সমললৈ যাওক

ভাৰতীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰত (India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশৰ অধিবাসী সকলক ভাৰতীয় (Indian) বুলি কোৱা হয়।

ভাৰতীয় বা ভাৰত সম্পৰ্কীয় বিভিন্ন পৃষ্ঠাসমূহ :↷

বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল।

ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমগুৱাহাটীত প্ৰতিষ্ঠা কৰে।