তুষাৰ
অৱয়ব
তুষাৰ | |
---|---|
তুষাৰৰ মাজেৰে ৰেল চলাৰ দৃশ্য | |
ভৌতিক ধৰ্ম | |
ঘনত্ব (ρ) | ০.১–০.৮ গ্ৰা/চেমি৩ |
যান্ত্ৰিক ধৰ্ম | |
Tensile strength (σt) | 1.5–3.5 kPa |
Compressive strength (σc) | 3–7 MPa |
তাপীয় ধৰ্ম | |
গলনাংক (Tm) | ০ °ছে |
Thermal conductivity (k) ঘণত্ব ০.১ ৰ পৰা ০.৫ গ্ৰা/চেমি৩ | 0.05–0.7 W/(K·m) |
বৈদ্যুতিক ধৰ্ম | |
Dielectric constant (εr) শুকান তুষাৰৰ ঘণত্ব ০.১ ৰ পৰা ০.৯ গ্ৰা/চেমি৩ | 1–3.2 |
তুষাৰৰ ভৌতিক লক্ষণসমূহ স্থান, কাল, পাত্ৰভেদে পৃথক হোৱা পৰিলক্ষিত হয়। |
প্ৰকৃতি শৃংখলাৰ অংশ |
বতৰ |
---|
বাৰ্ষিক ঋতুসমূহ |
Tropical seasons |
ধুমুহাসমূহ |
Precipitation |
বিষয়সমূহ |
মৰুভূমি
হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে।[1] ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। মেঘৰ পৰা নিঃসৰিত পানী বায়ুমণ্ডলৰ উপৰৰ স্তৰৰ নিম্ন তাপমাত্ৰাত গোট মাৰি বৰফত পৰিণত হয় আৰু প়থিৱীপৃষ্ঠলৈ তুষাৰ হিচাপে নামি আহে।
প্ৰধান তুষাৰ পতিত অঞ্চলসমূহ হৈছে মেৰু অঞ্চল, উত্তৰ গোলাৰ্ধৰ উচ্চ অৰ্ধাংশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতা আৰু নিম্ন উষ্ণতা বিশিষ্ট পৃথিৱীৰ পাৰ্বত্য অঞ্চলসমূহ। এণ্টাৰ্কটিকাৰ পৰা সুদুৰত অৱস্থিত দক্ষিণ গোলাৰ্ধৰ কেৱল পাৰ্বত্য অঞ্চলতহে প্ৰাথমিকভাৱে তুষাৰপাত দেখা পোৱা যায়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hobbs, Peter V. (2010). Ice Physics. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 856. ISBN 978-0199587711.
- ↑ Rees, W. Gareth (2005). Remote Sensing of Snow and Ice. CRC Press. পৃষ্ঠা. 312. ISBN 978-1-4200-2374-9. https://books.google.com/books?id=780IKxPcqpYC&pg=PA2.