মণিপুৰ
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
মণিপুৰ ꯃꯅꯤꯄꯨꯔ মনিপুৰ্ |
|
---|---|
— ৰাজ্য — | |
ভাৰতৰ মানচিত্ৰত মণিপুৰৰ অৱস্থান | |
মণিপুৰৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (ইম্ফল): 24°49′01″N 93°57′00″E / 24.817°N 93.95°Eস্থানাংক: 24°49′01″N 93°57′00″E / 24.817°N 93.95°E | |
দেশ | ![]() |
প্ৰতিষ্ঠা | ২১ জানুৱাৰী, ১৯৭২ |
ৰাজধানী | ইম্ফল |
জিলা | ১৬ খন |
চৰকাৰ | |
- ৰাজ্যপাল | নাজমা হেপতুল্লা |
- মুখ্যমন্ত্ৰী | নোংথোমবম বিৰেন সিং (ভাৰতীয় জাতীয় কংগ্ৰেছ) |
- বিধানসভা | এক-কক্ষবিশিষ্ট (৬০ আসন) |
- লোকসভা কেন্দ্ৰ | ২ |
- উচ্চ ন্যায়ালয় | মণিপুৰ উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ২২,৩৪৭ কি.মি.২ (৮,৬২৮.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | 23rd |
জনসংখ্যা (২০১১) | |
- মুঠ | ২৭,২১,৭৫৬ জন |
- স্থান | ২২ndতম |
- জনঘনত্ব | ১২১.৮ প্ৰতি বৰ্গ কি.মি. (৩১৫.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-MN |
HDI rank | 5th (2005) |
সাক্ষৰতাৰ হাৰ | ৭৯.২১% (২০১১ জনগণনা) |
চৰকাৰী ভাষা | মৈতৈ |
ৱেবছাইট | Manipur Official Website |
মণিপুৰ উত্তৰ-পূৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
ইতিহাস[সম্পাদনা কৰক]
এখন ক্ষুদ্ৰ অতি উৰ্ব্বৰ সমতল ভূমিৰে ৰাজ্যখন গঠিত হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ পৰা এশাৰী পৰ্ব্বতমালাই এই ৰাজ্যখন কেউদিশে আবৰি আছে। এই পৰ্ব্বতীয়া অঞ্চলত বন্য আৰু যুঁজাৰুজাতি কেতবোৰে বসবাস কৰিছিল। মণিপুৰ বহুদিন ধৰি এখন স্বাধীন ৰাজ্য আছিল। শানবিলাকে এই ৰাজ্যখনক কা-ছে আৰু বৰ্ম্মীবিলাকে কা-থে বুলিছিল। দুয়োটা শব্দই মূলতে একে আছিল যেন লাগে। আহোমে এই ৰাজ্যখনক মেখেলি বুলি অভিহিত কৰিছিল। কছাৰীৰ মতে এই ৰাজ্যখনৰ নাম আছিল মেগলি আৰু পুৰণি অসমীয়াৰ মতে মগলৌ। পেমবটৰ্ণৰ মতে মণীপুৰীসকল দৰাচলতে এটা তাৰ্তাৰ উপনিবেশৰহে লোক। খৃষ্টীয় ১৩শ আৰু ১৪শ শতিকাত চীন আৰু তাৰ্তাৰ ৰাজবংশসমূহৰ মাজত সঘনে হৈ থকা স্ংঘৰ্ষৰ ফলত চীনৰ উত্তৰ পশ্চিম সীমাঞ্চলৰ পৰা কিছুমান তাৰ্তাৰলোক পলাই আহি এই ৰাজ্য সোমাইছিলহি। এই লোকসকলৰ চেহেৰা পাতি মঙ্গোলিয়ান আৰু তেওঁলোকৰ ৰাজ্যৰ দক্ষিণ সীমাত থকা কুকি জনজাতিৰ সৈতে তেওঁলোকৰ ভাষাৰ মিল আছে। খৃষ্টীয় তেৰশ শতিকাৰ পৰা আৰম্ভ হোৱা কেতবোৰ নথিপত্ৰও তেওঁলোকৰ ওচৰত পোৱা গৈছিল। ১৩ শ শতিকাৰ পৰা ১৭১৪ খৃ:লৈ মাত্ৰ ৪৭জন ৰজাৰ নামো জানিব পৰা গৈছে। সেইমতে গড় হিচাপে হিচাপ কৰিলে প্ৰতিজন ৰজাই প্ৰায় ৩৬ বছৰকৈ ৰাজত্ব কৰিছিল। তদুপৰি এই গোটেই সময়ছোৱাত মাত্ৰ এটাই গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ আছে আৰু সেইটো হ’ল খুমবাত বিজয়। ১৪৭৫ খৃ: ত প্ং আৰু মণিপুৰে একেলগে খুমবাত আক্ৰমণ কৰিছিল। ইয়াৰ ফলত কুবো সমতল ভূখণ্ড মণিপুৰ ৰাজ্যৰ অন্তৰ্গত হৈছিল। এই সময়ৰ সৰহভাগ তথ্যই আখ্যানৰ ওপৰত প্ৰতিস্থিত।
সংস্কৃতি[সম্পাদনা কৰক]
মণিপুৰ মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ বাবে বিখ্যাত। ই ভাৰতৰ প্ৰধান আঠটা শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত। প্ৰাচীনকালত এই ৰাজ্যখন গান্ধৰ্বৰ দেশ বুলি খ্যাত আছিল। মণিপুৰ গীত মাতৰ বাবে অতি বিখ্যাত।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Manipur Official Website মণিপুৰৰ চৰকাৰী ৱেবছাইট
- United Manipur Researcher's Organisation,Delhi
- E-Pao! Complete e-platform for Manipuris
- E-Pao Manipur channel
- Kangla Online
- Manipur Map
- Manipur Online
- Official website of the Government of Manipur
- ManipurOnline
- Manipur Freedom: Iron sharmila Channu's Hungerfast against AFSPA
- Manipur History
- Voice of Northeast India
- Manipur - Culture and Heritage
- The Sangai Express - Manipur's main English Newspaper web site
- Poetry in Manipuri - Meitei Mayek
- "A safe house for dangerous men"
- Ethnic Races/People of Manipur
|
|