আৰবী ভাষা
Jump to navigation
Jump to search
আৰবী ভাষা (العَرَبِيَّة, আল্-ʿআৰবিয়্যাহ্ বা عَرَبِيّ ʻআৰবিয়্য্) ছেমিটীয় ভাষা পৰিয়ালৰ জীৱন্ত সদস্যসমূহৰ মাজত বৃহত্তম ভাষা। এইটো এটা কেন্দ্ৰীয় ছেমিটীয় ভাষা আৰু হিব্ৰু আৰু আৰামীয় ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। আধুনিক আৰবীক এটা "মাক্ৰোভাষা" আখ্যা দিয়া হয়; ইয়াৰ ২৭ ৰকমৰ উপভাষা ISO 639-3-ত স্বীকৃত।
সমগ্ৰ আৰৱ বিশ্ব জুৰি এই উপভাষাসমূহ প্ৰচলিত আৰু আধুনিক আদৰ্শ আৰবী ইছলামী বিশ্বৰ সৰ্বত্ৰ পঢ়া আৰু লিখা হয়। আধুনিক আদৰ্শ আৰবী চিৰায়ত আৰবী পৰা উদ্ভূত। মধ্যযুগত আৰবী গণিত, বিজ্ঞান আৰু দৰ্শনৰ প্ৰধান বাহক ভাষা আছিল। বিশ্বৰ বহু ভাষাই আৰবীৰ পৰা শব্দ ধাৰ কৰিছে।
তথ্য[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Arabic – Ethnologue". Simons, Gary F. and Charles D. Fennig (eds.). 2018. Ethnologue: Languages of the World, 21st edition. //www.ethnologue.com/language/ara। আহৰণ কৰা হৈছে: 21 February 2018.
- ↑ "Journal Officiel de la Republique du Senegal". http://www.jo.gouv.sn/spip.php?article4790.
- ↑ Wright (2001:492)
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Arabic". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/arab1395.