সদস্য বাৰ্তা:Ishanjyotibora

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:ঈশান জ্যোতি বৰাৰ পৰা পুনঃনিৰ্দেশিত)

বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে তোমালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো। আগলৈও তুমি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ। -জলি বৰা (talk) 13:57, 27 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিমিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিমিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

সমূহ সদস্যৰ হৈ Gitartha.bordoloi (talk) ২৩:৪০, ৩১ আগষ্ট ২০১৯ (IST)

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

Emoji u1f42f.svg ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:58, 21 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মাৰ্চ (২০২০) মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

--জলি বৰা (talk) 23:20, 28 February 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ[সম্পাদনা কৰক]

Wiki Loves Women Barnstar.svg ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:35, 3 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ইংৰাজী ভাষাৰ প্ৰবন্ধ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি অনুবাদ সম্পূৰ্ণ নকৰাকৈ ইংৰাজী ৱিকিৰ প্ৰবন্ধ অসমীয়া ৱিকিত প্ৰকাশ নকৰিব। অসমীয়া ৱিকিত এনেকুৱা বহুতো প্ৰবন্ধ আছে, যিবোৰৰ অনুবাদ হোৱা নাই আৰু অনা-অসমীয়া ভাষাতে থাকি গৈছে। বহুতে আকৌ অনুবাদ কৰিম বুলি ভাবি পাহৰি যায়, আৰু প্ৰবন্ধটোৰ অধিকাংশ অনা-অসমীয়া ভাষাতে ৰৈ যায়। আপুনি Content Translation ব্যৱহাৰ কৰিব পাৰে, তাত আধৰুৱা প্ৰবন্ধসমূহ draft বা খচৰা হিচাপে ৰাখিব পাৰিব আৰু অনুবাদ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰকাশ কৰিব পাৰিব। --SlowPhoton (talk) 17:13, 9 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ইংৰাজী ভাষাৰ প্ৰবন্ধ[সম্পাদনা কৰক]

নিশ্চয়। মই অৱশ্যে আজিলৈকে আধৰুৱাকৈ একো প্ৰবন্ধ এৰা নাই। ঠিক আছে বাৰু। এইবাৰৰ পৰা তেনেকৈ নকৰোঁ। বৰ্তমান লিখি থকা কেইটা এইকেইদিনতে শেষ কৰিম। --ঈশান জ্যোতি বৰা (talk) 05:36, 10 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। — চাণক্য (বাৰ্তা) 02:48, 18 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

Allaroundamazingbarnstar.png অমূল্য অৱদান পদক
এক শতক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। আশা কৰোঁ, আগলৈও তুমি এনেদৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা।

বাবুল বৈশ্য (talk) 14:07, 18 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিশিষ্ট লেখক পদক[সম্পাদনা কৰক]

Writers Barnstar Hires.png বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ কৃতজ্ঞতা জনালোঁ। ঈশান জ্যোতি বৰা (talk)

Wiki Loves Women South Asia 2020[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2020.svg

Hello!

Thank you for your contribution in Wiki Loves Women South Asia 2020. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last at June 10 for claiming your prize for the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:10, 31 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Wiki Loves Women South Asia Barnstar Award[সম্পাদনা কৰক]

WLW Barnstar.png
Wiki Loves Women South Asia 2020.svg

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অক্টোবৰ মাহৰ ৱিকিমিডিয়ান[সম্পাদনা কৰক]

ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ বাৰটা নতুন প্ৰবন্ধৰ সৃষ্টিৰে আপোনাৰ অৱদান অমূল্য।

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation[সম্পাদনা কৰক]

Mahatma-Gandhi, studio, 1931.jpg

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 18:01, 26 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

গ্ৰন্থকীট পদক[সম্পাদনা কৰক]

Writers Barnstar Hires.png গ্ৰন্থকীট পদক।
অক্টোবৰ মাহত ভিন্নসুৰী কেইবাখনো গ্ৰন্থ সম্পৰ্কীয় প্ৰবন্ধৰ সুবাসেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) 14:59, 29 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ ঈশান জ্যোতি বৰা (talk) 16:10, 29 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Reminder: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

প্ৰবন্ধ একত্ৰীকৰণ[সম্পাদনা কৰক]

