সদস্য বাৰ্তা:অনামিকা(চুমু) বড়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ, ২০১৯[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

 দিব্য দত্ত (বাৰ্তা) 17:51, 1 November 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:11, 21 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: মে’, ২০২০[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (বাৰ্তা) 15:37, 30 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ দাদা অনামিকা(চুমু) বড়া (talk) 15:46, 30 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছাজিদ-ৱাজিদ পৃষ্ঠাটো আপুনি সৃষ্টি কৰাৰ আগতে ৱাজিদ খান নামেৰে অসমীয়া ৱিকিত সৃষ্টি কৰা হ'ল। যিহেতু পৃষ্ঠাটোৰ লগত যথেষ্ট সময় খৰছ কৰা হ;ল, সেয়ে একেখিনি তথ্যৰে আপুনি আৰম্ভ কৰা কিন্তু এতিয়ালৈকে নিলিখা পৃষ্ঠাটোৰ বিষয়ে আপোনাক পুনৰাই ভাবিবলৈ অনুৰোধ কৰিলোঁ।JyotiPN (talk) 13:09, 1 June 2020 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

ৱাজিদ খান (সংগীত পৰিচালক) পৃষ্ঠাটো ছাজিদ-ৱাজিদলৈ স্থানান্তৰ কৰা হ’ব, যিহেতু ইংৰাজী ৱিকিত এই নামেৰেই প্ৰবন্ধটো আছে আৰু ৱাজিদ খান দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা সৃষ্টি কৰা হ’ব। দিব্য দত্ত (বাৰ্তা) 16:03, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱাজিদ খান (সংগীত পৰিচালক) পৃষ্ঠাটো ছাজিদ-ৱাজিদ পৃষ্ঠাৰপৰা হুবহু অনুবাদ নকৰি আজিৰ কাকত সমূহৰ নিউজৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছে। সেয়ে অনামিকা বৰাই পিছত সৃষ্টি কৰা পৃষ্ঠাটোত ৱাজিদ খান (সংগীত পৰিচালক)ৰ সম্পাদনা ব্যৱহাৰ নকৰিলে সুখী হ'ম। পৃষ্ঠাটো স্থানান্তৰ নকৰি তেওঁ পুনৰ নতুন পৃষ্ঠা এটা কিয় সৃষ্টি কৰিলে বুজি পোৱা নগ'ল।JyotiPN (talk) 16:27, 1 June 2020 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

ছাজিদ-ৱাজিদ আৰু ৱাজিদ খান(সংগীত শিল্পী) দুয়োটা পৃথক বিষয়। ছাজিদ-ৱাজিদ তেওঁলোকদুজনাৰ মিউজিক বেণ্ড। গতিকে দুয়োটা প্ৰবন্ধই সুকীয়া আৰু ৱিকিতো দুয়োটা প্ৰবন্ধ থাকিব লাগে। প্ৰাণজ্যোতি নাথ আৰু দিব্য দত্ত, আপোনালোকে পৃষ্ঠাদুটা একেটা নকৰিব আৰু ডিলিট নকৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) 17:18, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একেখিনি কথাকে পুনৰাবৃত্তি নকৰাকৈ যদি দুটা সুকীয়া প্ৰবন্ধ লিখিব পাৰি, তেতিয়া লিখিব পাৰে। মিউজিক বেণ্ডৰ বাবে ছাজিদ-ৱাজিদ (মিউজিক বেণ্ড) নামৰ প্ৰবন্ধ লিখিবলৈ পৰামৰ্শ আগবঢ়ালোঁ। তেতিয়া বিষয়টো অধিক স্পষ্ট হব। দিব্য দত্ত (বাৰ্তা) 17:31, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যিহেতু মিউজিক বেণ্ডটোৰ কথা আৰম্ভ কৰা প্ৰবন্ধটো ৱাজিদ খান সংগীত পৰিচালক প্ৰবন্ধলৈ লৈ যোৱা হ'ল আৰু সেইটো প্ৰবন্ধ ৱাজিদ খানৰ ঠাইত ছাজিদ-ৱাজিদ দুয়োজনৰ বিষয়ে লিখি প্ৰবন্ধটো ছাজিদ ৱাজিদ নাম দি দিয়া হ'ল, গতিকে নতুনকৈ মিউজিক বেণ্ডটোৰ বিষয়ে লিখাৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ।ৱাজিদ খান সংগীত পৰিচালক প্ৰবন্ধটো কেৱল ৱাজিদ খানৰ জীৱনীৰ বিষয়ে থাকিব বুলিহে পৃথক প্ৰবন্ধৰ কথা কৈছিলো। বিষয়টি ইমানতে সামৰিলোঁ, ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) 18:12, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation[সম্পাদনা কৰক]

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 18:11, 26 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thankyou. অনামিকা(চুমু) বড়া (talk) 18:54, 3 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

THANKYOU. I WILL TRY TO PARTICIPATE অনামিকা(চুমু) বড়া (talk) 18:54, 3 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: ডিচেম্বৰ ২০২০[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

--জলি বৰা (talk) 18:20, 30 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


@Joli: ধন্যবাদ বাইদেউ।

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপত্ৰিকা পদক (২০২০)[সম্পাদনা কৰক]

ৱিকিপত্ৰিকা পদক
মাহেকীয়া ভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ ক্ষেত্ৰৰ আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ বাবে ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (talk) 04:20, 29 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath: কৃতজ্ঞ🙏 অনামিকা(চুমু) বড়া (talk) 15:17, 29 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Wikipedia 20th celebration "the way I & my family feels"[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:27, 1 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰহ্লাদ চৰিত্ৰ[সম্পাদনা কৰক]

