মাৰাঠী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাৰাঠী [মাৰাঠী ভাষাত: मराठी (মৰাঠী)] এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতেৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰেৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ। [1] ভাৰতেৰ বাহিৰেও ইজৰাইল আৰু মৰিচাছত এই ভাষা প্ৰচলিত। মাৰাঠী সংস্কৃত ভাষাৰ পৰা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ মাজেৰে উদ্ভৱ হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষা খ্ৰিষ্ট্ৰীয় ১ম আৰু ২য় দশকত সাতবাহন ৰাজ্যৰ চৰকাৰী ভাষা আছিল। তেতিয়া ইয়ে আছিল ভাৰতৰ আটাইতকৈ বহুল প্ৰচলিত প্ৰাকৃত ভাষা। ১৫শ ও ১৬শ শতিকাত আহি এই ভাষাই বৰ্তমানৰ মাৰাঠীৰ ৰূপ ল'য়।

মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। গোৱা ৰাজ্যত কোঙ্কণী ভাষাৰ লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।

তথ্যসূত্র[সম্পাদনা কৰক]

  1. Languages in Descending Order of Strength in India : 1991 Census

লগতে চাওক[সম্পাদনা কৰক]