আপুনি শেহতিয়াকৈ সৃষ্টি কৰা দুটা প্ৰবন্ধ ৱিকিত আগৰে পৰা আছে। অনুগ্ৰহ কৰি প্ৰবন্ধকেইটা একত্ৰিত কৰে যেন। ৱাংগালা -> ওৱাংগালা উৎসৱ আৰু য়াঅ'চাং -> য়াওচাং। সহায়ৰ বাবে ৱিকিপিডিয়া:একত্ৰিতকৰণ চাব পাৰে। --SlowPhoton (talk) 04:38, 5 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

হয়। কৰিম। ধন্যবাদ। ঈশান জ্যোতি বৰা (talk) 04:51, 5 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

প্ৰবন্ধ এটা অনুবাদ কৰিবলৈ লোৱাৰ আগত আন্তঃৱিকি লিংকটো বা ৱিকিডাটা পৰীক্ষা কৰি ললে, এনে ভুল নহয়। পাৰিলে লগেলগে ৱিকিডাটা আইটেম আপডেট কৰি দিব লাগে। বাবুল বৈশ্য (talk) 05:11, 5 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Rangoli on Diwali 2020 at Moga, Punjab, India.jpg

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২০)[সম্পাদনা কৰক]

Content Creativity Barnstar Hires.png বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক।
গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে ২০২০ বৰ্ষটোত আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (talk) 17:29, 28 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Reminder: Wikipedia 20th celebration "the way I & my family feels"[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:02, 1 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Wikipedia 20th anniversary celebration edit-a-thon[সম্পাদনা কৰক]

WP20Symbols CAKE1.svg

Dear editor,

I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

একে বিষয়ৰ প্ৰবন্ধৰ পুনৰ সৃষ্টি[সম্পাদনা কৰক]

তুমি শেহতীয়া ভাবে সৃষ্টি কৰা বৈশালী মহান্তি আৰু আৰুচি নিশাংক প্ৰবন্ধ দুটা ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত আছিলেই। অৱশ্যে পূৰ্বে সৃষ্টি কৰা প্ৰবন্ধ দুটাৰ আৰু তুমি সৃষ্টি কৰা প্ৰবন্ধ দুটাৰ শিৰোনামৰ বানানৰ ভিন্নতা আছে। অনুগ্ৰহ কৰি অন্য ৱিকিৰ পৰা অসমীয়ালৈ প্ৰবন্ধ অনূদিত কৰাৰ পূৰ্বে চাই লবা অসমীয়াত ইতিমধ্যে সেইটো প্ৰবন্ধ বেলেগে সৃষ্টি কৰি থৈছে নেকি। প্ৰবন্ধ এটা সৃষ্টি কৰি লগেলগে ৱিকিডাটাৰ সৈতে সংযোগ কৰি থলে ভাল হয়।

বাবুল বৈশ্য (talk) 17:18, 5 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সুলেখিত প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

Feather Barnstar Hires.png সুলেখিত প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, নিত্য-নতুন নিটোল গাঁ‌থনি আৰু নিখুঁ‌ত ভাষাশৈলীৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 03:36, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biography Barnstar 2019.png জীৱনীকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত নিত্য নতুন উচ্চ মানবিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সংযোজনৰ ধাৰা অব্যাহত ৰাখি অসমীয়া ৱিকিপিডিয়াক পূৰ্বতকৈয়ো অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। -অসমীয়া ৱিকিমিডিয়া সমাজ

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Ishanjyotibora,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় Ishanjyotibora,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Request for information (WLWSA Newsletter #1)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021view details!
Wiki Loves Women South Asia.svg
Thank you for organizing the Wiki Loves Women South Asia 2021 edition locally in your community. For the convenience of communication and coordination, the information of the organizers/judges is being collected through a Google form, we request you to fill it out.

This message has been sent to you because you are listed as a local organizer/judge in Metawiki. If you have changed your decision to remain as an organizer/judge, update the list.

Regards,
Wiki Loves Women Team 11:35, 31 August 2021 (ইউ.টি.চি.)

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary[সম্পাদনা কৰক]

Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

আয়োজক পদক[সম্পাদনা কৰক]

Wiki Loves Women South Asia - as.svg আয়োজক পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদকটি আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 16:24, 1 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অক্টোবৰ মাহৰ (২০২১) ৱিকিপিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ


WLWSA-2021 Newsletter #6 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Wiki Loves Women South Asia.svg
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:24, 17 November 2021 (ইউ.টি.চি.)

