সদস্য বাৰ্তা:Joli

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

--অম্লান 15:39, 26 নভেম্বৰ 2011 (UTC)

ধন্যবাদ -- Joli 11:46, 4 ডিচেম্বৰ 2011 (UTC)

আপুনি kingdom, phylum, class, order আদিবোৰৰ অসমীয়া প্ৰতিশব্দ জানে যদি মোলৈ বাৰ্তা হিছাপে পঠিয়াই দিবচোন। সাঁচটো ঠিক কৰিব লাগিব। গীতাৰ্থ বৰদলৈ 17:15, 17 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ। গীতাৰ্থ বৰদলৈ

আপুনি ৱিকিপিডিয়াত খুব সুন্দৰ কাম কৰি আছে। গীতাৰ্থ বৰদলৈ 16:59, 19 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ ৷ বহুদিনৰ পৰা পৰিকল্পনা কৰিও নানা অসুবিধাৰ বাবে ভালদৰে লাগিব পৰা নাছিলো ৷ এতিয়া আৰম্ভ কৰিব পাৰি ভাল লাগিছে৷ জলি বৰা 03:41, 20 ফেব্ৰুৱাৰী 2012 (UTC)

জলী বা, এই সাঁচটোও চাবচোন, ইয়াৰে জীৱবিজ্ঞান শাখাটো ভাঙনি কৰিব দিব পাৰিব নেকি? http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%9A:Science
দীপাংকৰ চেতিয়া বাৰ্তা 18:13, 19 ফেব্ৰুৱাৰী 2012 (UTC)

চালো ৷ কেইটামানৰ অসমীয়া প্ৰতিশব্দ জানো, বাকীবোৰ মনত পেলাব লাগিব-পাহৰিছো ৷ দুদিনমানৰ ভিতৰত ভাঙনি কৰি দিম বাৰু ৷ জলি বৰা 03:55, 20 ফেব্ৰুৱাৰী 2012 (UTC)

The Working Woman's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

এ, মই আৰম্ভ কৰিছোঁ হে, এনে উপহাৰ পোৱাৰ জোখাৰে একোৱেই কৰিব পৰা নাই এতিয়াও ৷ তথাপি উৎসাহ যোগোৱাৰ বাবে ধন্যবাদ জনাইছোঁ ৷জলি বৰা 16:36, 20 ফেব্ৰুৱাৰী 2012 (UTC)

জীৱবিদ্যাৰ শব্দৰ ভাঙণি[সম্পাদনা কৰক]

ভাঙণি কেইটা দিয়া বাবে ধন্যবাদ জলি বা, মই সেইকেইটা সাঁচটোত সুমুৱাই দিছো বাৰু, বাকী থকাবোৰ আপুনি নিজেই সাঁচটোত সম্পাদনা কৰি দিব | দীপাংকৰ চেতিয়া বাৰ্তা 09:05, 21 ফেব্ৰুৱাৰী 2012 (UTC)

আৰম্ভণি[সম্পাদনা কৰক]

আপুনি প্ৰবন্ধ এটাত আৰম্ভণিৰ অংশ এটা নিলিখাকৈ নাথাকিব। তাত সাধাৰণতে গোটেই প্ৰবন্ধটোৰে সাৰাংশ লিখা থাকে। আৰম্ভণিখিনি লিখিলে প্ৰবন্ধটো চুটি হ'লেও দেখাত ভাল হয়। গীতাৰ্থ বৰদলৈ 13:18, 26 ফেব্ৰুৱাৰী 2012 (UTC)

কথাটো আঙুলিয়াই দিয়াৰ বাবে অশেষ ধন্যবাদ ৷ আগৰখিনিত আৰম্ভণি অংশটো লিখি দিম বাৰু, নতুনকৈ আৰম্ভ কৰা প্ৰবন্ধৰ ক্ষেত্ৰতো কথাটো মনত ৰাখিম ৷জলি বৰা 13:44, 26 ফেব্ৰুৱাৰী 2012 (UTC)

কৃতজ্ঞতা জ্ঞাপন[সম্পাদনা কৰক]

