সদস্য:JyotiPN

    অসমীয়া ৱিকিপিডিয়াৰ পৰা
    JyotiPN
    ৱিকিপিডিয়ান
    নাম প্ৰাণজ্যোতি নাথ
    বৰ্তমান সময় ০৭ ফেব্ৰুৱাৰী ২০২৩, ১১:৩১ (ভা মা স)
    ৭ ফেব্ৰুৱাৰী ২০২৩, মঙ্গলবাৰ, ০৬:০১ (ইউ টি চি)
    জাতীয়তা ভাৰত ভাৰতীয়
    প্ৰাণজ্যোতি নাথৰ সদস্য পৃষ্ঠালৈ স্বাগতম

    মই প্ৰাণজ্যোতি নাথ, এগৰাকী সৎ, অসমীয়া ৱিকিপিডিয়ান। মই অসমীয়া বিকিপিডিয়া আৰু ৱিকিউৎসত সম্পাদনা কৰি ভালপাওঁ। সংখ্যাত তাকৰ যদিও মন গ'লে মই কেতিয়াবা ইংৰাজী ৱিকি, ৱিকিউৎস আৰু বঙালী ৱিকিউৎসত সম্পাদনাৰ কাম কৰোঁ। আগলৈ মই হিন্দী ৱিকিতো কাম কৰাৰ আগ্ৰহ ৰাখিছোঁ। আজৰি সময়খিনি ভালভাৱে কটোৱাৰ উদ্দেশ্যে মই ৱিকিত কাম কৰোঁ।


    সানমিহলি
    Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত ৪ বছৰ, ৭ মাহ, আৰু ৮ দিন ধৰি আছে।
    as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
    <উৎস> এই সদস্যজনে তথ্যসূত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে।
    ProveIt logo for user boxes.jpg
    এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।
    Firefox logo, 2019.svg এই সদস্যজনে Mozilla Firefox ব্ৰাউজাৰ ব্যৱহাৰ কৰি অৱদান আগবঢ়ায়।
    ব্যবহাৰকাৰীৰ বাবেল তথ্য
    as-N এই ব্যবহাৰকাৰীৰ অসমীয়াৰ ওপৰত মাতৃভাষাৰ সমকক্ষ জ্ঞান আছে।
    en-2 This user has intermediate knowledge of English.
    hi-2 इस सदस्य को हिन्दी का मध्यम स्तर का ज्ञान है।
    bn-1 এ ব্যবহারকারীর বাংলা ভাষার উপরে সাধারণ ধারণা রয়েছে।
    ভাষা অনুযায়ী ব্যৱহাৰকাৰী

    বৰঙণি[সম্পাদনা কৰক]

    [প্ৰৱন্ধ সৃষ্টি]