উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ उत्तर प्रदेश ااتر پردیش |
|||
---|---|---|---|
— ৰাজ্য — | |||
Taj Mahal 2012.jpg | |||
|
|||
![]() |
|||
![]() |
|||
ভৌগোলিক স্থানাংক: 23°50′N 91°17′E / 23.84°N 91.28°Eস্থানাংক: 23°50′N 91°17′E / 23.84°N 91.28°E | |||
দেশ | ![]() |
||
প্ৰতিষ্ঠা | ১৮০৫ (সমৰ্পিত আৰু বিজিত প্ৰদেশসমূহ) | ||
ৰাজধানী | লক্ষ্ণৌ | ||
জিলা | ৭৫ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ৰাম নায়ক | ||
- মুখ্য মন্ত্ৰী | যোগী আদিত্যনাথ | ||
- বিধান সভা | এককক্ষীয় | ||
- লোকসভা | |||
- উচ্চ ন্যায়ালয় | এলাহাবাদ উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ২,৪৩,২৮৬ কি.মি.২ (৯৩,৯৩৩.২ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৪ৰ্থ | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১৯,৯৫,৮১,৪৭৭ জন | ||
- স্থান | ১মতম | ||
- জনঘনত্ব | ৮২০.৪ প্ৰতি বৰ্গ কি.মি. (২,১২৪.৭ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-TR | ||
সাক্ষৰতা হাৰ | ৬৯.৭% | ||
চৰকাৰী ভাষা | হিন্দী, উৰ্দু | ||
ৱেবছাইট | UP.gov.in |
উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ অংশৰ এখন ৰাজ্য। এই ৰাজ্যৰ জনসংখ্যা ১৯ কোটিতকৈও অধিক।[1] উত্তৰ প্ৰদেশ ভাৰতৰ তথা পৃথিৱীৰ এক বৃহৎ প্ৰশাসনিক ভাগ।
উত্তৰ প্ৰদেশৰ বৰ্গফল ৯৩৯৩৩ বৰ্গকিলোমিটাৰ। উৰ্বৰ আৰু জনবহুল গাংগেয় সমভূমিৰ অধিকাংশ উত্তৰ প্ৰদেশতেই স্থিত। উত্তৰ প্ৰদেশৰ উত্তৰ দিশে নেপাল আছে, উত্তৰ পশ্চিমে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড, পশ্চিমে হাৰিয়ানা, দিল্লী আৰু ৰাজস্থান, দক্ষিণে মধ্য প্ৰদেশ, দক্ষিণ পূবে ছত্তীছগঢ় আৰু ঝাৰখণ্ড আৰু পূবে বিহাৰ ৰাজ্য আছে। উত্তৰ প্ৰদেশৰ প্ৰশাসনিক ৰাজধানী লক্ষ্ণৌ[2] আৰু বাণিজ্যিক ৰাজধানী কানপুৰ। ৰাজ্যখনৰ উচ্চ ন্যায়ালয় এলাহাবাদত স্থিত, লক্ষ্ণৌত এখন বেঞ্চৰ সৈতে।
উত্তৰ প্ৰদেশত কেইবাটাও হিন্দু তথা বৌদ্ধ তীৰ্থ স্থল আছে। বুদ্ধদেবৰ নিৰ্বাণস্থলো উত্তৰ প্ৰদেশতেই স্থিত।
তথ্য সূত্ৰ[সম্পাদনা কৰক]
- ↑ "Population estimate". geoHive.com. 2008-07-01. http://www.geohive.com/cntry/india.aspx। আহৰণ কৰা হৈছে: 2008-08-15.
- ↑ http://www.travelmasti.com/domestic/uttarpradesh/lucknow.htm ট্ৰেভেলমস্তি আহৰণ কৰা হৈছে: ৯/৪/২০১৫
|