্টি কৰা প্ৰবন্ধ দুটাৰ শিৰোনামৰ বানানৰ ভিন্নতা আছে। অনুগ্ৰহ কৰি অন্য ৱিকিৰ পৰা অসমীয়ালৈ প্ৰবন্ধ অনুদিত কৰাৰ পূৰ্বে চাই লবা অসমীয়াত ইতিমধ্যে সেইটো প্ৰবন্ধ বেলেগে সৃষ্টি কৰি থৈছে নেকি। প্ৰবন্ধ এটা সৃষ্টি কৰি লগেলগে ৱিকিডাটাৰ সৈতে সংযোগ কৰি থলে ভাল হয়।

বাবুল বৈশ্য (talk) 17:18, 5 February 2021 (ইউ.টি.চি.)

সুলেখিত প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

Feather Barnstar Hires.png সুলেখিত প্ৰৱন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, নিত্য-নতুন নিটোল গাঁ‌থনি আৰু নিখুঁ‌ত ভাষাশৈলীৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 03:36, 1 March 2021 (ইউ.টি.চি.)

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)

পদক[সম্পাদনা কৰক]

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biography Barnstar 2019.png জীৱনীকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত নিত্য নতুন উচ্চ মানবিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সংযোজনৰ ধাৰা অব্যাহত ৰাখি অসমীয়া ৱিকিপিডিয়াক পূৰ্বতকৈয়ো অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। -অসমীয়া ৱিকিমিডিয়া সমাজ

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় ঈশান জ্যোতি বৰা,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)