সপ্তাহ
Jump to navigation
Jump to search
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়।
অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]
- ১৬৮ ঘন্টাই (১০,০৮০ ছেকেণ্ডত) এটা সপ্তাহ হিচাপে ধৰা হয়।
- ২ সপ্তাহত এক পক্ষ বা পষেক হয়।
- ৪ সপ্তাহত এক মাহ হয়।
- ৫২ সপ্তাহত এক বছৰ হয়।
|