সমললৈ যাওক

সদস্য বাৰ্তা:Gitartha.bordoloi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংৰক্ষিত পাঠ

পুৰণি বাৰ্তা:২০১১
পুৰণি বাৰ্তা:২০১২ জানুৱাৰী-মাৰ্চ
পুৰণি বাৰ্তা: ২০১২ এপ্ৰিল-ডিচেম্বৰ
পুৰণি বাৰ্তা: ২০১৩
পুৰণি বাৰ্তা: ২০১৪
পুৰণি বাৰ্তা: ২০১৫-১৬
পুৰণি বাৰ্তা: ২০১৭-১৮
পুৰণি বাৰ্তা: ২০১৯-২২


কৰ্মশালাৰ সোণালী পদক

[সম্পাদনা কৰক]
কৰ্মশালাৰ সোণালী পদক
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ জুন মাহত অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সমল ব্যক্তি হিচাপে আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী । ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ
ধন্যবাদ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:58, 28 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক


ৱিকিউৎসৰ ভোটাতৰা

[সম্পাদনা কৰক]
ৱিকিউৎসৰ ভোটাতৰা
শেহতীয়াকৈ অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি তুমি যি অমূল্য অৱদান আগবঢ়ালা তাৰে সামান্য স্বীকৃতি হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ তোমাক এই পদকটো প্ৰদান কৰিছোঁ। -Joli Rumi (বাৰ্তা) 20:16, 28 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

ৱিকি সজাগতা পদক

[সম্পাদনা কৰক]
ৱিকি সজাগতা পদক
ৱিকি সজাগতা পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াৰ অধিক প্ৰসাৰৰ বাবে গুৱাহাটীৰ বীৰকুছিত অনুষ্ঠিত ৱিকিপিডিয়াত প্ৰবন্ধ লেখন সম্পৰ্কীয় প্ৰশিক্ষণত সমল ব্যক্তি অংশগ্ৰহণ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

মহাত্মা গান্ধী এডিটাথন, ২০২৩

[সম্পাদনা কৰক]
The Epic Barnstar
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপোনাৰ উৎসাহ আৰু আপুনি আগবঢ়োৱা পৰামৰ্শ আৰু অৱদানৰ বাবে আপোনাৰ আন্তৰিক শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা।

JyotiPN (বাৰ্তা) 04:13, 12 October 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:19, 18 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৃতজ্ঞতা আৰু অভিনন্দন

[সম্পাদনা কৰক]
কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ

User page

[সম্পাদনা কৰক]

Hello can you delete my Assamese Wikipedia user page for the visibility of global user page. KHI-LAN-TZI 06:39, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Please make a request here. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:17, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi thanks for the guidance. KHI-LAN-TZI 08:42, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিচাৰক পদক

[সম্পাদনা কৰক]
বিচাৰক পদক
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাখন নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে আপুনি যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে, তাৰেই কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 13:44, 15 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

এই মাহৰ ৱিকিমিডিয়ান

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

-দিব্য দত্ত (বাৰ্তা) 08:08, 1 February 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:32, 2 February 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Question from দেৱভূষষণ (12:08, 6 June 2025)

[সম্পাদনা কৰক]

ভলতে মোৰ নামটে দেৱভূষণৰ ঠাইত দেৱভূষষণ হৈ পৰিল একাউণ্ট খোলাৰ সময়ত৷ গতিকে নামটো শুদ্ধ কৰিবলৈ কি উপায় অৱলম্বন কৰিব পাৰি? সহায় কৰিবচোন৷ --দেৱভূষষণ (বাৰ্তা) 12:08, 6 June 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

দেৱভূষষণ, আপুনি Steward requests/Username changes পৃষ্ঠাত অনুৰোধ কৰিব লাগিব। কেনেকৈ লিখিব লাগে তাতে দিয়া আছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:01, 10 June 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Question from নৰুনা বৰুৱা (00:56, 30 July 2025)

[সম্পাদনা কৰক]

নতুন শ্ৰেণী এটা ৱিকিপিডিয়াত কেনেকৈ সৃষ্টি কৰিব পাৰি? --নৰুনা বৰুৱা (বাৰ্তা) 00:56, 30 July 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

