সদস্য:JyotiPN
নাম | প্ৰাণজ্যোতি নাথ |
---|---|
বৰ্তমান সময় | ০৭ ফেব্ৰুৱাৰী ২০২৩, ১১:৩১ (ভা মা স) ৭ ফেব্ৰুৱাৰী ২০২৩, মঙ্গলবাৰ, ০৬:০১ (ইউ টি চি) |
জাতীয়তা | ![]() |
প্ৰাণজ্যোতি নাথৰ সদস্য পৃষ্ঠালৈ স্বাগতম
মই প্ৰাণজ্যোতি নাথ, এগৰাকী সৎ, অসমীয়া ৱিকিপিডিয়ান। মই অসমীয়া বিকিপিডিয়া আৰু ৱিকিউৎসত সম্পাদনা কৰি ভালপাওঁ। সংখ্যাত তাকৰ যদিও মন গ'লে মই কেতিয়াবা ইংৰাজী ৱিকি, ৱিকিউৎস আৰু বঙালী ৱিকিউৎসত সম্পাদনাৰ কাম কৰোঁ। আগলৈ মই হিন্দী ৱিকিতো কাম কৰাৰ আগ্ৰহ ৰাখিছোঁ। আজৰি সময়খিনি ভালভাৱে কটোৱাৰ উদ্দেশ্যে মই ৱিকিত কাম কৰোঁ।
বৰঙণি[সম্পাদনা কৰক]
|