The Fauna Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আপুনি জীৱপ্ৰজাতি সমূহৰ বিষয়ে নতুন নতুন প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াৰ উন্নতি সাধন কৰা বাবে এই ক্ষুদ্ৰ উপহাৰটো প্ৰদান কৰিলো৷ আগলৈয়ো আপোনাৰ এনেধৰনৰ সহযোগ পাই থাকিম বুলি আশা কৰা হ’ল৷ বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:14, 27 ফেব্ৰুৱাৰী 2012 (UTC)

অশেষ ধন্যবাদ ৷ জলি বৰা 17:05, 27 ফেব্ৰুৱাৰী 2012 (UTC)

জলিবা, এটা সৰু অনুৰুধ| প্ৰবন্ধটো লিখোতে দাৰিদাল শব্দৰ লগতে লগাই দিবচোন, মানে এনেকৈ| এনেকৈ | নহয়| নাইবা শাৰীবোৰ ভাগি যায় আৰু বেয়া দেখায়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:50, 1 মাৰ্চ 2012 (UTC)

মই আকৌ তেনেকৈ দিলে আ-কাৰ যেন দেখাব বুলি ভাৱি দিয়া নাছিলো৷ এতিয়াৰ পৰা তেনেকৈয়ে দিম বাৰু৷ আৰু বেয়া নাপায় যদি মোক তুমি বুলিয়ে ক'ব, আপোনাতকৈ বয়সত সৰুয়ে হ'ম :)জলি বৰা (talk) 15:15, 1 মাৰ্চ 2012 (UTC)

ধন্যবাদ| আ কাৰ যেন দেখুৱাই কিছুমানত, সেইটো অসমীয়া ফণ্টৰ দোষ| উপাই নাই| আৰু তুমি বুলি মাতিবলৈ অনুমতি দিয়া বাবে তোমাক ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা

বৰদৈবাম বিলমুখ পক্ষী উদ্যান[সম্পাদনা কৰক]

অ’ বা পাৰিলে এইটো চাবচোন অলপ, চৰাইবোৰৰ নামবোৰ হ’লেও ভৰাব লাগিছিল। দীপাংকৰ চেতিয়া বাৰ্তা 11:23, 18 মাৰ্চ 2012 (UTC)
বাৰু বা, ম‍ই আৰম্ভ কৰিছিলো প্ৰবন্ধটো যি দুই এটা তথ্য পালো ভৰালো কিন্তু, বৰদৈবামৰ বিষয়ে ভালকৈ তথ্য ক’তো পোৱা নাযায়, তাৰোপৰি চৰাই নামবোৰৰ ইংৰাজী নামৰ পৰা অসমীয়া নাম লিখাটো মোৰ বাবে টান হৈছে (মোৰ আগৰ বাৰ্তাটোত কেবাটাও ভুল শব্দ লিখিলো, চাবৰ ঠাইত চাচোন বুলি লিখিছিলো বেয়া নাপাব দেই) দীপাংকৰ চেতিয়া বাৰ্তা 16:04, 18 মাৰ্চ 2012 (UTC)
তেনেকুৱা তালিকা এখন পালে বৰ সুবিধা হ’ল হেতেন? কিমান দিনৰ আগৰ প্ৰান্তিক বাৰু, ম‍ই খুচৰি চাম বাৰু, যোগাযোগ কৰিব পাৰিয়েই বা. দীপাংকৰ চেতিয়া বাৰ্তা 15:55, 19 মাৰ্চ 2012 (UTC)

লেতেকু পুখুৰী[সম্পাদনা কৰক]

লেতেকু পুখুৰী প্ৰবন্ধটো বৰ সৰু হৈ আছে| অনুগ্ৰহ কৰি বিস্তাৰ কৰিবানে?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:15, 9 এপ্ৰিল 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:03, 8 জুলাই 2012 (UTC))

প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
২৫ + প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত লিখি এইখন সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়াবইছো। আশাকৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা। বিষ্ণু শইকীয়া 15:22, 18 ডিচেম্বৰ 2012 (UTC)

