চন্দ্ৰ
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![]() পৃথিৱীৰ উত্তৰাৰ্ধৰপৰা দৃশ্যমান পূৰ্ণচন্দ্ৰ | |||||||||||||
বিৱৰণ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
বিশেষণ | |||||||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
অনুসূৰ | 362600 km (356400–370400 km) | ||||||||||||
অপসূৰ | 405400 km (404000–406700 km) | ||||||||||||
অৰ্ধ-মুখ্য অক্ষ | () | ||||||||||||
কক্ষীয় পৰ্যায়কাল | (27 d 7 h 43.19 min 11.5 s) | ||||||||||||
পৰ্যায়কাল | (29 d 12 h 44 min 2.9 s) | ||||||||||||
নতি | 5.145° to the ecliptic | ||||||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | regressing by one revolution in 18.6 years | ||||||||||||
অনুসূৰ উৎপত্তি | progressing by one revolution in 8.85 years | ||||||||||||
যাৰ উপগ্ৰহ | পৃথিৱী | ||||||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
গড় ব্যাসাৰ্ধ | (0.273 Earths) | ||||||||||||
বিষুৱীয় ব্যাসাৰ্ধ | (0.273 Earths) | ||||||||||||
মেৰু ব্যাসাৰ্ধ | (0.273 Earths) | ||||||||||||
পৰিধি | (equatorial) | ||||||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | (0.074 Earths) | ||||||||||||
আয়তন | (0.020 Earths) | ||||||||||||
ভৰ | ( Earths) | ||||||||||||
গড় ঘনত্ব | × Earth | ||||||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | () | ||||||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | (synchronous) | ||||||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | 4.627 m/s | ||||||||||||
অক্ষীয় ঢাল |
| ||||||||||||
প্ৰতিফলন অনুপাত | 0.136 | ||||||||||||
| |||||||||||||
আপাত মান |
| ||||||||||||
কৌণিক ব্যাস | 29.3 to 34.1 arcminutes | ||||||||||||
বায়ুমণ্ডল | |||||||||||||
পৃষ্ঠৰ চাপ | |||||||||||||
আয়তন অনুসৰি সংযুতি | |||||||||||||
চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে। সবাটোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থেইয়াৰ সংঘৰ্ষৰ বাবে সৃষ্ট ডেব্ৰিৰপৰা সৃষ্ট। চন্দ্ৰৰ এফালহে পৃথিৱীৰ দিশে। কাৰণ তুল্যকালিক ঘূৰ্ণন। পৃথিৱীৰ দ্ৰষ্টাৰ বাবে ই আকাশৰ দ্বিতীয় উজ্জৱলতম বস্তু। যদিও চন্দ্ৰ প্ৰকৃততে অন্ধকাৰময়, চন্দ্ৰক জ্যোতিৰ্ময় যেন দেখা পোৱা যায় কাৰণ ইয়াৰ পোহৰ প্ৰতিফলন কৰাৰ ক্ষমতা আস্ফাল্টতকৈ অলপ অধিক।
আকাশত চন্দ্ৰৰ প্ৰাধান্যই চন্দ্ৰক কলাত্মক, ধাৰ্মিক, পঞ্জিকা সম্বন্ধীয় আৰু ভাষিক দিশত অত্যধিক প্ৰভাৱ পেলাইছে। চন্দ্ৰৰ মধ্যাকৰ্ষণে বাবে সাগৰত জোৱাৰ আদিৰ সৃষ্টি কৰে। জোনৰ পৃথিৱীৰপৰা দূৰত্ব প্ৰায় পৃথিৱীৰ ব্যাসৰ ৩০ গুণ। পৃথিৱীৰপৰা চন্দ্ৰৰ আকাৰ প্ৰায় সূৰ্যৰ সমান যেন দেখা পায়, সেয়ে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সম্ভৱ।