Invitation to organize Feminism and Folklore 2022[সম্পাদনা কৰক]

Dear Ishanjyotibora,

You are humbly invited to organize Feminism and Folklore 2022 writing competion. This year Feminism and Folklore will focus on feminism, women biographies and gender-focused topics for the project in league with Wiki Loves Folklore gender gap focus with folk culture theme on Wikipedia.

You can help us in enriching the folklore documentation on Wikipedia from your region by creating or improving articles based on folklore around the world, including, but not limited to folk festivals, folk dances, folk music, women and queer personalities in folklore, folk culture (folk artists, folk dancers, folk singers, folk musicians, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales and more. Users can contribute to new articles or translate from the list of suggested articles here.

Organizers can sign up their local community using Sign up page and create a local contest page as one on English Wikipedia. You can also support us in translating the project page and help us spread the word in your native language.

Learn more about the contest and prizes from our project page. Feel free to contact us on our talk page or via Email if you need any assistance.

Looking forward for your immense coordination.

Thank you.

Feminism and Folklore Team,

Tiven2240

05:17, 11 January 2022 (ইউ.টি.চি.)

International Mother Language Day 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) উত্তৰ দিয়ক[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

International Women's Month 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

WLWSA-2021 Newsletter #7 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Wiki Loves Women South Asia.svg
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:09, 1 April 2022 (ইউ.টি.চি.)

বিচাৰক পদক[সম্পাদনা কৰক]

Jury icon rus.png বিচাৰক পদক
প্ৰিয় সতীৰ্থ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, তাৰেই কৃতজ্ঞতা স্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদক এটি আগবঢ়ালো। --Chandan Chiring Phukon  Chat 16:00, 29 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অসমীয়া ৱিকিপিডিয়াই আগবঢ়োৱা এই আদৰ আৰু সন্মান আনন্দেৰে গ্ৰহণ কৰিলোঁ। ধন্যবাদ। ঈশান জ্যোতি বৰা (বাৰ্তা) 18:07, 29 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

June Month Celebration 2022 edit-a-thon[সম্পাদনা কৰক]

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

Thanks for organizing Feminism and Folklore[সম্পাদনা কৰক]

Dear Organiser/Jury

Thank you so much for your enormous contribution during the Feminism and Folklore 2022 writing competition. We appreciate your time and efforts throughout the competition to bridge cultural and gender gap on Wikipedia. We are sending you a special postcard as a token of our appreciation and gratitude. Please fill out this form by July 20th 2022 to receive a postcard from us. We look forward to seeing you in 2023 next year.

Stay safe!

Gaurav Gaikwad.

International Team

Feminism and Folklore MediaWiki message delivery (বাৰ্তা) 13:50, 10 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সাহিত্য সৌৰভ পদক[সম্পাদনা কৰক]

Literary Barnstar.png হে ৱিকিসতীৰ্থ, জুলাই মাহত অসমীয়া ৱিকিপিডিয়াত আপুনি লিখা সাহিত্য সম্পৰ্কীয় ভালেসংখ্যক উচ্চমানৰ প্ৰবন্ধৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত কৃতজ্ঞ। এই অমূল্য অৱদানৰ প্ৰতি সন্মান জনাই আপোনালৈ এই পদকটি যাচিলোঁ‌। - অসমীয়া ৱিকিমিডিয়া সমাজ

পঞ্চশতক তাৰকা পদক[সম্পাদনা কৰক]

Decent Article Barnstar 1br Degree Hires 500.png পঞ্চশতক তাৰকা পদক
অসমীয়া ৱিকিপিডিয়াত ৫০০+ প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদক আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি এনেদৰেই আপোনাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 02:56, 29 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ঈশান জ্যোতি বৰা (বাৰ্তা) 08:01, 1 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মনোবিজ্ঞান তত্ত্ব পদক[সম্পাদনা কৰক]

Barnstar-rotating-psychology.gif মনোবিজ্ঞান তত্ত্ব পদক
চলিত মাহত অসমীয়া ৱিকিপিডিয়াত মনোবিজ্ঞান সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ সৃষ্টিৰ লগতে ৱিকিমিডিয়া কমন্সতো বৰঙনি আগবঢ়াই ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ তোমালৈ এই পদকটো আগবঢ়াইছোঁ। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 04:03, 18 September 2022 (ইউ.টি.চি.)|}উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Chiring chandan: ধন্যবাদ।ঈশান জ্যোতি বৰা (বাৰ্তা) 06:02, 19 September 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Indic Wiki Improve-a-thon 2022[সম্পাদনা কৰক]

