এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ৰুছ ভাষা (ৰুছ ভাষাত: русский язык) এটা স্লাভিক ভাষা যাক প্ৰধানকৈ ৰুছ দেশ, বেলাৰুছ, ইউক্ৰেইন, কাজাখস্তান আৰু কিৰগীস্তানত কোৱা হয় আৰু বহুল ভাৱে ব্যৱহৃত। ইয়াৰোপৰি বিনা চৰকাৰী অনুমতিত লাটভিয়া, এষ্ট'নিয়া আৰু বহুতো প্ৰাক্তন ছোভিয়েট দেশত ইয়াক কোৱা হয়।