মণিপুৰ উচ্চ ন্যায়ালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিপুৰ উচ্চ ন্যায়ালয়
প্ৰতিষ্ঠা ২৫ মাৰ্চ ২০১৩; ১১ বছৰ আগত (2013-03-25)
ক্ষেত্ৰাধিকাৰ  ভাৰত
অৱস্থান ইম্ফল, মণিপুৰ
গঠন Presidential with confirmation of ভাৰতৰ মূখ্য ন্যায়ধীশ আৰু Governor of respective state.
প্ৰাধিকাৰক Constitution of India
সিদ্ধান্তসমূহ আপীল কৰা হয় ভাৰতৰ উচ্চতম ন্যায়ালয়
বিচাৰকৰ কৰ্মকাল Mandatory Retirement by age of 62
পদৰ সংখ্যা
ৱেবছাইট hcmimphal.nic.in
Chief Justice
বৰ্তমান Siddharth Mridul
কেতিয়াৰ পৰা ২০ অক্টোবৰ ২০২৩

মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়।[1] ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে। ইয়াৰ পূৰ্বে গৌহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ অধিকাৰ মণিপুৰ ৰাজ্যৰ ওপৰত আছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. https://web.archive.org/web/20130421034623/http://articles.timesofindia.indiatimes.com/2013-03-24/guwahati/37981032_1_chief-justice-gauhati-high-court-gauhati-hc