চাদ
চাদ প্ৰজাতন্ত্ৰ جمهورية تشاد জুম্হুৰিয়াত্ চাদ্ République du Tchad ৰেপ্যুব্লিক্ দু চাদ্ | |
|---|---|
| Motto: "Unité, Travail, Progrès" ফৰাছী "ঐক্য, কৰ্ম, প্ৰগতি" | |
Anthem:
| |
| ৰাজধানী | এনজামেনা |
| Largest city | ৰাজধানী |
| Official languages | ফৰাচী , আৰবী |
| Demonym | চাদীয় |
| Government | প্ৰজাতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
ইদ্ৰিছ দেবি |
• প্ৰধানমন্ত্ৰী |
দেলৱা কাচিৰে কুমাকোয়ে |
| স্বাধীনতা ফ্ৰান্সৰ পৰা | |
• তাৰিখ |
১১ আগষ্ট , ১৯৬০ |
• Water (%) | ১.৯ |
| Population | |
• ২০০৯ estimate | ১১,২০৬,০০০[1] (৭৫তম) |
• ১৯৯৩ census | ৬,২৭৯,৯২১ |
| GDP (PPP) | ২০০৯ estimate |
• Total | ১৬.৬৯৫ বিলিয়ন[2] (১২৮তম) |
• Per capita | ১,৬৭৪ ডলাৰ[2] (১৬৩তম) |
| HDI (২০০৭) | Error: Invalid HDI value (১৭০তম) |
| Currency | মধ্য আফ্ৰিকান চিএফএ ফ্ৰাংক (এক্সএএফ) |
| Time zone | UTC+১ (পশ্চিম আফ্ৰিকা মান সময়) |
• Summer (DST) | UTC+১ (পৰ্যবেক্ষণ কৰা হোৱা নাই) |
| Calling code | ২৩৫ |
| Internet TLD | .টিডি |
চাদ (ফৰাচী: Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ। সমূদ্ৰৰ পৰা দূৰত অৱস্থিত আৰু মৰু জলবায়ুৰ কাৰণে চাদক "আফ্ৰিকাৰ মৃত হৃদয়" বোলা হয়।
চাদক তিনটা ভৌগোলিক অঞ্চলত ভাগ কৰা যায়: উত্তৰৰ চাহাৰা মৰুভূমি অঞ্চল, মধ্যভাগৰ ঊষৰ চাহেলীয় বেষ্টনী, আৰু দক্ষিণৰ অপেক্ষাকৃত উৰ্বৰ চুদানীয় চাভানা তৃণভূমি অঞ্চল। চাদ হ্ৰদ দেশখনৰ বৃহত্তম আৰু আফ্ৰিকাৰ দ্বিতীয় বৃহত্তম জলাশয়। এই হ্ৰদেৰ নামেৰে দেশখনৰ চাদ নামকৰণ কৰা হৈছে। চাহাৰা অঞ্চলত অৱস্থিত তিবেস্তি পৰ্বতমালাৰ এমি কৌচি চাদৰ সৰ্বোচ্চ পৰ্বতশৃংগ। ৰাজধানী এনজামেনা দেশখনৰ বৃহত্তম চহৰ। চাদত ২০০ কৈ বেছি ধৰণৰ জাতিগত আৰু ভাষাভিত্তিক গোষ্ঠীয়ে বাস কৰে। ফৰাচী আৰু আৰবী ইয়াৰ চৰকাৰী ভাষা। ইছলাম ধৰ্ম সবাতোকৈ বেছি প্ৰচলিত ধৰ্ম।
ইতিহাস
[সম্পাদনা কৰক]- ↑ Department of Economic and Social Affairs Population Division (2009) (.PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: 2009-03-12.
- ↑ 2.0 2.1 "Chad". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=628&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=95&pr.y=2। আহৰণ কৰা হৈছে: 2009-10-01.