হিলিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিলিয়াম,  2He

হিলিয়ামৰ বৰ্ণালী ৰেখা
সাধাৰণ ধৰ্মসমূহ
নাম, সংকেত হিলিয়াম, He
Appearance বৰ্ণহীন গেছ, বিদ্যুৎ ক্ষেত্ৰত ৰঙা-কমলা আভা বিচ্ছুৰিত কৰে
উচ্চাৰণ /ˈhliəm/
hee-lee-əm
পৰ্যাবৃত্ত তালিকাত হিলিয়াম
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)


He

Ne
হাইড্ৰ'জেনহিলিয়ামলিথিয়াম
আনৱিক সংখ্যা (Z)
গ্ৰুপ, ব্লক ১৮, s-ব্লক
পৰ্যায় period 1
মান আনৱিক ভৰ (±) (Ar) 4.002602(2)[1]
ইলেক্ট্ৰনৰ বিন্যাস 1s2
প্ৰতি কক্ষত
2
ভৌতিক ধৰ্মসমূহ
দশা গেছীয়
গলনাংক 0.95 কে ​(−272.20 °ছে, ​−457.96 °ফা) (at 2.5 MPa)
উতলাংক 4.222 কে ​(−268.928 °ছে, ​−452.070 °ফা)
ঘনত্ব প্ৰ.উ.চা.ত (০ °ছে আৰু ১০১.৩২৫ কি.পাস্কেল) 0.1786 g/L
জলীয় অৱস্থাত, m.p. 0.145 g/cm3
তৰল অৱস্থাত, b.p. ত 0.125 g/cm3
Triple point 2.177 K, ​5.043 kPa
Critical point 5.1953 K, 0.22746 MPa
Heat of fusion 0.0138 kJ/mol
মৌলৰ তাপ 0.0829 কি.জুল/ম'ল
Molar heat capacity 20.78[2] J/(mol·K)
বাস্পীয় চাপ (defined by ITS-90)
P (Pa) 1 10 100 1 k 10 k 100 k
at T (K)     1.23 1.67 2.48 4.21
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা 0
বিদ্যুৎঋণাত্মকতা Pauling scale: no data
আয়নিভৱন শক্তি 1st: 2372.3 kJ/mol
2nd: 5250.5 kJ/mol
Covalent radius 28 pm
Van der Waals radius 140 pm
হিলিয়াম লেজাৰ

হিলিয়াম (ইংৰাজী: Helium; গ্ৰীক ἥλιος হালিউছ "সূৰ্য"ৰ পৰা) পৰ্যাবৃত্ত তালিকাৰ ২য় মৌল। ইয়াৰ প্ৰতীক He। ই পৰ্যাবৃত্ত তালিকাৰ ১ম পৰ্যায়ৰ শূন্য শ্ৰেণীত অৱস্থিত। ওজনৰ দিশত ই দ্বিতীয়;- মৌলিক পদাৰ্থৰ মধ্যত একমাত্ৰ হাইড্ৰ'জেন ইয়াতকৈ পাতল। হিলিয়াম এটি বৰ্ণহীন, গন্ধহীন আৰু স্বাদহীন নিষ্ক্ৰিয় গেছ। এই মৌলিক পদাৰ্থৰ পাৰমাণবিক সংখ্যা ২।

আবিষ্কাৰ[সম্পাদনা কৰক]

ফৰাচী জ্যোতিৰ্বিজ্ঞানী পিয়েৰ জনছনে ১৮৬৮ খ্ৰীষ্টাব্দৰ এক সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ জ্যোতিৰ্বলয়ৰ বৰ্ণালীত হিলিয়াম আবিষ্কাৰ কৰে। ইয়াৰ কিছুদিন পিছত ই এটা মৌল হিচাপে চিহ্নিত হয়। ব্ৰিটিছ ৰসায়নবিদ ছাৰ এডৱাৰ্ড ফ্ৰেংকলেণ্ড আৰু ছাৰ জোছেফ নৰমেন লকয়াৰে ইয়াৰ নাম হিলিয়াম দিয়ে। ব্ৰিটিছ ৰসায়নবিদ ছাৰ ৱিলিয়াম ৰ‌েমজিয়ে প্ৰথম পৃথিবীত প্ৰাপ্ত পদাৰ্থৰ পৰা ইয়াক নিষ্কাশন কৰে। তেওঁ ক্লিভাইট নামৰ এটা ইউৰেনিয়ামধাৰক খনিজত হিলিয়াম চিনাক্ত কৰে। ১৯০৭ খ্ৰীষ্টাব্দত ব্ৰিটিছ ৰসায়নবিদ ছাৰ আৰ্নেষ্ট ৰাদাৰফ'ৰ্ডে দেখুৱাই যে আলফা কণা হ'ল হিলিয়ামৰ নিউক্লিয়াছ।

বৈশিষ্ট্য[সম্পাদনা কৰক]

