কাশ্মিৰী ভাষা
Jump to navigation
Jump to search
কাশ্মিৰী ভাষা ভাৰত আৰু পাকিস্তানত প্ৰচলিত এটি ভাষা। ভাৰতৰ জম্মু আৰু কাশ্মীৰত আৰু পাকিস্তানৰ আজাদ কাশ্মীৰত এই ভাষা প্ৰচলিত। ৭১ লাখ মানুহে এই ভাষা ব্যৱহাৰ কৰে। এই ভাষাৰ আন এটা নাম কঁশুৰ। পাৰ্চি আৰু দেৱনাগৰী লিপিৰে এই ভাষা লিখা হয়।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
|
|