হিন্দু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

হিন্দু (এই শব্দটোৰ বিষয়ে উচ্ছাৰণ ) ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিক এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতীয় সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা শিখ ধৰ্মাম্বলৱী লোকসকলকে সূচায়।[1] বৰ্তমান সাধাৰণ দৃষ্টিভঙ্গীৰে ক’লে হিন্দু শব্দটোৱে হিন্দুধৰ্মৰ অনুগামীসকলক সূচায়।

বৰ্তমান এক বিলিয়ন অনুগামীতকৈয়ো বেছি সংখ্যক লোকেৰে, হিন্দু ধৰ্মাম্বলম্বী লোকসকল পৃথিৱীৰ তৃতীয় বৃহত্তম গোট। ইয়াৰে সৰহ সংখ্যক অনুগামীয়েই ভাৰতত বসবাস কৰে, সংখ্যাত প্ৰায় ৯৪ কোটি।[2] অন্য দেশ কিছুমান যেনে, নেপাল, বাংলাদেশ, শ্ৰীলঙ্কা, মৰিছাছ, গুৱানা, ফিজি, বালি দ্বীপপুঞ্জতো যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বী লোক আছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. India-Constitution:Religious rights Article 25:"Explanation II: In sub-Clause (b) of clause (2), the reference to Hindus shall be construed as including a reference to persons professing the Sikh, Jaina or Buddhist religion"
  2. CIA World Factbook - India Demographics Archived 2008-06-11 at the Wayback Machine 80.5% of 1.166 billion Indians are Hindus

টোকা[সম্পাদনা কৰক]

  • Flood, Gavin (Editor) (2003). The Blackwell Companion to Hinduism. প্ৰকাশক Malden, MA: Blackwell Publishing Ltd.. ISBN 1-4051-3251-5. 
  • Radhakrishnan, S.; Moore, CA (1967). A Sourcebook in Indian Philosophy. Princeton. ISBN 0-691-01958-4. 
  • Tattwananda, Swami (1984). Vaisnava Sects, Saiva Sects, Mother Worship. প্ৰকাশক Calcutta: Firma KLM Private Ltd..  First revised edition.

আৰু চাওক[সম্পাদনা কৰক]

আৰু পঢ়ক[সম্পাদনা কৰক]