নেপচুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নেপচুন ♆
ভয়েজাৰ২ মহাকাশ দূৰবীণৰ যোগেদি দেখা নেপচুন গ্ৰহ
বৰ্ণনা চাবৰ বাবে ছবিখনত ক্লিক কৰক
আৱিষ্কাৰ
আৱিষ্কাৰক Urbain Le Verrier
John Couch Adams
Johann Galle
আৱিষ্কাৰৰ তাৰিখ September 23, 1846
বিৱৰণ
বিশেষণ Neptunian
কক্ষপথৰ বৈশিষ্ট্য
যুগ J2000
অপসূৰ 4,536,874,325 km
30.327 131 69 AU
অনুসূৰ 4,459,631,496 km
29.810 795 27 AU
অৰ্ধ-মুখ্য অক্ষ 4,498,252,900 km
30.068 963 48 AU
উৎকেন্দ্ৰতা 0.008 585 87
পৰ্যায়কাল 367.49 day
গড় কক্ষীয় দ্ৰুতি 5.432 km/s
নতি 1.769 17°
(6.43° to Sun's equator)
উদ্বিন্দুৰ দ্ৰাঘিমা 131.721 69°
উপগ্ৰহসমূহ 14 টা।
ভৌতিক বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ 24,764 km [1]
(3.883 Earths)
মেৰু ব্যাসাৰ্ধ 24,341 km
(3.829 Earths)
পৃষ্ঠৰ ক্ষেত্ৰফল 7.619×109 km²
(14.94 Earths)
আয়তন 6.254×1013 km³
(57.74 Earths)
ভৰ 1.0243×1026 kg
(17.147 Earths)
গড় ঘনত্ব 1.638 g/cm³
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 11.15 m/s2
(1.14 g) (At 1 bar)
পলায়ন বেগ 23.5 km/s
নাক্ষত্ৰিক ঘূৰ্ণনকাল 16.11 h (16 h 6 min 36 s) 1
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 2.68 km/s = 9660 km/h (at the equator)
অক্ষীয় ঢাল 28.32°
উত্তৰ মেৰুৰ বিষুৱাংশ 299.33° (19 h 57 min 20 s)
উত্তৰ মেৰুৰ বিষুৱলম্ব 42.95°
প্ৰতিফলন অনুপাত 0.41
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
Kelvin 50 K 53 K N/A
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ ≫100 kPa
আয়তন অনুসৰি সংযুতি 80% ±3.2% Hydrogen - H2
19% ±3.2% Helium - He
1.5% ±0.5% Methane - CH4
192 ppm Hydrogen Deuteride - HD
1.5 ppm Ethane - C2H6

নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।

সূৰ্য আৰু নেপচুনৰ মাজত গড় দূৰত্ব ৪.৫০ বিলিয়ন কিমি (প্ৰায় ৩০.১ এইউ)আৰু নিজ কক্ষপথত এপাক ঘূৰাৰ গড় সময় ১৬৪.৭৯ বছৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘ
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়নকিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান