সমললৈ যাওক

মহাৰাষ্ট্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মহাৰাষ্ট্ৰ
महाराष्ट्र
ভাৰতৰ ৰাজ্য
মহাৰাষ্ট্ৰৰ মোহেৰ
ভাৰতৰ মানচিত্ৰত মহাৰাষ্ট্ৰৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত মহাৰাষ্ট্ৰৰ অৱস্থান
দেশ ভাৰত
অঞ্চল পশ্চিম ভাৰত
স্থাপন ১ মে ১৯৬০ (মহাৰাষ্ট্ৰ দিৱস)
ৰাজধানী মুম্বাই
চৰকাৰ
 • ৰাজ্যপাল ভগৎ সিং কোশাৰি
 • মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰে (শিব সেনা)
 • হাইকোৰ্ট বম্বে হাইকোৰ্ট
কালি
 • মুঠ
৩০৭৭১৩ বৰ্গকিমি (১,১৮,৮০৯ বৰ্গমাইল)
 • স্থান ৩য়
জনসংখ্যা
 (২০১১)
 • মুঠ
১১,২৩,৭২,৯৭২
 • স্থান ২য়
 • ঘনত্ব ৩৭০/km (৯৫০/sq mi)

মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]