-ধন্যবাদ দেই বিষ্ণুদা৷ চেষ্ঠা কৰিম সাধ্যানুসাৰে কাম কৰি যাবলৈ- এতিয়াও বহুত বাকী আছে৷--জলি বৰা (talk) 04:08, 19 ডিচেম্বৰ 2012 (UTC)

’}’ এইডালে পয়মাল লগাইছিল| ঠিক কৰি দিলো :) হাঃ হাঃ ... লাগি থাকিবা| বিষ্ণু শইকীয়া 15:25, 19 ডিচেম্বৰ 2012 (UTC)
) :) বহুত ধন্যবাদ৷ মই কেইবাবাৰো চেষ্টা কৰিও ঠিক কৰিব নোৱাৰি বাদেই দিছিলোঁ৷ আপুনি নোকোৱাকৈয়ে বুজিলে৷ --জলি বৰা (talk) 15:56, 19 ডিচেম্বৰ 2012 (UTC)

আপোনাক পদকৰ সলনি চালাম এটাকে দিছোঁ দেই! — গীতাৰ্থ বৰদলৈ (talk) 06:25, 14 জানুৱাৰী 2013 (UTC)

এনেকৈ লাজ নিদিব দেই৷ এতিয়াও বহুত বাকী কৰিবলৈ :) জলি বৰা (talk) 07:42, 14 জানুৱাৰী 2013 (UTC)

বঢ়িয়া, শালিকা পৃষ্ঠাখন ঘৰ শালিকালৈ পুনৰ্নিৰ্দেশ দি থলো| বিষ্ণু শইকীয়া 15:25, 7 ফেব্ৰুৱাৰী 2013 (UTC)

ধন্যবাদ । চৰাইবোৰ লগত চিনাকি হ'বলৈ চেষ্টা কৰি আছো । সমল গোটাব পাৰিলে লিখি থাকিম! হাড়গিলা আৰু বৰটোকলা এই দুটা চৰাইৰ চিনাকিত অলপ অনিশ্চয় হৈ আছো । http://bn.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%A1%E0%A6%BC%E0%A6%97%E0%A6%BF%E0%A6%B2%E0%A6%BE http://www.xobdo.org/asm/%E0%A6%B9%E0%A6%BE%E0%A7%9C%E0%A6%97%E0%A6%BF%E0%A6%B2%E0%A6%BE আৰু আমাৰ অসমীয়া ৱিকিপিডিয়াৰ তলৰ হাড়গিলা পৃষ্ঠাটো মন কৰবচোন! http://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%A1%E0%A6%BC%E0%A6%97%E0%A6%BF%E0%A6%B2%E0%A6%BE মৌচুমী (talk) 06:55, 10 এপ্ৰিল 2013 (UTC)

আধুনিক অসমীয়া শব্দকোষত(অভিধান) থকা শব্দাৰ্থ মতে, হাড়গিলা-'ডিঙিত মোনা ওলমি থকা এবিধ ডাঙৰ চৰাই' । তাৰোপৰি দুয়োবিধ চৰাই মই নিজ চকুৰে দেখা অভিজ্ঞতাৰ ভিত্তিত- হাড়গিলা বৰটোকোলাতকৈ ডাঙৰ, সেয়ে হাড়গিলাহে Greater Adjutant stork হ'ব যেন বোধ হয় । মৌচুমী (talk) 16:48, 10 এপ্ৰিল 2013 (UTC)

'বিশেষ কাৰিকৰী অসুবিধাৰ বাবে হাড়গিলা পৃষ্ঠাত থকা বৰটোকোলাৰ পূৰ্বৰ তথ্যখিনি উদ্ধাৰ কৰিব পৰা নাযাব'   

দূঃখিত! সম্পাদনাত অলপ খেলিমেলি হ'ল। আপোনাৰ ওচৰত চৰাইকেইটাৰ পুৰণি তথ্যসমূহ মজুত আছে নেকি? বৰ্তমান থকা 'হাড়গিলা' পৃষ্ঠাটো আৰু কথা-বতৰাখিনি মন কৰিবচোন! মৌচুমী (talk) 06:41, 17 এপ্ৰিল 2013 (UTC)