তুমি সৃষ্টি কৰা প্ৰহ্লাদ চৰিত্ৰ শীৰ্ষক প্ৰবন্ধটো কি বিষয়ক? প্ৰহ্লাদ চৰিত্ৰ এখন গ্ৰন্থৰ নাম নে সেই নামৰ পৌৰাণিক চৰিত্ৰটোৰ বিশ্লেষণ? প্ৰবন্ধটোত অধ্যায় সমূহৰ বৰ্ণনা কৰা তথা অসমীয়া ধৰ্মগ্ৰন্থ শ্ৰেণীটোক সংযোগ কৰালৈ চাই 'প্ৰহ্লাদ চৰিত্ৰ' এখন গ্ৰন্থৰ নাম যেনেই লাগিছে৷ যদি গ্ৰন্থ হয়, তেন্তে ইয়াৰ লেখক দ্বিজৰত্ন নে শঙ্কৰদেৱ? বাবুল বৈশ্য (talk) 02:32, 6 January 2021 (ইউ.টি.চি.) @Babulbaishya:দাদাা প্ৰবন্ধটো কীৰ্তনত থকা প্ৰহ্লাদ চৰিত্ৰ আখ্যানটোৰ। গ্ৰন্থ নহয়। অনামিকা(চুমু) বড়া (talk) 16:30, 12 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৰঙা লিংক অপসাৰণ পদক[সম্পাদনা কৰক]

ৰঙা লিংক অপসাৰণ পদক
প্ৰিয় সতীৰ্থ, মে' মাহত ভালেসংখ্যক প্ৰবন্ধ সৃষ্টিৰে হোমেন বৰগোহাঞি নামৰ প্ৰবন্ধকে ধৰি বিভিন্ন প্ৰবন্ধৰ ৰঙা লিংকসমূহ আঁতৰাবলৈ তথা ৱিকিপিডিয়াক এক উন্নত মানদণ্ড প্ৰদানৰ হেতু যি অহোপুৰুষাৰ্থ কৰিছা তাৰ বাবে অসমীয়া ৱিকিপিডিয়া সমাজ চিৰকৃতজ্ঞ। তাৰেই প্ৰতিদানস্বৰূপে তোমলৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 06:03, 29 মে' 2021 (ইউ.টি.চি.)

@Nayan j Nath: ধন্যবাদ সতীৰ্থ।

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় অনামিকা(চুমু) বড়া,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

শততম প্ৰবন্ধ পদক[সম্পাদনা কৰক]

ৱিকি শতক পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
সু-হৃদ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!--Nayan j Nath (বাৰ্তা) 19:04, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath: ধন্যবাদ জনালোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) 18:24, 1 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feedback for Mini edit-a-thons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary[সম্পাদনা কৰক]

Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


WLWSA-2021 Newsletter #6 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:25, 17 November 2021 (ইউ.টি.চি.)

International Mother Language Day 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) [উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

International Women's Month 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

June Month Celebration 2022 edit-a-thon[সম্পাদনা কৰক]

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

ৱিকিপত্ৰিকা পদক[সম্পাদনা কৰক]

ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। -Chandan Chiring Phukon Chat 08:27, 1 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Indic Wiki Improve-a-thon 2022[সম্পাদনা কৰক]

Dear Wikimedian, Glad to inform you that CIS-A2K is going to conduct an event, Indic Wiki improve-a-thon 2022, for the Indic language. It will run from 15 December to 5 January 2023. It will be an online activity however if communities want to organise any on-ground activity under Improve-a-thon that would also be welcomed. The event has its own theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. We invite you to plan a short activity under this event and work on the content on your local Wikis. The event is not restricted to a project, anyone can edit any project by following the theme. The event page link is here. The list is under preparation and will be updated soon. The community can also prepare their list for this improve-a-thon. If you have question or concern please write on here. Regards MediaWiki message delivery (বাৰ্তা) 07:35, 12 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Indic Wiki Improve-a-thon 2022 has started[সম্পাদনা কৰক]

Dear Wikimedians, As you already know, Indic Wiki improve-a-thon 2022 has started today. It runs from 15 December (today) to 5 January 2023. This is an online activity however if communities want to organise any on-ground activity under Improve-a-thon please let us know at program@cis-india.org. Please note the event has a theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. The event is not restricted to a particular project. The event page link is here please add your name in the participant's section. A few lists are there and we will add more. The community can also prepare their list for this improve-a-thon but we suggest you list stub articles from your Wiki. If you have a question or concern please write here. Regards MediaWiki message delivery (বাৰ্তা) 08:30, 15 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Women's Month Datathon on Commons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Women's Month Datathon on Commons Online Session[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Image Description Month in India Campaign[সম্পাদনা কৰক]

Dear Wikimedian,

A2K has conducted an online activity or campaign which is an ongoing Image Description Month in India description-a-thon, a collaborative effort known as Image Description Month. This initiative aims to enhance image-related content across Wikimedia projects and is currently underway, running from October 1st to October 31st, 2023. Throughout this event, our focus remains centered on three primary areas: Wikipedia, Wikidata, and Wikimedia Commons. We have outlined several tasks, including the addition of captions to images on Wikipedia, the association of images with relevant Wikidata items, and improvements in the organization, categorization, and captions of media files on Wikimedia Commons.

To participate, please visit our dedicated event page. We encourage you to sign up on the respective meta page and generously contribute your time and expertise to make essential and impactful edits.

Should you have any questions or require further information, please do not hesitate to reach out to me at nitesh@cis-india.org or Nitesh (CIS-A2K).

Your active participation will play a significant role in enriching Wikimedia content, making it more accessible and informative for users worldwide. Join us in this ongoing journey of improvement and collaboration. Regards MediaWiki message delivery (বাৰ্তা) 16:09, 10 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]