বৰফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাকৃতিকভাৱে সৃষ্ট বৰফৰ টুকৰা
তুষাৰফলক (বৰফৰ স্ফটিক) - আবিষ্কাৰ কৰিছিল উইলচন বেণ্টলি, ১৯০২ চনত
বৰফ কাৰখানাৰ পৰা ঠেলাত মাছ সংৰক্ষণৰ বাবে বৰফ নিয়া হৈছে। কক্সবাজাৰ, ২০১০
মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰা ভঙা হৈছে। কক্সবাজাৰ, ২০১০

বৰফ হৈছে পানীৰ কঠিন ৰূপ।[1][2] প্ৰমাণ চাপত ০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাৰ তলত পানী বৰফলৈ ৰূপান্তৰিত হয়। বৰফৰ আপেক্ষিক গুৰুত্ব পানীতকৈ কম বাবে বৰফ পানীত উপঙে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]