গ্ৰীনউইছ মান সময়+০৫:৩০

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গ্ৰী.মা.স.+৫:৩০ ২০০৮: নীল বৰ্ণ (ডিচেম্বৰ), কমলা বৰ্ণ (জুন), হালধীয়া (গোটেই বছৰ), পাতল নীলা বৰ্ণ (সামুদ্ৰিক এলেকা)

গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ (ইংৰাজী: UTC+05:30) গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

মান সময় হিচাপে[সম্পাদনা কৰক]

দক্ষিণ এছিয়া[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]