জ্যোতিৰ্বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


জ্যোতিৰ্বিজ্ঞান (astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer), আৰু জ্যোতিষশাস্ত্ৰ বিশাৰদসকলক জ্যোতিষী (astrologer) বোলা হয়।

হাবল মহাশূন্য দূৰবীণৰ জৰিয়তে তোলা এটা নীহাৰিকাৰ ছবি।