কাৰ্বন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Carbonৰ পৰা পুনঃনিৰ্দেশিত)
কাৰ্বন,  6C

Graphite (left) and diamond (right), the two most well-known allotropes of carbon

Spectral lines of carbon
সাধাৰণ ধৰ্মসমূহ
নাম, সংকেত কাৰ্বন, C
Appearance গ্ৰেফাইট: কলা
হীৰা: স্বচ্ছ
Allotropes গ্ৰেফাইট, হীৰা
উচ্চাৰণ /ˈkɑrbən/
kar-bən
পৰ্যাবৃত্ত তালিকাত কাৰ্বন
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)


C

Si
বৰনকাৰ্বননাইট্ৰ'জেন
আনৱিক সংখ্যা (Z)
গ্ৰুপ, ব্লক ১৪, p-ব্লক
পৰ্যায় period 2
মান আনৱিক ভৰ (Ar) 12.011[1] (12.0096–12.0116)[2]
ইলেক্ট্ৰনৰ বিন্যাস [He] 2s2 2p2
প্ৰতি কক্ষত
2, 4
ভৌতিক ধৰ্মসমূহ
দশা কঠিন
Sublimation point 3915 K ​(3642 °C, ​6588 °F)
ঘনত্ব কক্ষ তাপমানৰ ওচৰত অনিয়তাকাৰ: 1.8–2.1 g/cm3[3]
গ্ৰেফাইট: 2.267 g/cm3
হীৰা: 3.515 g/cm3
Triple point 4600 K, ​10,800 kPa[4][5]
Heat of fusion গ্ৰেফাইট: 117 kJ/mol
Molar heat capacity গ্ৰেফাইট: 8.517 J/(mol·K)
হীৰা: 6.155 J/(mol·K)
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা +4, +3,[6] +2, +1,[7] 0, −1, −2, −3, −4[8] ​(a পাতল আম্লিক অক্সাইড)
বিদ্যুৎঋণাত্মকতা Pauling scale: 2.55
আয়নিভৱন শক্তি 1st: 1086.5 kJ/mol
2nd: 2352.6 kJ/mol
3rd: 4620.5 kJ/mol
(more)
Covalent radius sp3: 77 pm
sp2: 73 pm
sp: 69 pm
Van der Waals radius 170 pm

কাৰ্বন (ইংৰাজী: Carbon; লেটিন: carbo , অৰ্থ "কয়লা"ৰ পৰা) হৈছে এটা ৰাসায়নিক মৌল। ইয়াৰ সংকেত C আৰু ৰাসায়নিক সংখ্যা ৬। পৰ্যায়বৃত্ত তালেকাত ই ১৪ নং স্তম্ভত (গোট) প্ৰথমৰ পৰা (২য় শাৰী) ৬ নং স্থানত অৱস্থিত। সহযোযী বন্ধন সৃষ্টি কৰিব পৰাকৈ ইয়াৰ একেবাৰে বাহিৰৰ কক্ষত ছটা ইলেক্ট্ৰন থাকে। ইয়াৰ প্ৰাকৃতিক সমৰূপ তিনিটা হৈছে, কাৰ্বন-১২, কাৰ্বন-১৩ আৰু কাৰ্বন-১৪। ইয়াৰে প্ৰথম দুটা স্থিৰ আৰু তৃতীয়টো প্ৰায় ৫,৭৩০ বছৰ অৰ্থজীৱনকাল যুক্ত অস্থায়ী আৰু তেজস্ক্ৰিয়।[9]

কাৰ্বনৰ বিভিন্ন বহুৰূপীবোৰৰ ভিন্ন ভৌতিক লক্ষণ দেখা পোৱা যায়। উদাহৰণ স্বৰূপে, গ্ৰেফাইট অস্বচ্ছ আৰু ক'লা, আনহাতে হীৰা অতিশয় স্বচ্ছ। গ্ৰেফাইট অতি কোমল বাবে কাগজত ইয়াৰ এটা তৰপ বহি যায় (ইয়াৰ নামটো, গ্ৰীক শব্দ "γράφω" অৰ্থ "লিখা"ৰ পৰা আহৰণ কৰা হৈছে), আনহাতে হীৰা অতি কঠিন। গ্ৰেফাইট এবিধ উত্তম বিদ্যুৎ সুপৰিবাহী, আনহাতে হীৰাৰ বিদ্যুৎ পৰিবাহীতা অতি নিম্ন পৰ্যায়ৰ। সাধাৰণ অৱস্থাত হীৰা, কাৰ্বন নেন'টিউব, আৰু গ্ৰেফেন জ্ঞাত তাপপৰিবাহী পদাৰ্থবোৰৰ ভিতৰত অতি উচ্চ পৰ্যায়ৰ তাপপৰিবাহী। কাৰ্বনৰ সকলো বহুৰূপী সাধাৰণ অৱস্থাত কঠিন, গ্ৰেফাইট তাপগতিয়ভাৱে আটাইতকৈ সুস্থিৰ। ইহঁত ৰাসায়নিকভাৱে প্ৰায় বিক্ৰিয়া প্ৰতিৰোধী, অতি উচ্চ উষ্ণতাতহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে। চূণ শিল, দলমাইট, আৰু কাৰ্বন ডাই অক্সাইড আদি অজৈৱ যৌগৰ এক বৃহৎ উৎস। কয়লা, পিট, তেল, মিথেনৰ দৰে জৈৱিক পদাৰ্থতো কাৰ্বন থাকে। অন্য যিকোনো ৰাসায়নিক মৌলৰ তুলনাত, কাৰ্বনে এক বৃহৎ সংখ্যক যৌগৰ গঠন কৰে, প্ৰায় দহ নিযুতৰ কথা জানিব পৰা গৈছে,[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Conventional Atomic Weights 2013. Commission on Isotopic Abundances and Atomic Weights
  2. Standard Atomic Weights 2013. Commission on Isotopic Abundances and Atomic Weights
  3. সাঁচ:RubberBible86th
  4. Haaland, D (1976). "Graphite-liquid-vapor triple point pressure and the density of liquid carbon". Carbon খণ্ড 14 (6): 357. doi:10.1016/0008-6223(76)90010-5. 
  5. Savvatimskiy, A (2005). "Measurements of the melting point of graphite and the properties of liquid carbon (a review for 1963–2003)". Carbon খণ্ড 43 (6): 1115. doi:10.1016/j.carbon.2004.12.027. 
  6. "Fourier Transform Spectroscopy of the System of CP". http://bernath.uwaterloo.ca/media/36.pdf। আহৰণ কৰা হৈছে: 2007-12-06. 
  7. "Fourier Transform Spectroscopy of the Electronic Transition of the Jet-Cooled CCI Free Radical". http://bernath.uwaterloo.ca/media/42.pdf। আহৰণ কৰা হৈছে: 2007-12-06. 
  8. "Carbon: Binary compounds". http://www.webelements.com/webelements/elements/text/C/comp.html। আহৰণ কৰা হৈছে: 2007-12-06. 
  9. "Carbon – Naturally occurring isotopes". WebElements Periodic Table. http://www.webelements.com/webelements/elements/text/C/isot.html। আহৰণ কৰা হৈছে: 2008-10-09. 
  10. Chemistry Operations (December 15, 2003). "Carbon". Archived from the original on September 13, 2008. https://web.archive.org/web/20080913063402/http://periodic.lanl.gov/elements/6.html। আহৰণ কৰা হৈছে: October 7, 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]