পাতি শগুণ আৰু পাটিশগুণ একে নহয়নেকি ? মৌচুমী (talk) 04:56, 14 মে' 2013 (UTC)

হৈ যায় কেতিয়াবা :) । 'পাতি শগুণ' শুদ্ধ । 'পাতি' মানে সৰু, সাধাৰণ । মৌচুমী (talk)

কামচৰাই, দীঘলনেজী, পানীডাউক, ৰাজ ভাটৌ আৰু উলূম’ৰা প্ৰবন্ধকেইটাৰ অনুবাদ সম্পূৰ্ণ হোৱা নাই। পাৰিলে কৰি দিবচোন। ম‍ই কৰিবলৈ ল'লে কিছুমান প্ৰতিশব্দ‍ই মনলৈ নাহে :) — গীতাৰ্থ বৰদলৈ (talk) 07:42, 2 মে' 2013 (UTC)

হয়৷ দুই-এদিনৰ ভিতৰত সেই প্ৰবন্ধকেইটা সম্পূৰ্ণ কৰিম বুলি ভাৱি থৈছো :) জলি বৰা (talk) 04:21, 3 মে' 2013 (UTC)

Re:সাঁচৰ বানান[সম্পাদনা কৰক]

ঠিক কৰা হ'ল (সংকটৰপৰা মুক্ত)। — গীতাৰ্থ বৰদলৈ (talk) 15:49, 3 মে' 2013 (UTC)

বঢ়িয়া :)জলি বৰা (talk) 02:32, 4 মে' 2013 (UTC)

পক্ষীকুল পদক
আপুনি সৃষ্টি কৰা পঞ্চাছ টাতকৈও অধিক পক্ষী সম্পৰ্কীয় প্ৰবন্ধৰ বাবে আপোনাক এই পদক যাচিলোঁ। দীপাংকৰ চেতিয়া? 09:35, 8 মে' 2013 (UTC)

বহুত ধন্যবাদ দেই দীপাংকৰ :)জলি বৰা (talk) 12:41, 8 মে' 2013 (UTC)

Re:পাতিশগুণ/পাটিশগুণ[সম্পাদনা কৰক]

মোৰ এই বিষয়ে বিশেষ জ্ঞান নাই যদিও অভিধানত থকা "পাতি-কাউৰী", "পাতি-হাঁহ" আদিৰ লগত ৰিজালে নামটো "পাতি-শগুণ" হ'ব লাগে (আগৰ নাম দুটা আধুনিক অসমীয়া অভিধানত তেনেকৈ আছে)। এতিয়া বেলেগ বেলেগ নামত থকা প্ৰবন্ধ দুটাৰ সমলখিনি মিলাই লৈ এটাত "{{delete|duplicated article}}" টেগ্‌ লগাই থ'ব পাৰে। আনটো প্ৰবন্ধৰ নামটো সলাবলৈ জানে যদি স্থানান্তৰ কৰিব পাৰে বা মোলৈ থৈ দিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 10:01, 14 মে' 2013 (UTC)

ধন্যবাদ! 'পাতি শগুণ'ত যি পাৰোঁ সমল যোগ দি 'পাটিশগুণ' ত ডিলিট টেগ লগাই দিছোঁ, বাকীখিনি আপুনি চাব তেন্তে৷ -জলি বৰা (talk) 10:12, 14 মে' 2013 (UTC)
কেৱল নামটোৰ মাজত "-" এইডাল লাগিবনে নাই বিচাৰ-খোচাৰ কৰি চাবচোন। — গীতাৰ্থ বৰদলৈ (talk) 10:29, 14 মে' 2013 (UTC)

Just wanted to convey my happiness at seeing your article ওলিঙ্গোইটো. I don't know Assamese, but I created an article in Tamil Wikipedia on this same topic and I later found out that there was an article in Assamese and I simply wanted to share my joy of seeing such an article based on recent finding. It may be not proper for me to show appreciation when I don't even know the language (!), but my sense of happiness doesn't even recognize such things :) Congratulations! My Tamil Wiki Userpage is at http://ta.wikipedia.org/s/1lo --C.R.Selvakumar (talk) 19:01, 16 আগষ্ট 2013 (UTC)

