পৃথিৱী
Jump to navigation
Jump to search
পৃথিৱীৰ বিখ্যাত "নীলা মাৰ্বল"ৰ চিত্ৰ, এপোলো ১৭ পৰা তোলা | |||||||||||||
| বিৱৰণ | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| বিশেষণ | পাৰ্থিৱ | ||||||||||||
| কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
| যুগ জে২০০০ | |||||||||||||
| অপসূৰ | ১৫২,০৯৭,৭০১ কিমি (১.০১৫ ৭১০ ৩৩৩ ৫ এইউ) ৯৪ ৫০৯ ১৩০ মাইল | ||||||||||||
| অনুসূৰ | ১৪৭,০৯৮,০৭৪ কিমি (০.৯৮৩ ২৮৯ ৮৯১ ২ এইউ) ৯১,৪০২,৭২৫ মাইল | ||||||||||||
| অৰ্ধ-মুখ্য অক্ষ | ১৪৯,৫৯৭,৮৮৭.৫ কিমি (১.০০০ ০০০ ১১২ ৪ এইউ) ৯২,৯৫৫,০৪১ মাইল | ||||||||||||
| উৎকেন্দ্ৰতা | ০.০১৫ ৭১০ ২১৯ | ||||||||||||
| গড় কক্ষীয় দ্ৰুতি | ২৯.৭৮৩ কিমি/ছে (১০৭,২১৮ কিমি/ঘ) | ||||||||||||
| নতি | ০ (সৌৰ বিষুবৰ সৈতে ৭.২৫°) | ||||||||||||
| উদ্বিন্দুৰ দ্ৰাঘিমা | ৩৪৮.৭৩৯ ৩৫° | ||||||||||||
| অনুসূৰৰ উৎপত্তি | ১১৪.২০৭ ৮৩° | ||||||||||||
| উপগ্ৰহসমূহ | ১ (চন্দ্ৰ) | ||||||||||||
| ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
| গড় ব্যাসাৰ্ধ | ৫,৩৭২.৭৯৭ কিমি | ||||||||||||
| বিষুৱীয় ব্যাসাৰ্ধ | ৫,৩৭৮.১৩৭ কিমি | ||||||||||||
| মেৰু ব্যাসাৰ্ধ | ৫,৩৫৫.৭৫২ কিমি | ||||||||||||
| পৃষ্ঠৰ ক্ষেত্ৰফল | ৫১০,০৫৫,৫০০ কিমি² | ||||||||||||
| আয়তন | ১.০৮৩ ২০৭ ৩×10১২ কিমি³ | ||||||||||||
| ভৰ | ৫.৯৭৪২×10২৪ কিলোগ্ৰাম | ||||||||||||
| গড় ঘনত্ব | ৫,৫১৫.৩ কেজি/মি³ | ||||||||||||
| বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৯.৭৮০ ১ মি/সে²]] (০.৯৯৭ ৩২ g) | ||||||||||||
| পলায়ন বেগ | ১১.১৮৫ কিমি/সে (≅৩৯,৫০০ কিমি/ঘ) | ||||||||||||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল | ০.৯৯৭ ২৫৮ দিন (২৩.৯৩৪ ঘন্টা) | ||||||||||||
| বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ৪৫৫.১১ মি/সে | ||||||||||||
| অক্ষীয় ঢাল | ২৩.৪৩৯ ২৮১° | ||||||||||||
| উত্তৰ মেৰুৰ বিষুৱাংশ | অসংজ্ঞায়িত° | ||||||||||||
| উত্তৰ মেৰুৰ বিষুৱলম্ব | +৯০° | ||||||||||||
| প্ৰতিফলন অনুপাত | ০.৩৫৭ | ||||||||||||
| |||||||||||||
| বায়ুমণ্ডল | |||||||||||||
| পৃষ্ঠৰ চাপ | ১০১.৩ কিলোপাষ্কেল | ||||||||||||
| আয়তন অনুসৰি সংযুতি | ৭৮.০৮% নাইট্ৰ’জেন ২০.৯৪% অক্সিজেন ০.৯৩% আৰ্গন ০.০৩৮% কাৰ্বন ডাই অক্সাইড বিৰল বাষ্প (জলবায়ুৰ সৈতে পৰিবৰ্তন হয়) | ||||||||||||
ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ৷
সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়৷ সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ৷
লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)।[1]
পৃথিৱীৰ নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়৷ পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়৷ আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়৷
পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি আৰু পানী পোৱা যায়৷ এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত৷
পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়৷ তদুপৰি কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প আৰু আন আন গেছো পোৱা যায়৷
সৌৰজগতৰ আটাইবোৰ গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতে জীৱ আছে৷
চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ৷
পৃথিৱীৰ খোলাটোত থকা বিভিন্ন মৌলৰ পৰিমাণ[সম্পাদনা কৰক]
| মৌল | পৰিমাণ |
|---|---|
| ছালফাৰ | ০.০০৬ শতাংশ |
| মেংগানিজ | ০.০০৯ শতাংশ |
| কাৰ্বন | ০.০০৯ শতাংশ |
| ফছফৰাছ | ০.১২ শতাংশ |
| হাইড্ৰ’জেন | ০.১৪ শতাংশ |
| থ’ৰিয়াম | ০.৬২ শতাংশ |
| মেগনেছিয়াম | ২.০৭ শতাংশ |
| পটেছিয়াম | ২.৫৮ শতাংশ |
| ছ’ডিয়াম | ২.৪৩ শতাংশ |
| কেলছিয়াম | ৩.৬৪ শতাংশ |
| আয়ৰন | ৫.০৬ শতাংশ |
| এলুমিনিয়াম | ৮.০৭ শতাংশ |
| ছিলিকন | ২৭.৬১ শতাংশ |
| অক্সিজেন | ৪৬.৪৬ শতাংশ |
বহিঃসংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘Earth’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- উইকিমেপিয়াৰ মাধ্যমত কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰাপ্ত পৃথিৱীৰ চিত্ৰ
- USGS -ৰ ভূ-চুম্বকত্ব বিষয়ক অনুষ্ঠান
- Overview of the Seismic Structure of EarthPDF
- NASA Earth Observatory
- The size of Earth compared with other planets/stars
- Beএইউtiful Views of Planet Earth Pictures of Earth from space
- Flash Earth A Flash-based viewer for satellite and aerial imagery of the Earth
- Java ৩D Earth's Globe
- Projectshum.org's Earth fact file (for younger folk)
- Geody Earth World's search engine that supports Google Earth, NASA World Wind, Celestia, GPS, and other applications.
- Planet Earth From AOL Research & Learn: Photos, quizzes and info about Earth's climate, creatures and science.
- Earth From Space Some Photos From the Exhibit
তথ্যসূত্ৰ[সম্পাদনা কৰক]
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা | ||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||