[[শ্ৰেণী:অমুক]] বুলি প্ৰবন্ধটোৰ তলত লিখিলে বা হট্‌কেট্‌ সঁজুলিৰে শ্ৰেণীৰ নামটো লিখিলে সৃষ্টি হয়। কিন্তু তাৰ পাছত সেইটোৰ ৰঙা লিংক ক্লিক কৰি নিৰ্দিষ্ট পৃষ্ঠালৈ গৈ আন এটা মূল শ্ৰেণীৰ ভিতৰত ভৰাব লাগিব। নতুন শ্ৰেণী সৃষ্টি কৰাৰ আগতে সন্ধান পেৰাত আগৰে পৰা থকা শ্ৰেণী বিচাৰি লোৱাটো শ্ৰেয়। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 10:02, 1 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা

[সম্পাদনা কৰক]

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলাৰ বিচাৰক তথা সম্পাদনা মেলাত অংশগ্ৰহণ কৰা অৱদানকাৰীসকলক মান পত্ৰ প্ৰদান কৰাৰ বাবে তথ্য সংগ্ৰহ কৰা হৈছে৷ অনুগ্ৰহ কৰি সকলো অংশগ্ৰহণকাৰীয়ে এই প্ৰ-পত্ৰখন পূৰ কৰি সহযোগিতা আগবঢ়াই যেন৷ ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 10:58, 20 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

You may be an eligible candidate for the U4C election

[সম্পাদনা কৰক]

Greetings,

The Universal Code of Conduct Coordinating Committee (U4C) seeks candidates for the 2026 election. The U4C is the global committee responsible for overseeing enforcement of the Universal Code of Conduct. Elections are held annually, if elected a committee member serves for two years.

This year the U4C requires candidates to hold administrator rights on at least one wiki, which is why you are being contacted as you appear to hold this right. There are other requirements, such as candidates must be at least 18 years old and may not be employed by the Wikimedia Foundation or other related chapters and affiliates. You can find more information in the call for candidates on Meta-wiki. Additionally, the committee's working language is English; some ability to communicate in English is required.

The election opens on 18 May, if you are eligible and interested you have until 10 May to submit your candidacy. There will week between for candidates to answer questions from the community. Voting takes place privately in SecurePoll, successful candidates must receive at least 60% support. More information is available on the 2026 Elections page, including timelines and other candidacy information. If you read over the material and consider yourself qualified, please consider submitting your name to run for the committee. If you think someone else in your community might be interested and qualified, please encourage them to run.

In partnership with the U4C -- Keegan (WMF) (talk) 18:30, 28 April 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসম সৎনামী সমাজ যুৱ শক্তি প্ৰবন্ধৰ সন্দৰ্ভত

[সম্পাদনা কৰক]

নমস্কাৰ গীতাৰ্থ বৰদলৈ ডাঙৰীয়া, মই "অসম সৎনামী সমাজ যুৱ শক্তি" প্ৰবন্ধটোৰ স্ৰষ্টা। প্ৰবন্ধটো উল্লেখযোগ্যতাৰ অভাৱত বিলোপ কৰা হৈছে বুলি গম পালোঁ। আচলতে মোৰ হাতত তেতিয়া সঠিক তথ্যসূত্ৰ নাছিল, প্ৰমাণস্বৰূপে লিংকসমূহ তলত দিয়া হ'ল: . আনুষ্ঠানিক ৱেবছাইট: https://assamsatnamisamajyuvashakti.blogspot.com . কাৰ্যসূচীৰ ভিডিঅ' দৃশ্য: https://www.facebook.com/share/v/1H42KbxWfv/ অনুগ্ৰহ কৰি আপুনি এইসমূহ এবাৰ পৰীক্ষা কৰি চালে উল্লেখযোগ্যতাৰ প্ৰমাণ পাব। আপুনি সুযোগ দিলে মই প্ৰবন্ধটো সঠিক তথ্যসূত্ৰৰে উন্নত কৰিব পাৰিম। অনুগ্ৰহ কৰি প্ৰবন্ধটো পুনৰুদ্ধাৰ কৰিলে কৃতজ্ঞ হ'ম। ইতি— গোবিন্দ সৎনামী গোবিন্দ সৎনামী (বাৰ্তা) 02:43, 11 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