নিজে তোলা ছবিবোৰ ৱিকিকমন্সত (http://commons.wikimedia.org/) আপল'ড কৰিবা। ইয়াত নকৰিবা। — গীতাৰ্থ বৰদলৈ (talk) 15:01, 15 ছেপ্টেম্বৰ 2013 (UTC)

-বুজিছোঁ, কালি আচলতে আমি কেইগৰাকী মানে মিলি অলপ পৰীক্ষা নিৰীক্ষা হে কৰিছিলোঁ৷ মই আগতে নিজে তোলা ছবি আপল'ড কৰি পোৱা নাই- কালি কৰি চোৱাৰ পিছতহে কথাটো ধৰিব পাৰিছোঁ৷জলি বৰা (talk) 15:04, 15 ছেপ্টেম্বৰ 2013 (UTC)

বৰদৈবাম বিলমুখ পক্ষী উদ্যান[সম্পাদনা কৰক]

জলি বা বৰদৈবাম বিলমুখ পক্ষী উদ্যান পৃষ্ঠাটো আগৰে পৰা আছিলে, আপুনি বৰদৈবাম বিলমুখ বুলি আকৌ এটা নতুন লিখিলে, মোৰ কথাটো খেলিমেলি লাগিছে দুয়োটাৰ মাজত পাৰ্থক্য আছে জানো? নে কি? দীপাংকৰ চেতিয়া? 11:27, 18 ছেপ্টেম্বৰ 2013 (UTC)

অ দীপাংকৰ, আচলতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাখনত বৰদৈবাম বিলমুখ পক্ষী উদ্যান আৰু বৰদৈবাম বিলমুখ প্ৰস্তাৱিত অভয়াৰণ্য বেলেগ বেলেগ কৈ থকা কাৰণে ময়ো তেনেকৈয়ে ৰাখিলো৷ নতুনকৈ সৃষ্টি কৰাৰ সময়ত কথাটো উল্লেখ কৰিছিলো৷ দুয়োখন একেখন ঠাই, মাত্ৰ ষ্টেটাছটো বেলেগ৷ অৱশ্যে অভয়াৰণ্য হিচাপে স্বীকৃতি পালে আকাৰ (মাটিকালি) বেলেগো হ'ব পাৰে৷ যেনেকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান বুলিলে যিখন ঠাই বুজো, মানাহ বায়'স্ফিয়েৰ ৰিজাৰ্ভ বুলি ক'লে তাতকৈ যথেষ্ট ডাঙৰ অঞ্চল এটা হয়, যদিও ঠাই দুখন একে৷ সেইফালৰ পৰা চাবলৈ গ'লে বেলেগে বেলেগে ৰখাই ভাল৷ চাবাচোন৷ -জলি বৰা (talk) 11:39, 18 ছেপ্টেম্বৰ 2013 (UTC)

অনুবাদ কৰি থকা অৱস্থাত মাজে ছেগা ছোৰোকাকৈ ইংৰাজী থাকিলে বেয়া দেখি, সেয়ে. আপোনাৰ. ব্যক্তিগত স্থান User:Joli/মিথুন -লৈ নিলোঁ । বেয়া নাপায় যেন। পাচত সম্পূৰ্ণ হ'লে মূল ৱিকিলৈ লৈ যাব।

আৰু এটা কথা: মিথুন নে মেথোন? তেৰাঙৰ ৰংমিলিৰ হাঁহিত মেথোন বুলিহে লিখিছিল নেকি?

