বেৰিলিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Berylliumৰ পৰা পুনঃনিৰ্দেশিত)
বেৰিলিয়াম

বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ 'বেৰাইল’'ৰ পৰা আহৰণ আহিছে[1]

ৰাসায়নিক ধৰ্ম আৰু গঠন[সম্পাদনা কৰক]

  • ব'ৰণত থকা ইলেক্ট্ৰনৰ সংখ্যা ৪
  • ইলেকট্ৰনীয় বিন্যাস 1s11p22s2
  • পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৪
  • পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৯.০১২
  • ঘনত্ব: ১.৮৫ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
  • কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
  • গলনাংক: ২৩৪৯ ডিগ্ৰী ফৰেনহেইট (১২৮৭ ডিগ্ৰী চেলচিয়াছ)
  • উতলাংক: ৪৪৭৪ ডিগ্ৰী ফৰেনহেইট (২৪৬৮ ডিগ্ৰী চেলচিয়াছ)
  • আটাইতকৈ সচৰাচৰ আইছ'টোপ: 9Be

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Boron". Royal Society of ChemistryRoyal Society of Chemistry. https://www.rsc.org/periodic-table/element/4/beryllium। আহৰণ কৰা হৈছে: 19 October 2020.