ঝাড়খণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঝাড়খণ্ড
झारखण्ड
ᱡᱷᱟᱨᱠᱷᱚᱸᱰ
—  ভাৰতৰ ৰাজ্য  —
Clockwise from top left: Dalma Wildlife Sanctuary, Birla Institute of Technology, Panchet Dam at Damodar river, Dassam Falls, Samet Shikharji Jain Mahatirth, Mata Chhinnamasta Devi Temple at Rajrappa, Baidyanath Temple, Patratu Highway
বিহাৰ আৰু ঝাড়খণ্ডৰ চৰকাৰি প্ৰতীক
মোহৰ
ভাৰতৰ মানচিত্ৰত ঝাড়খণ্ডৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত ঝাড়খণ্ডৰ অৱস্থান
ঝাড়খণ্ডৰ মানচিত্ৰ
ঝাড়খণ্ডৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (ৰাঁচী): 23°21′N 85°20′E / 23.35°N 85.33°E / 23.35; 85.33স্থানাংক: 23°21′N 85°20′E / 23.35°N 85.33°E / 23.35; 85.33
দেশ ভাৰত
অঞ্চল পূৰ্ব ভাৰত
প্ৰতিষ্ঠা ১৫ নৱেম্বৰ ২০০০
ৰাজধানী ৰাঁচী
চৰকাৰ
 - ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু
 - মুখ্যমন্ত্ৰী হেমন্ত সোৰেন
 - বিধানসভা এককক্ষীয় (৮১ আসন)
 - লোকসভা কেন্দ্ৰ ১৪
 - হাইকোৰ্ট ঝাড়খণ্ড হাইকোৰ্ট
মাটিকালি
 - মুঠ ৭৯,৭১৪ কি.মি. 
(৩০,৭৭৭.৭ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ১৫শ
জনসংখ্যা (২০১১)
 - মুঠ ৩,২৯,৮৮,১৩৪ জন
 - স্থান ১৩শতম
 - জনঘনত্ব ৪১৪ প্ৰতি বৰ্গ কি.মি. 
(এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৪" প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা,প্ৰ,স (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-JH
মানৱ উন্নয়ন সূচক বৃদ্ধি ০.৫১৩ (medium)
মানৱ উন্নয়ন সূচক অনুসৰি স্থান ২৪শ (২০০৫)
সাক্ষৰতা ৬৭.৬% (২৫শ)
চৰকাৰী ভাষা[1] হিন্দী, ইংৰাজী[2] (দ্বিতীয় ভাষা হিসেবে)
ৱেবছাইট http://www.jharkhand.gov.in/

ঝাড়খণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ এই শব্দটোৰ বিষয়ে ঝাড়খণ্ড পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল।[3] এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাড়খণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।

ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাড়খণ্ডৰ চৰকাৰী ভাষা : হিন্দী, চাঁওতালি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]