Dear Wikimedian, Glad to inform you that CIS-A2K is going to conduct an event, Indic Wiki improve-a-thon 2022, for the Indic language. It will run from 15 December to 5 January 2023. It will be an online activity however if communities want to organise any on-ground activity under Improve-a-thon that would also be welcomed. The event has its own theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. We invite you to plan a short activity under this event and work on the content on your local Wikis. The event is not restricted to a project, anyone can edit any project by following the theme. The event page link is here. The list is under preparation and will be updated soon. The community can also prepare their list for this improve-a-thon. If you have question or concern please write on here. Regards MediaWiki message delivery (বাৰ্তা) 07:35, 12 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Indic Wiki Improve-a-thon 2022 has started[সম্পাদনা কৰক]

Dear Wikimedians, As you already know, Indic Wiki improve-a-thon 2022 has started today. It runs from 15 December (today) to 5 January 2023. This is an online activity however if communities want to organise any on-ground activity under Improve-a-thon please let us know at program@cis-india.org. Please note the event has a theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. The event is not restricted to a particular project. The event page link is here please add your name in the participant's section. A few lists are there and we will add more. The community can also prepare their list for this improve-a-thon but we suggest you list stub articles from your Wiki. If you have a question or concern please write here. Regards MediaWiki message delivery (বাৰ্তা) 08:30, 15 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Invitation to organize Feminism and Folklore 2023[সম্পাদনা কৰক]

Feminism and Folklore 2023 logo.svg
অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Ishanjyotibora,

Christmas Greetings and a Happy New Year 2023,

You are humbly invited to organize the Feminism and Folklore 2023 writing competition from February 1, 2023, to March 31, 2023. This year, Feminism and Folklore will focus on feminism, women's issues, and gender-focused topics for the project, with a Wiki Loves Folklore gender gap focus and a folk culture theme on Wikipedia.

You can help Wikipedia's coverage of folklore from your area by writing or improving articles about things like folk festivals, folk dances, folk music, women and queer folklore figures, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales, and more. Users can help create new articles, expand or translate from a list of suggested articles.

Organisers are requested to work on the following action items to sign up their communities for the project:

  1. Create a page for the contest on the local wiki.
  2. Set up a fountain tool or dashboard.
  3. Create the local list and mention the timeline and local and international prizes.
  4. Request local admins for site notice.
  5. Link the local page and the fountain/dashboard link on the meta project page.

This year we would be supporting the community's financial aid for Internet and childcare support. This would be provided for the local team including their jury and coordinator team. This support is opt-in and non mandatory. Kindly fill in this Google form and mark a mail to support@wikilovesfolklore.org with the subject line starting as [Stipend] Name or Username/Language. The last date to sign up for internet and childcare aid from our team is 20th of January 2023, We encourage the language coordinators to sign up their community on this link by the 25th of January 2023.

Learn more about the contest and prizes on our project page. Feel free to contact us on our meta talk page or by email us if you need any assistance.

We look forward to your immense coordination.

Thank you and Best wishes,

Feminism and Folklore 2023 International Team

Stay connected B&W Facebook icon.png  B&W Twitter icon.png

--MediaWiki message delivery (বাৰ্তা) 10:11, 24 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অমূল্য অৱদান পদক (২০২২)[সম্পাদনা কৰক]

Allaroundamazingbarnstar.png অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। ২০২২ বৰ্ষত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 05:42, 1 January 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

@Nayan j Nath:ধন্যবাদ নয়ন।

এডিটাথনৰ তেজীঘোঁৰা[সম্পাদনা কৰক]

BlackHeraldicHorse.svg এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত তড়িৎ গতিত সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে
-Chandan Chiring Phukon Chat 06:38, 26 February 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Chiring chandan:ধন্যবাদ মিত্ৰ ঈশান জ্যোতি বৰা (বাৰ্তা) 06:41, 26 February 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Women's Month Datathon on Commons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Women's Month Datathon on Commons Online Session[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]