কেৰেলা (ৰাজ্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কেৰালাৰ পৰা পুনঃনিৰ্দেশিত)
কেৰেলা
—  ভাৰতৰ ৰাজ্য  —

Emblem
অন্য নাম: God's Own Country, Spice Garden of India, Land of Coconuts, Land of Trees
ভাৰতৰ মানচিত্ৰত কেৰেলাৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত কেৰেলাৰ অৱস্থান
দেশ  ভাৰত
Statehood ১ নৱেম্বৰ ১৯৫৬; ৬৭ বছৰ আগত (1956-11-01)
ৰাজধানী তিৰুৱনন্তপুৰম
জিলা ১৪টা
চৰকাৰ
 - পৰিষদ কেৰেলা চৰকাৰ
 - ৰাজ্যপাল আৰিফ মোহম্মদ খান
 - মুখ্যমন্ত্ৰী পিনাৰাই বিজায়ান (চি, পি, আই (এম))
 - Legislature Unicameral (141 seats)
 - Parliamentary constituencies
 - হাইকোৰ্ট কেৰেলা হাইকোৰ্ট
মাটিকালি
 - মুঠ ৩৮,৮৬৩ কি.মি. 
(১৫,০০৫.১ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ২৩তম
অধিকতম উচ্চতা ২,৬৯৫ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
নিম্নতম উচ্চতা −২.২ মিটাৰ (−৭.২২ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৩,৩৩,৮৭,৬৭৭ জন
 - স্থান ১৩ তমতম
 - জনঘনত্ব ৮৫৯.১ প্ৰতি বৰ্গ কি.মি. 
(২,২২৫.১ প্ৰতি বৰ্গ মাইল)
বিশেষণ Keralite, Malayali
GSDP (2018–19)[2][3]
 - Total (2018–19)
 - Per capita ২,০৪,১০৫ (২,৮৬১.৫৫ ডলাৰ) (2018–19)
ভাষাসমূহ
 - চৰকাৰী মালয়ালম[4]
 - অতিৰিক্ত ইংৰাজী[5]
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-KL
যানবাহনৰ নম্বৰ KL
HDI (2018) বৃদ্ধি 0.779[6] (High) · 1st
Literacy (2011) 94%[7]
Sex ratio (2011) 1084 /1000 [7]
ৱেবছাইট kerala.gov.in

কেৰেলা (ইংৰাজী: Kerala, মালয়ালম: കേരളം কেৰলম) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰেলা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটিকালিৰে কেৰেলা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে কৰ্ণাটক, পূবে আৰু দক্ষিণে তামিলনাডু আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ[8] অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসাৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰেলা জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰেলা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰমমালয়ালম ভাষা হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও।[9] ক’চিন এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তেলশোধনাগাৰ। কালিকট আন এখন বন্দৰ চহৰ।

কৃষি[সম্পাদনা কৰক]

পদ্মফিল্ডৰ এটি লেণ্ডস্কেপ ছবি

সংস্কৃতি[সম্পাদনা কৰক]

কথাকলি প্ৰদৰ্শন

ভ্ৰমণ[সম্পাদনা কৰক]

কেৰালাৰ মুন্নাৰ পাহাৰ ষ্টেচন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Kerala Population Census data 2011". Census 2011. http://www.census2011.co.in/census/state/kerala.html। আহৰণ কৰা হৈছে: 12 November 2015. 
  2. "Net State Domestic Product". Ministry of Statistics and Programme Implementation, Government of India. 28 February 2020. http://mospi.nic.in/sites/default/files/press_releases_statements/State_wise_SDP_28_02_2020.xls। আহৰণ কৰা হৈছে: 27 April 2020. 
  3. "Gross State Domestic Product of Kerala". Department of Economics and Statistics, Government of Kerala. Archived from the original on 9 September 2021. https://web.archive.org/web/20210909165147/http://ecostat.kerala.gov.in/index.php/economy। আহৰণ কৰা হৈছে: 9 June 2019. 
  4. "52nd report of the Commissioner for Linguistic Minorities in India (July 2014 to June 2015)". Ministry of Minority Affairs (Government of India). 29 March 2016. পৃষ্ঠা: 132. Archived from the original on 25 May 2017. https://web.archive.org/web/20170525141614/http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf. 
  5. Jacob, Aneesh (27 November 2015). "Malayalam to be only official language in state". Mathrubhumi. http://english.mathrubhumi.com/news/kerala/malayalam-to-be-only-official-language-in-state-english-news-1.699293. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; snhdi-gdl নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. 7.0 7.1 "Census 2011 (Final Data) – Demographic details, Literate Population (Total, Rural & Urban)". Planning Commission, Government of Indiaplanningcommission.gov.in. http://planningcommission.gov.in/data/datatable/data_2312/DatabookDec2014%20307.pdf। আহৰণ কৰা হৈছে: 3 October 2018. 
  8. "Limits of Oceans and Seas, 3rd edition". International Hydrographic Organization. 1953. Archived from the original on 8 October 2011. https://web.archive.org/web/20111008191433/http://www.iho.int/iho_pubs/standard/S-23/S-23_Ed3_1953_EN.pdf। আহৰণ কৰা হৈছে: 7 February 2010. 
  9. "Kerala – Principal Language". Government of India. Archived from the original on 10 June 2020. https://web.archive.org/web/20200610111356/https://archive.india.gov.in/knowindia/state_uts.php?id=73। আহৰণ কৰা হৈছে: 27 November 2018.