প্রভাকৰ শৰ্মা নেওগ (talk)‌~

নাই, কিয় বেয়া পাম আকৌ! প্ৰবন্ধটোৰ অনুবাদ দুই এদিনৰ ভিতৰতে শেষ কৰিম বুলি ভাবিছো৷

শব্দ ডট অৰ্গত 'মেঠোন' বুলি পালো৷ বানান কোনটো শুদ্ধ হ'ব খেলিমেলি লাগিছে৷ 'মিথুন' নিশ্চয় নহয় বাৰু৷ মূল ৱিকিলৈ নিয়াৰ সময়ত শুধৰাই দিম আৰু৷ -Joli (talk) 03:29, 7 অক্টোবৰ 2013 (UTC)

ৰঙাবক্ষৰ পখিলা‎[সম্পাদনা কৰক]

বাৰ্তা:ৰঙাবক্ষৰ পখিলা-ত মেচেজ দিছোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 01:32, 11 অক্টোবৰ 2013 (UTC)

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়াত দুই শতাধিক প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা।

—বাবুল বৈশ্য (talk) 15:44, 16 ডিচেম্বৰ 2013 (UTC)

অভিনন্দন জলী বা, আজিৰ তাৰিখত অসমীয়া ৱিকিত আপোনাৰ প্ৰতিদ্বন্দী নাই দেই কোনো দীপাংকৰ চেতিয়া? 16:52, 16 ডিচেম্বৰ 2013 (UTC)
বাবুলদা, দীপাংকৰ- উৎসাহ যোগোৱাৰ বাবে অশেষ ধন্যবাদ৷ নিজৰ সামৰ্থ্য অনুসাৰে সদায়ে ৱিকিৰ বাবে কাম কৰি যাম৷ Joli (talk) 04:00, 17 ডিচেম্বৰ 2013 (UTC)

About famous people of Assam[সম্পাদনা কৰক]

Hi, First of all, I am very sorry about writing in English. Actually I am from Bengali Wikipedia. I was thinking, if you and other active users of Assameese Wikipedia can spend some spare some time to write articles about the famous persons of Assam in Bengali Wikipedia, so that, we, the people from Bengal, can learn more about them. Its just a request. Thanks. -- Bodhisattwa (talk) 11:06, 11 জানুৱাৰী 2014 (UTC)

গিলবাৰ্টছন চাংমা[সম্পাদনা কৰক]

জলি বা, ইয়াত মতামত দিবছোন। Ani ttbr (talk) 14:39, 11 জানুৱাৰী 2014 (UTC)

মন্তব্য দিছোঁ৷ -জলি বৰা (talk) 12:26, 12 জানুৱাৰী 2014 (UTC)

কৰ্দ্দে[সম্পাদনা কৰক]

কৰ্দ্দৈ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 14:17, 20 জানুৱাৰী 2014 (UTC)

বেংগালুৰু[সম্পাদনা কৰক]

বেংগালুৰু কৰ্মশালাৰ অংশগ্ৰহণকাৰী ৰাইজৰ খা-খবৰ কি? অংকুৰৰ বাহিৰে আৰু কোনে কোনে লিখিছেনো? গোটেইকেইজনক টেগাই সুধিবাচোন। লিখিব পৰা হৈছে যদি দ্বিতীয় কৰ্মশালাখনৰ চিন্তা কৰিব পাৰা। নতুন মানুহৰ ভিতৰত কস্তুৰিকা বৰাও বেংগালুৰু নিবাসী। লৈ ল'বা। — গীতাৰ্থ বৰদলৈ (talk) 13:12, 28 জানুৱাৰী 2014 (UTC)

অংকুৰ আৰু কস্তুৰীকা খুউব কম সময়ৰ ভিতৰতে ভালকৈ লিখিব পৰা হৈ উঠিছে৷ বাকী ৰাইজৰ ভিতৰত পদ্ম, কৌশিক আৰু দীপাংকৰক অলপ-অচৰপ লিখা মেলা কৰা দেখিছিলোঁ৷ দুজনমানে অসমীয়া টাইপিং শিকিছে কিন্তু ৱিকিত এতিয়াও লিখা আৰম্ভ কৰা নাই৷ সুধি চাম বাৰু৷ জলি বৰা (talk) 15:22, 28 জানুৱাৰী 2014 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


15:18, 1 এপ্ৰিল 2014 (UTC)

ধন্যবাদ জলি বৰা (talk) 17:30, 1 এপ্ৰিল 2014 (UTC)
অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 02:27, 2 এপ্ৰিল 2014 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

