প্ৰাচীন মণিপুৰী ভাষা
অৱয়ব
এই প্ৰবন্ধটোক মণিপুৰী ভাষা বা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
প্ৰাচীন মণিপুৰী ভাষা বৰ্তমানৰ মণিপুৰী ভাষাৰ প্ৰাৰম্ভিক ৰূপ আছিল আৰু প্ৰাচীন মণিপুৰৰ ৰাষ্ট্ৰীয় ভাষা আছিল।[1][2][3] ভাষাটো প্ৰাচীন মণিপুৰত সম্ৰাট "তাঙজা লিলা পাখঙবা"ৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব ১৪৪৫ চনৰ পৰা[4][5] মধ্যযুগীয় মণিপুৰৰ আৰম্ভণিলৈকে কোৱা হৈছিল।[5]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.language-archives.org/language/omp
- ↑ https://iso639-3.sil.org/code/omp
- ↑ http://multitree.org/codes/omp
- ↑ https://themanipurpage.tripod.com/history/meiteikings.html
- ↑ 5.0 5.1 KanglaOnline. "Manipuri is a classical language | KanglaOnline" (en-US ভাষাত). Archived from the original on 2021-04-30. https://web.archive.org/web/20210430153553/http://kanglaonline.com/2017/04/manipuri-is-a-classical-language/। আহৰণ কৰা হৈছে: 2021-04-19.