ঘনত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
A graduated cylinder containing various coloured liquids with different densities.

ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব[1] : য'ত m ভৰ আৰু V আয়তন।

ঘনত্বৰ একক:[সম্পাদনা কৰক]

  1. কিলোগ্ৰাম/ঘন মিটাৰ
  2. গ্ৰাম/ঘন চেণ্টিমিটাৰ
  3. পাউণ্ড/ঘন ফুট

উদাহৰণস্বৰূপে, পানীৰ ঘনত্ব ১ গ্ৰাম/ঘন চেণ্টিমিটাৰ; অৰ্থাৎ ১ ঘন চেণ্টিমিটাৰ পানীৰ ভৰ ১ গ্ৰাম। ঘনত্বৰ মাপৰ সহায়ত কোনো বস্ত্ত পানীত (বা আন জুলীয়া পদাৰ্থত) ওপঙিব নে নাই সেয়া জানিব পাৰি। আপেক্ষিক ঘনত্ব (অৰ্থাৎ পানীৰ তুলনাত অইন পদাৰ্থৰ ঘনত্ব) মান একতকৈ কম হ'লে সি পানীত ওপঙিব আৰু একতকৈ বেছি হ'লে সি পানীত ডুব যাব।

ঘনত্বসমূহ[সম্পাদনা কৰক]

পানী[সম্পাদনা কৰক]

বায়ুমণ্ডলীয় চাপত পানীৰ ঘনত্ব
উষ্ণতা (°C)[note 1] ঘনত্ব (কি.গ্ৰা./মি)
−৩০ ৯৮৩.৮৫৪
−২০ ৯৯৩.৫৪৭
−১০ ৯৯৮.১১৭
৯৯৯.৮৩৯৫
৯৯৯.৯৭২০
১০ ৯৯৯.৭০২৬
১৫ ৯৯৯.১০২৬
২০ ৯৯৮.২০৭১
২২ ৯৯৭.৭৭৩৫
২৫ ৯৯৭.০৪৭৯
৩০ ৯৯৫.৬৫০২
৪০ ৯৯২.২
৬০ ৯৮৩.২
৮০ ৯৭১.৮
১০০ ৯৫৮.৪
Notes:
  1. Values below 0 °C refer to supercooled water.

বায়ু[সম্পাদনা কৰক]

বায়ুৰ ঘনত্ব vs. উষ্ণতা
atm চাপত বায়ুৰ ঘনত্ব
T (°C) ρ (kg/m3)
−25 1.423
−20 1.395
−15 1.368
−10 1.342
−5 1.316
0 1.293
5 1.269
10 1.247
15 1.225
20 1.204
25 1.184
30 1.164
35 1.146

অন্য পদাৰ্থ[সম্পাদনা কৰক]

