সংস্কৃত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংস্কৃত
संस्कृतम् সংস্কৃতম্‌
আই পি এ উচ্চাৰণ sə̃skɹ̩t̪əm
অঞ্চল বৃহত্তৰ ভাৰত
স্থানীয় ভাষিক ভাৰতৰ ১৪,১৩৫ জন স্থানীয় ভাষাভাষী (২০০১)[1]  (date missing)
ভাষা পৰিয়াল
লিখন প্ৰণালী দেবনাগৰী (কাৰ্যত), বিভিন্ন ব্ৰাহ্মীভিত্তিক লিপি, আৰু লেটিন বৰ্ণমালা
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা  ভাৰত (উত্তৰাখণ্ড)
ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ অন্যতম
ভাষা সংকেত
ISO 639-1 sa
ISO 639-2 san
ISO 639-3 san

সংস্কৃত (সংস্কৃত: संस्कृतम् saṃskṛtam, সঠিক নাম: संस्कृता वाक्, saṃskṛtā vāk, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा saṃskṛtabhāṣā, "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক ইন্দো-ইউৰোপীয় ভাষা আৰু হিন্দু আৰু বৌদ্ধধৰ্মৰ পবিত্ৰ দেৱভাষা।[note 1] বৰ্তমান সংস্কৃত ভাৰতৰ ২২টি চৰকাৰী ভাষাৰ অন্যতম[2] আৰু উত্তৰাখণ্ড ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা।[3]

প্ৰাথমিক পাঠ[সম্পাদনা কৰক]

ব্যাকৰণ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. Buddhism: besides Pali, see Buddhist Hybrid Sanskrit

তথ্যসূত্ৰ[সম্পাদনা কৰক]