টুলু ভাষা
Jump to navigation
Jump to search
টুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ টুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে টুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। ২০০১ চনত এই সংখ্যা আছিল ১,৭২২,৭৮৬ জন। ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে টুলু ভাষাক মাতৃভাষা হিচাবে ব্যৱহাৰ কৰে।
|