মোক অভিনন্দন জনায় অনুপ্ৰাণিত কৰাৰ বাবে আৰু কোনো অসুবিধা, প্ৰশ্ন আদি থাকিলে শুধিবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ। IKHazarika (talk) 10:35, 31 অক্টোবৰ 2014 (UTC)

ৱিকিপিডিয়া অনুপ্ৰেৰণা বঁটা[সম্পাদনা কৰক]

Wikipedia Motivation Award ৱিকিপিডিয়া অনুপ্ৰেৰণা বঁটা
ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰৰ দ্বিতীয় ৱিকিসন্মিলনত ব্যস্ততাৰ মাজতো উপস্থিত থাকি আৰু সুন্দৰ উপস্থাপনেৰে আমাৰ উৎসাহ বৃদ্ধি কৰাৰ বাবে আপোনাক এই সামান্য উপহাৰ প্ৰদান কৰা হ'ল। আগলৈও আপোনাক আমাৰ মাজত কেতিয়াবা কেতিয়াবা এনেদৰে পাই থাকিম বুলি আশা কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 09:07, 14 ফেব্ৰুৱাৰী 2015 (UTC)

-অশেষ ধন্যবাদ প্ৰভাকৰদা!

ধন্যবাদ[সম্পাদনা কৰক]

মোক পদক দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ! IKHazarika (talk) 15:17, 16 ফেব্ৰুৱাৰী 2015 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

মোক এপ্ৰিল মাহৰ ৱিকিপিডিয়ানৰ সন্মান দিয়াৰ বাবে ধন্যবাদ!!IKHazarika (talk) 15:39, 11 মে' 2015 (UTC)

এপ্ৰিল ২০১৫ৰ প্ৰচাৰপত্ৰিকাৰ সম্পাদকীয়[সম্পাদনা কৰক]

মই লিখি চালো। কিবা ভুল হৈছে নেকি চাই শুধৰাই দিবচোন.... সদস্য:IKHazarika/পৰীক্ষাগাৰ IKHazarika (talk) 13:18, 12 মে' 2015 (UTC)

মন্তব্য পাইছাই৷ সৰু-সুৰা চকুত পৰা বানান কেইটামান শুধৰাই দিছোঁ৷ তুমিও চাই লৈ দি দিয়া দেই৷ জলি বৰা (talk) 15:03, 12 মে' 2015 (UTC)


The Barnstar of Diligence
তোমাৰ ৱিকি-উৎসাহ যেন চিৰদিন জীয়াই থাকেপ্রভাকৰ শৰ্মা নেওগ (talk) 12:43, 26 July 2015 (UTC)
অশেষ ধন্যবাদ৷ It really means a lot to me! জলি বৰা (talk) 17:22, 26 July 2015 (UTC)
অভিনন্দন IKHazarika (talk) 06:52, 28 July 2015 (UTC)
ধন্যবাদ দেই ঈশান জলি বৰা (talk) 18:35, 28 July 2015 (UTC)

ধন্যবাদ ![সম্পাদনা কৰক]

ধন্যবাদ, মই আগলৈও কাম কৰি যাম !! IKHazarika (talk) 06:51, 28 July 2015 (UTC)

পিচে, মই দেখোন প্ৰকল্পটোত বিশেষ একো কৰা নাই ! IKHazarika (talk) 15:04, 31 July 2015 (UTC)

এই মাহৰ ৱিকিপিডিয়ান:ছেপ্তেম্বৰ[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

---দিব্য দত্ত (talk) 17:01, 28 August 2015 (UTC)

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

The Asian Month Barnstar![সম্পাদনা কৰক]

The Asian Month Barnstar
ৱিকিপিডিয়া এছিয়ান মাহ, ২০১৫ত আপুনি আগবঢ়োৱা বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! দিব্য দত্ত (বাৰ্তা) 10:39, 2 December 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Geographical Indications in India Edit-a-thon[সম্পাদনা কৰক]

​Hello,

CIS-A2K is going to organize an edit-a-thon between 25 and 31 January this year. The aim of this edit-a-thon is creating and improving en:Geographical Indications in India related articles.

