ব'ৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব'ৰণ

ব'ৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। ব'ৰণ পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ১৩ বৰ্গৰ p-গোষ্ঠীৰ মৌল। নামটো আৰৱীক শব্দ 'বুৰাক'ৰ পৰা আহৰণ আহিছে, যিটো হৈছে বৰাস্ক।[1]

ৰাসায়নিক ধৰ্ম আৰু গঠন[সম্পাদনা কৰক]

  • ব'ৰণত থকা ইলেক্ট্ৰনৰ সংখ্যা ৫।
  • ইলেকট্ৰনীয় বিন্যাস 1s11p22s22p1 .
  • পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৫
  • পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ১০.৮১
  • ঘনত্ব: ২.৩৪ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
  • কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
  • গলনাংক: ২৩৫০ ডিগ্ৰী ফৰেনহেইট (২০৭৭ ডিগ্ৰী চেলচিয়াছ)
  • উতলাংক: ৭২৩২ ডিগ্ৰী ফৰেনহেইট (৪০০০ ডিগ্ৰী চেলচিয়াছ)
  • আটাইতকৈ সচৰাচৰ আইছ'টোপ: 11B

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Boron". Royal Society of ChemistryRoyal Society of Chemistry. https://www.rsc.org/periodic-table/element/5/boron। আহৰণ কৰা হৈছে: 19 October 2020.