নাইট্ৰ'জেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nitrogenৰ পৰা পুনঃনিৰ্দেশিত)
নাইট্ৰ'জেন,  7N

তৰল নাইট্ৰ'জেন

নাইট্ৰ'জেনৰ বৰ্ণালী ৰেখা
সাধাৰণ ধৰ্মসমূহ
নাম, সংকেত নাইট্ৰ'জেন, N
Appearance বৰণহীন গেছ, তৰল অথবা কঠিন
উচ্চাৰণ /ˈntrəən/
ny-trə-jən
পৰ্যাবৃত্ত তালিকাত নাইট্ৰ'জেন
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)


N

P
কাৰ্বননাইট্ৰ'জেনঅক্সিজেন
আনৱিক সংখ্যা (Z)
গ্ৰুপ, ব্লক ১৫, p-ব্লক
পৰ্যায় period 2
মান আনৱিক ভৰ (Ar) 14.007[1] (14.00643–14.00728)[2]
ইলেক্ট্ৰনৰ বিন্যাস [He] 2s2 2p3
প্ৰতি কক্ষত
২, ৫
ভৌতিক ধৰ্মসমূহ
দশা গেছীয়
গলনাংক 63.15 কে ​(−210.00 °ছে, ​−346.00 °ফা)
উতলাংক 77.355 কে ​(−195.795 °ছে, ​−320.431 °ফা)
ঘনত্ব প্ৰ.উ.চা.ত (০ °ছে আৰু ১০১.৩২৫ কি.পাস্কেল) 1.251 g/L
তৰল অৱস্থাত, b.p. ত 0.808 g/cm3
Triple point 63.151 K, ​12.52 kPa
Critical point 126.192 K, 3.3958 MPa
Heat of fusion (N2) 0.72 kJ/mol
en-GB মৌলৰ তাপ (N2) 5.56 কি.জুল/ম'ল
Molar heat capacity (N2) 29.124 J/(mol·K)
বাস্পীয় চাপ
P (Pa) 1 10 100 1 k 10 k 100 k
at T (K) 37 41 46 53 62 77
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা , ৪, , ২, ১, −১, −২, −৩ ​(এক শক্তিশালী আম্লিক অক্সাইড)
বিদ্যুৎঋণাত্মকতা Pauling scale: 3.04
আয়নিভৱন শক্তি 1st: 1402.3 kJ/mol
2nd: 2856 kJ/mol
3rd: 4578.1 kJ/mol
(more)
Covalent radius 71±1 pm
Van der Waals radius 155 pm

নাইট্ৰ'জেন (ইংৰাজী: Nitrogen) হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত N আৰু আনৱিক সংখ্যা ৭। ১৭৭২ চনত স্কটলেণ্ডৰ বিশেষজ্ঞ ডেনিয়েল ৰাডাৰফৰ্ডে ইয়াক প্ৰথম আৱিষ্কাৰ আৰু নিষ্কাষণ কৰিছিল। প্ৰায় একে সময়তে কাৰ্ল উইলিয়াম শ্বেলী আৰু হেনৰী কাভেনডিছেও স্বতন্ত্ৰভাৱে ইয়াৰ সন্ধান কৰিছিল। ৰাডাৰফৰ্ডে ইয়াৰ বিষয়ে প্ৰথম প্ৰকাশ কৰিছিল বাবে তেওঁকেই আৱিষ্কাৰকৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। ১৮৯০ চনত যেতিয়া নাইট্ৰিক এচিড আৰু নাইট্ৰেটত ইয়াৰ অৱস্থিতি ধৰা পৰিছিল তেতিয়া জিন-এণ্টনি-ক্লাউড চাপ্টালে নাইট্ৰ'জেন নামটোৰ পৰামৰ্শ আগবঢ়াইছিল; এই নামটো গ্ৰীক νἰτρον "নাইট্ৰে" আৰু -γεννᾶν "গঠন কৰে" শব্দদুটাৰ পৰা লোৱা হৈছিল। এণ্টনি লাভ'ইছিয়াৰে গ্ৰীক শব্দ άζωτικός "জীৱনহীন"ৰ আৰ্হিত এজ'টি (azote) নামৰ পৰামৰ্শ দিছিল; বৰ্তমান বহু ভাষাত এই নামটোও ব্যৱহাৰ কৰা হয়, যেনে, ফ্ৰান্স, ৰাছিয়ান, আৰু তুৰ্কী, আৰু ইংৰাজীভাষাত কিছুমান নাইট্ৰ'জেনযুক্ত যৌগ যেনে হাইড্ৰাজাইন (hydrazine), এজাইড (azides) আৰু এজ' যৌগসমূহ (azo compounds)। নাইট্ৰ'জেন হৈছে পৰ্যাবৃত্ত তালিকাবৰ্গ ১৫ৰ মৌল, এই বৰ্গটোক প্ৰায়ে নিক্ট'জেন বুলিও কোৱা হয়। ই বিশ্বব্ৰহ্মাণ্ডৰ এটা সাধাৰণ মৌল, হাতীপটি আৰু সৌৰ জগতৰ প্ৰায় এক সপ্তমাংশই হৈছে নাইট্ৰ'জেন। প্ৰমাণ উষ্ণতা আৰু চাপত, মৌলটোৰ দুটা অনু সংযুক্ত হৈ, N2 ফৰ্মূলাৰ দ্বি-অনুযুক্ত, বৰ্ণহীন আৰু গন্ধহীন দ্বিনাইট্ৰ'জেন গেছৰ সৃষ্টি কৰে। বায়ুমণ্ডলত প্ৰায় ৭৮% দ্বিনাইট্ৰ'জেন থাকে। ই সকলো জীৱতে, প্ৰাথমিকভাৱে এমিন' এচিডত (আৰু সেইদৰে প্ৰ'টিনত), নিউক্লিক এচিডত (ডিএনএ আৰু আৰএনএ) আৰু শক্তি পৰিবাহক অনু এডেন'ছিন ট্ৰাইফছফেটত থাকে। মানৱ দেহত ভৰ হিচাপে ৩% নাইট্ৰ'জেন থাকে, অক্সিজেন, কাৰ্বন আৰু হাইড্ৰ'জেনৰ পিছতেই ই চতুৰ্থ অতি প্ৰয়োজনীয় মৌল। বায়ুৰ পৰা নাইট্ৰ'জেন, জৈৱ মণ্ডল আৰু জৈৱ যৌগসমূহৰ মাজেদি, পুনৰ বায়ুমণ্ডললৈ ঘূৰি অহা পথটোক নাইট্ৰ'জেন চক্ৰৰ দ্বাৰা ব্যাখ্যা কৰা হয়। এম'নিয়া, নাইট্ৰিক এচিড, জৈৱিক নাইট্ৰেট, আৰু চায়ানাইড আদিৰ দৰে বহু উদ্যোগিক ৰসায়নৰ মূল হৈছে নাইট্ৰ'জেন। নাইট্ৰ'জেনৰ ত্ৰি-বান্ধনি (N≡N) অতি শক্তিশালী বান্ধোন।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]