হিলিয়াম অণু এক পৰমাণুবিশিষ্ট। মৌলসমূহৰ ভিতৰত কেৱল হাইড্ৰ'জেন ইয়াতকৈ পাতল। হিলিয়াম -২৭২.২ ডিগ্ৰী ছেলছিয়াছত ২৬ একক বায়ুমণ্ডলীয় চাপতকৈও বেছি চাপত গোট মাৰি কঠিন হয়। ই -২৬৮.৯ ডিগ্ৰী ছেলছিয়াছত বিস্ফোৰিত হবলৈ আৰম্ভ কৰে। ইয়াৰ ঘনত্ব ২০ ডিগ্ৰী ছেলছিয়াছ আৰু একক বায়ুমণ্ডলীয় চাপত ০.১৬৬৪ গ্ৰাম/লিটাৰ। হিলিয়ামৰ আণবিক ভৰ ৪.০০২৬। সকলো গেছৰ ভিতৰত হিলিয়াম গেছক তৰল কৰা সবাতোকৈ কঠিন। স্বাভাবিক বায়ুচাপত ইয়াক কঠিনীভূত কৰা অসম্ভৱ। এই বৈশিষ্ট্যৰ কাৰণে তৰল হিলিয়াম হিমায়ক হিচাপে আৰু পৰীক্ষাগাৰত পৰম শূন্যৰ নিকতবৰ্তী তাপমাত্ৰা উৎপাদন আৰু পৰিমাপত ব্যবহাৰ কৰা হয়। তৰল হিলিয়ামৰ উপৰেৰে বাষ্প দ্ৰুত গতিত পঠিয়াই স্বাভাবিক বায়ুচাপত প্ৰায় পৰম শূন্যৰ ওচৰৰ তাপমাত্ৰাত ইয়াক শীতল কৰা সম্ভৱ। পৰম শূন্যৰ সামান্য উপৰৰ তাপমাত্ৰাত ই "হিলিয়াম-২" বা অতিতৰল হিলিয়ামলৈ পৰিণত হয়। এই অতিতৰল হিলিয়ামৰ অদ্বিতীয় বৈশিষ্ট্য বিদ্যমান; ইয়াৰ কোনো হিমাংক নাই, আৰু ইয়াৰ সান্দ্ৰতা শূন্য। ই খুব সহজেই অত্যন্ত সূক্ষ্ম ছিদ্ৰ আৰু ফাঁটৰ মাজেৰে প্ৰবাহিত হ'ব পাৰে। হিলিয়াম-৩ নামৰ ৩ ভৰবিশিষ্ট আইছ'টপটোৰ স্ফুটনাংক সাধাৰণ হিলিয়ামতকৈও তলত অৱস্থিত আৰু তৰল অৱস্থাত অত্যন্ত ভিন্ন ধৰণে আচৰণ কৰে। হাইড্ৰ'জেনৰ পিছতেই হিলিয়াম মহাবিশ্বৰ সকলোতকৈ সহজলভ্য মৌল। কিন্তু পৃথিবীত ইয়াৰ পৰিমাণ অত্যন্ত কম। ভূগৰ্ভস্থত প্ৰাকৃতিক গেছৰ সৈতে মিশ্ৰ অৱস্থাত ইয়াক পোৱা যায়। অত্যন্ত পাতল বাবে নিঃসৰণৰ লগে লগে ই বায়ুমণ্ডল ত্যাগ কৰে আৰু ইয়াক পুনৰ ধৰি ৰাখিব নোৱাৰি। সমুদ্ৰ সমতলত হিলিয়াম প্ৰতি মিলিয়নত ৫.৪ অনুপাতত পোৱা যায়। উচ্চ উচ্চতাত এই পৰিমাণ অলপ বাঢ়ে। বায়ুমণ্ডলৰ প্ৰতি মিলিয়নৰ ১টা কণা হিলিয়াম-৩ মৌল। অনুমান কৰা হয় যে ই ৩ ভৰবিশিষ্ট ট্ৰিটিয়ামৰ তেজস্ক্ৰিয় ক্ষয়ৰ পৰা তৈয়াৰ হয়। হিলিয়ামৰ সাধাৰণ আইছ'টপ, হিলিয়াম-৪ সম্ভৱতঃ শিলসমূহৰ তেজস্ক্ৰিয় আলফা নিঃসাৰক পদাৰ্থৰ পৰা উদ্ভূত। প্ৰাকৃতিক গেছত প্ৰায় ০.৪ শতাংশ হাৰত হিলিয়াম থাকে আৰু ইয়েই হিলিয়ামৰ প্ৰধান বাণিজ্যিক উৎস।

ব্যবহাৰ[সম্পাদনা কৰক]

হিলিয়াম অদাহ্য বাবে বেলুনত হাইড্ৰ'জেন গেছৰ সলনি ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তোলন ক্ষমতা হাইড্ৰ'জেনৰ ৯২ শতাংশ, অৰ্থাৎ ই হাইড্ৰ'জেনতকৈ দুগুণ গধুৰ।

যৌগসমূহ আৰু ৰাসায়নিক বিক্ৰিয়া[সম্পাদনা কৰক]

অন্যান্য নিষ্ক্ৰিয় গেছৰ দৰে হিলিয়ামো ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। ইয়াৰ একমাত্ৰ ইলেকট্ৰন খোলাটো ইলেকট্ৰনেৰে পূৰ্ণ, ফলত অন্যান্য ৰাসায়নিক মৌলৰ লগত ইয়াৰ বিক্ৰিয়া সংঘটন অত্যন্ত দুৰূহ। যদিওবা বিক্ৰিয়া ঘটে, তেতিয়াও ইয়াৰ উৎপাদ যৌগসমূহ অস্থায়ী প্ৰকৃতিৰ হয়। হিলিয়ামৰ লগত নিয়ন আৰু হাইড্ৰ'জেনৰ যৌগৰ অস্তিত্ব বিচাৰি পোৱা গৈছে। অন্যান্য যৌগ থকাৰো অনুমান কৰা হৈছে। মহাবিশ্বত হিলিয়াম অত্যন্ত সহজলভ্য বাবে এই বিক্ৰিয়াসমূহ মহাবিশ্ব তত্ত্বৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Standard Atomic Weights 2013. Commission on Isotopic Abundances and Atomic Weights
  2. Shuen-Chen Hwang, Robert D. Lein, Daniel A. Morgan (2005). "Noble Gases". Kirk Othmer Encyclopedia of Chemical Technology. Wiley. pp. 343–383. doi:10.1002/0471238961.0701190508230114.a01.

লগতে চাওক[সম্পাদনা কৰক]