ঝাড়খণ্ড
(ঝাৰখণ্ডৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
ঝাড়খণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ ঝাড়খণ্ড (সহায়·তথ্য) পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল।[1] এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাড়খণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।
ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাড়খণ্ডৰ চৰকাৰী ভাষা : হিন্দী, চাঁওতালি
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|