We welcome all of you to join this edit-a-thon.
Please see the event and add your name as a participant: meta:CIS-A2K/Events/Geographical Indications in India Edit-a-thon

Feel free to ask if you have question(s).
Regards. --Titodutta (talk) 19:58, 21 January 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)[উত্তৰ দিয়ক]

‍ৱেলকাম[সম্পাদনা কৰক]

ৱেলকাম বেক ড° জলি। — গীতাৰ্থ বৰদলৈ (talk) 09:48, 31 October 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ :) বহুদিনৰ মূৰত কৰিবলৈ পাই ভাল লাগিছে৷ - জলি বৰা (talk) 10:49, 31 October 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেণীকৰণ পদক[সম্পাদনা কৰক]

পদকৰ বাবে অশেষ ধন্যবাদ, বাইদেউ। ☺ -- চাণক্য (বাৰ্তা) 16:07, 22 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। -- চাণক্য (বাৰ্তা) 14:49, 28 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@ViśvakoṣaSampādaka: অশেষ ধন্যবাদ চাণক্য! --জলি বৰা (talk) 17:06, 28 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.
@ViśvakoṣaSampādaka: ধন্যবাদ৷ তোমালৈকো নতুন বছৰৰ আন্তৰিক শুভকামনা যাচিছোঁ৷ --জলি বৰা (talk) 05:57, 1 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উদ্ভিদজগতৰ ভোটাতৰা পদক[সম্পাদনা কৰক]

উদ্ভিদজগতৰ ভোটাতৰা
উদ্ভিদজগত সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অজয় দাস (বাৰ্তা) 11:25, 21 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অশেষ ধন্যবাদ অজয় :) -জলি বৰা (talk) 18:11, 21 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পঞ্চশতক তাৰকা পদক[সম্পাদনা কৰক]

পঞ্চশতক তাৰকা পদক
অসমীয়া ৱিকিপিডিয়াত ৫০০+ প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াক সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদক আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি এনেদৰেই আপোনাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব।-অজয় দাস (বাৰ্তা) 16:25, 28 July 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ অজয়! -জলি বৰা (talk) 17:21, 29 July 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

[Small wiki toolkits – Indic workshop series 2020] Register now! - Reminder[সম্পাদনা কৰক]

Note:You have received this message as you an interface-admin on your home Wikimedia project.


Greetings, hope this message finds you all in the best of your health, and you are staying safe amid the ongoing crisis.

Firstly, to give you context, Small wiki toolkits (SWT) is an initiative to support small wiki communities, to learn and share technical and semi-technical skills to support, maintain, and grow. We are happy to inform you that the SWT group has planned a series of four online workshops for Indic Wikimedia community members during June & July 2020. These workshops have been specifically designed and curated for Indic communities, based on a survey conducted early this year. The four workshops planned in this regard are;

  • Understanding the technical challenges of Indic language wikis (by Birgit): Brainstorming about technical challenges faced by contributors to Indic language Wikimedia projects.
  • Writing user scripts & gadgets (by Jayprakash12345): Basics to intermediate-level training on writing user scripts (Javascript and jQuery fundamentals are prerequisites).
  • Using project management & bug reporting tool Phabricator (by Andre): Introduction to Phabricator, a tool used for project management and software bug reporting.
  • Writing Wikidata queries (by Mahir256): Introduction to the Wikidata Query Service, from writing simple queries to constructing complex visualizations of structured data.
You can read more about these workshops at: SWT Indic Workshop Series 2020/Workshops -- exact dates and timings will be informed later to selected participants.

Registration is open until 24 May 2020, and you can register yourself by visiting this page! These workshops will be quite helpful for Indic communities to expand their technical bandwidth, and further iterations will be conducted based on the response to the current series. Looking forward to your participation! If you have any questions, please contact us on the talk page here. MediaWiki message delivery (talk) 14:06, 22 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপত্ৰিকা পদক (২০২০)[সম্পাদনা কৰক]

ৱিকিপত্ৰিকা পদক
মাহেকীয়া ভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (talk) 20:42, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Joli,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় Joli,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)