এক নিৰ্দিষ্ট পৰিসৰলৈকে কিছুমান পদাৰ্থৰ ঘনত্ব
পদাৰ্থ ρ (কি.গ্ৰা./মি)[টোকা 1] টোকা
হিলিয়াম ০.১৭৯
Aerographite 0.2 [টোকা 2][2][3]
Metallic microlattice 0.9 [টোকা 2]
Aerogel 1.0 [টোকা 2]
বায়ু ১.২ সমুদ্ৰ পৃষ্ঠত
Tungsten hexafluoride 12.4 One of the heaviest known gases at standard conditions
তৰল হাইড্ৰ'জেন ৭০ প্ৰায় –২৫৫ °ছে.ত
Styrofoam 75 Approx.[4]
Cork 240 Approx.[4]
Pine 373 [5]
Lithium 535
Wood 700 Seasoned, typical[6][7]
Oak 710 [5]
Potassium 860 [8]
Sodium 970
বৰফ ৯১৬.৭ < ০ °ছে. উষ্ণতাত
পানী (নিৰ্মল) ১,০০০ ৪ °ছে.ত, সৰ্বাধিক ঘনত্বৰ উষ্ণতা
পানী (লৱণযুক্ত) ১,০৩০
নাইল'ন ১,১৫০
প্লাস্তিক ১,১৭৫ আনুমানিক; পলিপ্ৰ'পাইলিন আৰু পিইটিই/পিভিচি
Tetrachloroethene 1,622
Magnesium 1,740
Beryllium 1,850
Glycerol 1,261 [9]
কংক্ৰিট ২,০০০ [10]
Silicon 2,330
Aluminium 2,700
Diiodomethane 3,325 liquid at room temperature
হীৰা ৩,৫০০
Titanium 4,540
Selenium 4,800
Vanadium 6,100
Antimony 6,690
Zinc 7,000
Chromium 7,200
Tin 7,310
Manganese 7,325 Approx.
লো ৭,৮৭০
Niobium 8,570
Brass 8,600 [10]
Cadmium 8,650
Cobalt 8,900
নিকেল ৮,৯০০
তাম ৮,৯৪০
Bismuth 9,750
Molybdenum 10,220
ৰূপ ১০,৫০০
সীহ ১১,৩৪০
থ'ৰিয়াম ১১,৭০০
ৰ'ডিয়াম ১২,৪১০
মাৰ্কাৰি ১৩,৫৪৬
টেণ্টালাম ১৬,৬০০
ইউৰেনিয়াম ১৮,৮০০
টাংষ্টেন ১৯,৩০০
সোণ ১৯,৩২০
প্লুট'নিয়াম ১৯,৮৪০
প্লেটিনাম ২১,৪৫০
ইৰিডিয়াম ২২,৪২০
অ'ছমিয়াম ২২,৫৭০
টোকা:
  1. টোকা উল্লেখ নকৰা সকলো মান প্ৰমাণ উষ্ণতা আৰু চাপত, অৰ্থাৎ, সাঁচ:Convert/LinAonDbSoffT আৰু সাঁচ:Convert/kPaত দিয়া হৈছে।
  2. 2.0 2.1 2.2 Air contained in material excluded when calculating density

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The National Aeronautic and Atmospheric Administration's Glenn Research Center. "Gas Density Glenn research Center". grc.nasa.gov. Archived from the original on 2013-04-14. https://web.archive.org/web/20130414132531/http://www.grc.nasa.gov/WWW/BGH/fluden.html। আহৰণ কৰা হৈছে: 2016-07-09. 
  2. New carbon nanotube struructure aerographite is lightest material champ. Phys.org (July 13, 2012). Retrieved on July 14, 2012.
  3. Aerographit: Leichtestes Material der Welt entwickelt – SPIEGEL ONLINE. Spiegel.de (July 11, 2012). Retrieved on July 14, 2012.
  4. 4.0 4.1 "Re: which is more bou styrofoam or cork". Madsci.org. http://www.madsci.org/posts/archives/mar2000/954534602.Ph.r.html। আহৰণ কৰা হৈছে: September 14, 2010. 
  5. 5.0 5.1 Raymond Serway; John Jewett (2005), Principles of Physics: A Calculus-Based Text, Cengage Learning, p. 467, ISBN 0-534-49143-X, https://books.google.com/books?id=VaroJ5BNuZAC 
  6. "Wood Densities". www.engineeringtoolbox.com. http://www.engineeringtoolbox.com/wood-density-d_40.html। আহৰণ কৰা হৈছে: October 15, 2012. 
  7. "Density of Wood". www.simetric.co.uk. http://www.simetric.co.uk/si_wood.htm। আহৰণ কৰা হৈছে: October 15, 2012. 
  8. CRC Press Handbook of tables for Applied Engineering Science, 2nd Edition, 1976, Table 1-59
  9. glycerol composition at. Physics.nist.gov. Retrieved on July 14, 2012.
  10. 10.0 10.1 Hugh D. Young; Roger A. Freedman. University Physics with Modern Physics. Addison-Wesley; 2012. ISBN 978-0-321-69686-1. p. 374.