নৱদুৰ্গা
অৱয়ব
নৱদুৰ্গা | |
---|---|
দেৱনাগৰী | नवदुर्गा |
সংস্কৃত লিপ্যন্তৰ | नवदुर्गा |
সম্পৰ্ক | দুৰ্গা, দেৱী, পাৰ্বতী, শক্তি আদি পৰশক্তি দেৱী |
মন্ত্ৰ | ওঁম সৰ্ব মঙ্গল মঙ্গলায়ে, শিৱ সৰ্বৰ্থ সাধিকে, শৰণায়ে ত্ৰ্যম্বকে গৌৰী নাৰায়নী নমোস্তুতে। सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके। शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते |
সঙ্গী | শিৱ |
আসন/বাহন | সিংহ, গাধ, আৰু বলধ |
উৎসৱ | নৱৰাত্ৰি, দশহাৰা, দুৰ্গাপূজা, দুৰ্গা অষ্টমী |
হিন্দু ধৰ্মত নৱ দুৰ্গা (সংস্কৃত: नवदुर्गा) হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়।[1] প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়।[2][3][4] দেৱী দুৰ্গা বা পাৰ্বতীৰ এই নটা ভিন্ন ৰূপ হৈছে:
- শৈলপুত্ৰী,
- ব্ৰহ্মচাৰিণী,
- চন্দ্ৰঘণ্টা,
- কুষ্মাণ্ডা,
- স্কন্দমাতা
- কাত্যায়নী,
- কালৰাত্ৰি,
- মহাগৌৰী আৰু
- সিদ্ধিদাত্ৰী।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Navratri 2017: Significance of Sharad Navratri, Date, Puja, Prasad and Celebrations". NDTV.com. https://www.ndtv.com/food/navratri-2017-significance-of-sharad-navratri-date-pooja-prasad-and-celebrations-1749811.
- ↑ "Navratri 2017: 9 avatars of Goddess Durga worshipped on the 9 days" (en ভাষাত). The Indian Express. 2017-09-22. http://indianexpress.com/article/religion/navadurga-the-nine-avatars-of-goddess-durga-worshipped-on-nine-days-of-navratri-4849996/.
- ↑ "What is Navratri? What do these nine days of festivities mean?". http://indiatoday.intoday.in/story/what-is-navratri-festivities-hinduism-hindu-festival-maa-durga-puja-indian-goddess/1/1052623.html.
- ↑ "Navratri Festival,Navratri Festival India,Navaratri Celebrations In India,Durga Navratri,Goddess Durga Festival". www.newsonair.nic.in. http://www.newsonair.nic.in/Navratri-Festival.asp। আহৰণ কৰা হৈছে: 2018-01-06.