ছত্তীছগঢ়
Jump to navigation
Jump to search
ছত্তীছগঢ় | |
— ৰাজ্য — | |
স্থানাঙ্ক | 21°16′N 81°36′E / 21.27°N 81.60°E |
দেশ | ![]() |
ৰাজ্য | ছত্তীছগঢ় |
জিলাৰ সংখ্যা | 18 |
Established | ১ নৱেম্বৰ ২০০০ |
ৰাজধানী | ৰায়পুৰ |
মহানগৰ | ৰায়পুৰ |
ৰাজ্যপাল | আনন্দীবেন পেটেল |
মুখ্যমন্ত্ৰী | ভূপেশ বাঘেল |
বিধানসভা (আসন) | Unicameral (90) |
জনসংখ্যা • ঘনত্ব |
2,07,95,956 (17th) • 108 /কিমি২ (280 /বৰ্গ মাইল) |
চৰকাৰী ভাষা | Chhattisgarhi, Hindi,Telugu |
---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি | >135194 km2 (52199 sq mi) |
ISO 3166-2 | IN-CT |
ৱেবছাইট | www.chhattisgarh.nic.in |
ছত্তীছগঢ় (হিন্দী: छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।
ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰ প্ৰদেশ, পূবে উৰিষ্যা, উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত।
পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।
জিলা[সম্পাদনা কৰক]
ক্ৰম | কোড | জিলা | চহৰ | জন সংখ্য (২০০১) | মাটিকালি (বৰ্গ কিমি) | জনঘনত্ব (বৰ্গ কিমি) |
---|---|---|---|---|---|---|
1 | BA | বস্তৰ | জগদল পূৰ | 1302253 | 14968 | 87 |
2 | BI | বিলাস পূৰ | বিলাস পূৰ | 1993042 | 8270 | 241 |
3 | DA | দন্তেবাডা | দন্তেবাডা | 719065 | 17538 | 41 |
4 | DH | ধম্তাৰি | ধম্তাৰি | 703569 | 3383 | 208 |
5 | DU | দুৰ্গ | দুৰ্গ | 2801757 | 8542 | 328 |
6 | JA | জশ পূৰ | জশ পূৰ | 739780 | 5825 | 127 |
7 | JC | জঞ্জগিৰ - চম্পা | জঞ্জগিৰ | 1316140 | 3848 | 342 |
8 | KB | কোৰ্বা | কোৰ্বা | 1012121 | 6615 | 153 |
9 | KJ | কোৰিয়া | কোৰিয়া | 585455 | 6578 | 89 |
10 | KK | কন্কৈৰ | কন্কৈৰ | 651333 | 6513 | 100 |
11 | KW | কবৰ্থা | কবৰ্থা | 584667 | 4237 | 138 |
12 | MA | মহাসমুন্দ | মহাসমুন্দ | 860176 | 4779 | 180 |
13 | RG | ৰায়গঢ | ৰায়গঢ | 1265084 | 7068 | 179 |
14 | RN | ৰাজনন্দগও | ৰাজনন্দগও | 1281811 | 8062 | 159 |
15 | RP | ৰায় পূৰ | ৰায় পূৰ | 3009042 | 13083 | 230 |
16 | SU | সুৰ্গুজা | অন্বিকা পূৰ | 1970661 | 15765 | 125 |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ছত্তীছগঢ় সম্পৰ্কীয় মিডিয়া ফাইল।
ছত্তীছগঢ় ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- Explore Chhattisgarh Tourism
- About Chhattisgarh
- Chhattisgarh District Maps
- Chhattisgarh Live
- Tourism Website of Chhattisgarh
- Chhattisgarh News Video
- Chhattisgarhi Film Music
- Chhattisgarhi Recipes/Food/Cuisine
![]() |
মধ্য প্ৰদেশ | উত্তৰ প্ৰদেশ | ঝাৰখণ্ড | ![]() |
মহাৰাষ্ট্ৰ | ![]() |
উৰিষ্যা | ||
![]() ![]() | ||||
![]() | ||||
অন্ধ্ৰ প্ৰদেশ |
|