@গোবিন্দ সৎনামী:, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। মন কৰিব যে তথ্যসূত্ৰ থাকিলেই বিষয় এটাই উল্লেখযোগ্যতাৰ মাপকাঠী পূৰণ নকৰিবও পাৰে। সংগঠনটোৰ লগত আপুনি ঘনিষ্ঠভাৱে জড়িত বাবে নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ আপুনি সেই বিষয়ে লিখা উচিত নহ'ব। (ওপৰত দিয়া ৰেফাৰেন্সৰ এটাহে ভাল, ফেইচবুকৰ ৰেফাৰেন্স গ্ৰহণযোগ্য নহয়; আনকি ৱেবছাইটটোৰ নিজা ডমেইনো নাই।) লগতে অনুগ্ৰহ কৰি আপোনাৰ নিজৰ বিষয়ে প্ৰবন্ধ নিলিখিব। ভৱিষ্যতে আপোনালোকৰ কাম-কাজ জনাজাত হৈ পৰিলে আন কোনোবাই এই বিষয়ত প্ৰবন্ধ লিখালৈ অপেক্ষা কৰক। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 17:56, 12 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াৰ নীতিসমূহ ইমান স্পষ্টকৈ বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। মই এতিয়াহে বুজিলোঁ যে মই বাৰে বাৰে কি ভুল কৰি আছিলোঁ। আগলৈ মই এই নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলিম। ধন্যবাদ। গোবিন্দ সৎনামী (বাৰ্তা) 18:13, 12 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Question from Golurambabu (11:03, 18 May 2026)

[সম্পাদনা কৰক]

Hello How can i write on astrology and post it --Golurambabu (বাৰ্তা) 11:03, 18 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Hi. If you have prior experience of editing on Wikipedia, you can write 'encyclopedic' articles like হিন্দু জ্যোতিষবিদ্যা and publish here. However pages containing advertisement, predictions etc not conforming to Wikipedia policy will be deleted and your account might be blocked. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:52, 25 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Request for deletion

[সম্পাদনা কৰক]

There some proposition:

Ясамойла (বাৰ্তা) 14:53, 2 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপন

[সম্পাদনা কৰক]

অসম সৎনামী যুৱ পৰিষদ পৃষ্ঠাটো বিলোপ কৰা হৈছে। এইটো এটা সঠিক আৰু শুদ্ধ, সত্য পৃষ্ঠা আছিল। অনুগ্ৰহ কৰি অসম সৎনামী যুৱ পৰিষদ পৃষ্ঠাটো পুনৰাই বিচাৰিছোঁ। Website : https://assamsatnamiyuvaparishad.blogspot.com নিজা এখন সংবিধান আছে। লগতে ফেচবুক, বিভিন্ন নিউজ চেনেল আৰু বাতৰি কাকতত প্ৰকাশিত তথ্য হাতত যুগুত আছে। Krishna Kure (বাৰ্তা) 06:38, 17 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। ওপৰত গোবিন্দ সৎনামী ডাঙৰীয়াক দিয়া উত্তৰটোকে আপুনি চাব পাৰে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:43, 1 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

চুতীয়া ৰাজ্য পৃষ্ঠা

[সম্পাদনা কৰক]
@Gitartha.bordoloi: আপুনি ভূল পৃষ্ঠা টো lock কৰিছে। মতবিৰোধ চুতীয়া ৰাজ্য পৃষ্ঠাত হোৱা নাই, মটক জনগোষ্ঠী পৃষ্ঠাত হৈছে। অনুগ্ৰহ কৰি চুতীয়া ৰাজ্য পৃষ্ঠা unlock কৰি দিয়ক। তাত কাৰো মাজত একো মতবিৰোধ হোৱা নাই। মই তাত বহুতো তথ্য আৰু উৎস যোগ কৰিবলৈ আছে। সেই বাবে under-construction tag টো‌ লগোৱা আছে। সেই পৃষ্ঠাত কাৰোৰে মাজত একো edit war হোৱা নাই। একো বিৰ্তক নথকা পেজ এটা বিনা কাৰণত lock কৰাটো Wikipediaৰ আইন বিপৰীতে যোৱা নহ'ব নে? ধন্যবাদ। Ananya Taye (বাৰ্তা) 18:00, 15 September 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক