মেইতেই ভাষা
"মণিপুৰী ভাষা" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ভাষাটোৰ বাবে, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা চাওক।
![]() |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ মেইতেই ভাষাৰ সংস্কৰণ |
মেইতেই | |
---|---|
ꯃꯤꯇꯩ ꯂꯣꯟ | |
![]() | |
অঞ্চল | উত্তৰ-পূৱ ভাৰত, বাংলাদেশ, ম্যানমাৰ |
স্থানীয় ভাষিক |
৩৩ লাখ |
ভাষা পৰিয়াল |
চীনা-তিব্বতী
|
লিখন প্ৰণালী | অসমীয়া–বঙালী লিপি, মৈতৈ ময়েক[1] |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
ভাষা সংকেত | |
ISO 639-2 | mni |
ISO 639-3 | mni |
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।
লগতে পঢ়ক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ A Manipuri Grammar, Vocabulary, and Phrase Book - 1888 Assam Secretariat Press
|