চাঁওতালি ভাষা
Jump to navigation
Jump to search
চাঁওতালি | |
---|---|
ᱥᱟᱱᱛᱟᱲᱤ, ସାନ୍ତାଳୀ, সাঁওতালি | |
![]() অল চিকি লিপিত লিখিত "চাঁওতালি" শব্দ | |
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ, নেপাল, ভূটান |
জাতীয়তা | চাঁওতাল আৰু তেৰাইবাসী চাঁওতালি |
ভাষা পৰিয়াল |
|
উপভাষা | *মাহালি (মাহলি) |
লিখন প্ৰণালী | অল চিকি লিপি, দেৱনাগৰী, বাংলা লিপি, ৰোমান লিপি, ওড়িয়া লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
ভাষা সংকেত | |
ISO 639-2 | sat |
ISO 639-3 | Either: sat – চাঁওতালি mjx – মাহালি |
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত সিহঁতৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০। [1] ভূটানতো কিছু পৰিমানে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ ঝাড়খণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গ ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম অল চিকি লিপি। অৱশ্যে বাংলা লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
|
|